• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

হঠাতে অসমৰ এই বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিলে RBIয়ে; আপোনাৰো একাউণ্ট আছিল নেকি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2024 11:47 am
1.3k
VIEWS
Share on FacebookShare on Twitter

আৰ বি আই (ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই) আন এক ডাঙৰ পদক্ষেপ ল’লে।  বুধবাৰে আৰ বি আইয়ে জনায় যে আৰ্থিক অৱস্থাৰ অৱনতি ঘটাৰ বাবে অসমৰ তেজপুৰস্থিত মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হৈছে।

ইফালে এই অনুজ্ঞাপত্ৰ বাতিল কৰাৰ পিছতে উক্ত কো-অপাৰেটিভ বেংকটোৱে ২০২৪ চনৰ ২৪ জুলাই অৰ্থাৎ বুধবাৰে দিনটোত ব্যৱসায় বন্ধ হোৱাৰ পিছৰে পৰা বেংকিং ব্যৱসায় বন্ধ কৰি দিছে।

ভাৰতীয় ৰিজাৰ্ভ বেংকে এক বিবৃতিযোগে কয় যে তেওঁলোকে অসমৰ কো-অপাৰেটিভ ছচাইটিৰ পঞ্জীয়কক বেংকটো বন্ধ কৰাৰ আৰু লিকুইডেটৰ নিযুক্তিৰ আদেশ জাৰি কৰিবলৈ অনুৰোধ জনাইছে।

লগতে পঢ়কঃ সংসদত থিয় হৈ ‘অসংসদীয়’ কটুক্তি; কংগ্ৰেছ সাংসদ গৌৰৱক লক্ষ্য কৰি বিতৰ্কত অভিজিৎ গংগোপাধ্যায়

এই সন্দৰ্ভত প্ৰকাশিত বাতৰি অনুসৰি আৰ বি আই (Reserve Bank Of India)-য়ে অনুজ্ঞাপত্ৰ বাতিল কৰাৰ কাৰণ দাঙি ধৰি বেংকটোৰ পৰ্যাপ্ত মূলধন আৰু উপাৰ্জনৰ সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে। বৰ্তমানৰ আৰ্থিক অৱস্থাৰ বাবে বৰ্তমানৰ জমাকাৰীসকলক সম্পূৰ্ণৰূপে ধন পৰিশোধ কৰিব নোৱাৰিব বুলি জানিবলৈ দিয়ে বেংকটোৱে।

ইয়াৰ লগতে উল্লেখ কৰা হৈছে যে উক্ত বেংকটো কাৰ্যক্ষম কৰি ৰখাটো জমাকাৰীৰ স্বাৰ্থৰ বাবে ক্ষতিকাৰক। ইফালে, লিকুইডেচনৰ সময়ত প্ৰতিজন জমাকাৰীয়ে জমা বীমা আৰু ঋণ নিশ্চয়তা নিগমৰ পৰা ৫ লাখ টকা পৰ্যন্ত জমা ধনৰ বীমা দাবীৰ ধনৰাশি লাভ কৰাৰ অধিকাৰ থাকিব।

আৰ বি আই-য়ে জনোৱা মতে, বেংকটোৱে দাখিল কৰা তথ্য অনুসৰি প্ৰায় ৯৯.৮ শতাংশ জমাকাৰীয়ে ডি আই চি জি চিৰ পৰা সম্পূৰ্ণ পৰিমাণৰ জমা ধন পোৱাৰ অধিকাৰী। ইফালে, ২০২৩ চনৰ ১৩ জুনলৈকে ডিআইচিজিচিয়ে ইতিমধ্যে মুঠ বীমাকৃত জমা ধনৰ ২০.০৩ কোটি টকা বিতৰণ কৰিছে।

লগতে পঢ়কঃক্ষুব্ধ মেছি; দুঘণ্টা পিছত বাতিল কৰা হ’ল গ’ল! অলিম্পিকত মৰক্কোৰ হাতত পৰাস্ত আৰ্জেণ্টিনা

এই প্ৰসংগত আৰ বি আই-য়ে সময়ে সময়ে সমবায় বেংকসমূহৰ সামগ্ৰিক কাম-কাজৰ পৰ্যালোচনা কৰে। ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বেংকটোৱে কেইবাটাও সমবায় বেংকৰ অনুজ্ঞাপত্ৰ বাতিল কৰিছিল। মূলতঃ সেই বেংকসমূহৰ আৰ্থিক অৱস্থা বেয়া বা নীতি-নিয়ম উলংঘা কৰাৰ বাবে অনুজ্ঞাপত্ৰ বাতিল কৰা হয়। এনে ক্ষেত্ৰত তেজপুৰস্থিত মহাভৈৰৱ কো-অপাৰেটিভ আৰবান বেংকৰ অনুজ্ঞাপত্ৰ বাতিলৰ বাবে সংশ্লিষ্ট বেংকৰ গ্ৰাহকসকলে তাৎক্ষণিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। 

Recent News

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

ৰেপো ৰেট ৫০ বেছিছ পইণ্ট হ্ৰাস কৰাৰ কথা ঘোষণা ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ  

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

সৰিয়হৰ ডুলিতে ভূত! গ্ৰাহকৰ একাউণ্ট প্ৰতাৰণা মহিলা বেংক বিষয়াৰ; লুটিলে ৪ কোটিৰো অধিক

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

পদপিষ্ট হোৱাৰ ঘটনা: ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ শীৰ্ষ বিষয়া আৰু ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৩ জনক গ্ৰেপ্তাৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

যৌন শোষণৰ ক’লা অধ্যায় জেফ্ৰি এপষ্টেইনৰ ফাইলত ড’নাল্ড ট্ৰাম্পৰ নাম- বিস্ফোৰক অভিযোগ এলন মাস্কৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd