• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 25, 2024 7:55 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2.3k
VIEWS
Share on FacebookShare on Twitter

প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দি বিতৰ্কত লিপ্ত হৈ পৰিছে পশ্চিমবংগৰ তামলুকৰ বিজেপি সাংসদ অভিজিৎ গংগোপাধ্যায়। বাজেট সন্দৰ্ভত বিতৰ্কৰ সময়ত অসমৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে তীব্ৰ তৰ্কত লিপ্ত হয়। সেই সময়ত বিজেপিৰ সাংসদজনে ‘ষ্টুপিড’ বুলি কৈছিল। অভিজিতৰ কথাৰ অসমীয়া অনুবাদ কৰিলে হয়, “মূৰ্খৰ দৰে কথা নকব।”

মঙলবাৰে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বাজেট দাখিল কৰে। বুধবাৰে সংসদত তাক লৈ আলোচনা অনুষ্ঠিত হয়। বিৰোধীয়ে দাবী কৰে যে বাজেট ইমান জনপ্ৰিয় নহয়। সাংসদ হোৱাৰ পিছত বিজেপিৰ সাংসদ অভিজিৎ গংগোপাধ্যায়েও প্ৰথমবাৰৰ বাবে বাজেট আলোচনা সভাত ভাষণ দিয়ে।

তেওঁৰ ভাষণৰ সময়ত বিৰোধী শিবিৰৰ পৰা বিভিন্ন মন্তব্য আৰম্ভ হৈছিল। সেই কথাতেই প্ৰাক্তন ন্যায়াধীশজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। হঠাতে তেওঁ ‘ষ্টুপিড’ শব্দটো ব্যৱহাৰ কৰিলে। যাৰ অৰ্থ ‘মূৰ্খ’। ইয়াৰ পিছতে ৰাহুল গান্ধীক সমালোচনা কৰি বিজেপি সাংসদগৰাকীয়ে কয় যে, “ৰাহুল গান্ধীয়ে ভগৱান শিৱৰ আশ্ৰয় লোৱাৰ পৰিৱৰ্তে মানুহৰ আশ্ৰয় লোৱা উচিত।”

লগতে পঢ়কঃবাজেটত মাত্ৰ এবাৰহে ৰেলৰ উল্লেখ; বন্দে ভাৰতক গুৰুত্ব দিবলৈ গৈ নিম্ন আয়ৰ লোকসকলক অবহেলাৰ অভিযোগ

তাতেই কংগ্ৰেছৰ সাংসদসকল উত্তেজিত হৈ পৰিল। প্ৰতিবাদ কৰিবলৈ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ সৈতে অভিজিত তৰ্ক-বিতৰ্কত লিপ্ত হয়। তেওঁ কয়, “ভগৱানেও নাজানে, গান্ধীয়েও নাজানে। মূৰ্খৰ (ষ্টুপিড)দৰে কথা নকব।”

‘ষ্টুপিড’ এটা অসংসদীয় শব্দ। বিৰোধীয়ে অধ্যক্ষ ওম বিৰলাক লোকসভাৰ কাৰ্য্যবিৱৰণীৰ পৰা এই শব্দ আঁতৰাই দিবলৈ দাবী জনায়। প্ৰথমে বিবেচনাৰ আশ্বাস দিয়ে। আৰু পিছত অধ্যক্ষই সেয়া বাদ দিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে অভিজিৎ গংগোপাধ্যায় কলকাতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। লোকসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ সময়তে তেওঁ আকস্মিক ঘোষণা কৰে। তেওঁ ন্যায়াধীশ পদৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেনেকৈয়ে পদত্যাগো কৰিলে। কিছুদিন পিছত গেৰুৱা শিবিৰৰ পতাকা তুলি লয়। লোকসভা নিৰ্বাচনত তেওঁক তামলুকৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল বিজেপিয়ে।

লগতে পঢ়কঃ সংসদৰ বৈঠকৰ পূৰ্বে বাজেটৰ বিৰুদ্ধে প্ৰতিবাদ; মোদীৰ উপস্থিতিৰ দাবী ইণ্ডিয়া মিত্ৰজোঁটৰ

নিৰ্বাচনৰ সময়তো তেওঁ বিতৰ্কত লিপ্ত হৈ পৰিছিল। কুৰুচিকৰ মন্তব্যৰে  মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক আক্ৰমণ কৰিছিল। নিৰ্বাচন আয়োগৰ ওচৰতো অভিযোগ দাখিল হৈছিল। অৱশেষত অভিজিতে বিৰোধীক পৰাস্ত কৰি তামলুকত জয়ী হৈছিল। জয়ী হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে সংসদত ভাষণ দিয়াৰ সময়তো বিতৰ্কৰ মাজত সোমাই পৰিল প্ৰাক্তন ন্যায়ধীশগৰাকী। 

Recent News

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

গোৱালপাৰাৰ কৃষ্ণাইৰ বল্লাত কৰুণ ঘটনা; পুখুৰীত পৰি তিনি কণমানি ভগ্নীৰ মৃত্যু

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

ভাৰতৰ বিৰুদ্ধে প্ৰথমখন টেষ্টৰ বাবে ইংলেণ্ডৰ ১৪ জনীয়া দল ঘোষণা

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

এইবাৰ ভাৰততে নিৰ্মাণ হ’ব ৰাফেল যুদ্ধ বিমান! ফ্ৰান্সৰ কোম্পানীৰ সৈতে টাটাৰ চুক্তি স্বাক্ষৰ

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

ভাৰতত ৰাফেল যুঁজাৰু বিমানৰ যন্ত্ৰাংশ নিৰ্মাণ কৰিব টাটা গ্ৰুপে; ফ্ৰান্সৰ কোম্পানীৰ সৈতে হ’ল চুক্তি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd