• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জ্বলি যোৱা আইএনএছ ব্ৰহ্মপুত্ৰৰ পৰা সন্ধানহীন যুৱ নাৱিকৰ অৱশেষত উদ্ধাৰ মৃতদেহ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 25, 2024 12:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতীয় নৌসেনাৰ যুদ্ধ জাহাজ আইএনএছ ব্ৰহ্মপুত্ৰত দেওবাৰে মুম্বাইৰ নৌসেনাৰ ডকত মেৰামতিৰ কাম চলি থকা অৱস্থাত অগ্নিকাণ্ড সংঘটিত হয়। গোটেই জাহাজখন ডুব যায়। পুৱাৰ ভাগত অগ্নিনিৰ্বাপক বাহিনীয়ে বিশাল ‘গাইডেড মিছাইল ফ্ৰিগেট’ যুদ্ধজাহাজত যুদ্ধকালীন কাম-কাজত কাম কৰি জুই নিয়ন্ত্ৰণলৈ আনে। কিন্তু তেতিয়াৰ পৰা নাৱিকৰ কোনো লেখ-জোখ নাছিল। অৱশেষত বুধবাৰে উদ্ধাৰ হয় আগশাৰীৰ নাৱিক সীতেন্দ্ৰ সিঙৰ মৃতদেহ।

নৌসেনাৰ মুখপাত্ৰ কমাণ্ডাৰ বিবেক মাধৱালে জানিবলৈ দিয়া মতে নিৰুদ্দিষ্ট হোৱা নাৱিকজনৰ সন্ধান ৩ দিন ধৰি ডুবাৰুৱে চলাই আছে। বুধবাৰে উদ্ধাৰ হয় আগশাৰীৰ নাৱিক সীতেন্দ্ৰ সিঙৰ মৃতদেহ। নৌসেনাৰ মুৰব্বী এডমিৰেল দিনেশ কে ত্ৰিপাঠীয়ে তেওঁৰ পৰিয়াললৈ গভীৰ শোক প্ৰকাশ কৰে।

সোমবাৰে এক বিবৃতিত নৌসেনাই জনোৱা মতে, দেওবাৰে ব্ৰহ্মপুত্ৰ পুনৰ ফিট কৰাৰ সময়ত জাহাজখনত বৃহৎ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পাছত জাহাজখন এফালে পৰি যায়। মুম্বাইৰ নৌসেনাৰ ডকয়াৰ্ডৰ অগ্নিনিৰ্বাপক বাহিনীৰ লোকৰ সহায়ত জাহাজখনৰ ক্ৰুৱে জুই নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা আৰম্ভ কৰে। কিন্তু চেষ্টাৰ পাছতো ১২৫ মিটাৰ দীঘল, ৩৬০০ টন ওজনৰ এই বিশাল জাহাজখন পোন কৰা সম্ভৱ নহ’ল। পাছত জুই নিয়ন্ত্ৰণলৈ অনাত আগশাৰীৰ নাৱিক সীতেন্দ্ৰ সিঙক বিচাৰি পোৱা নগ’ল।

Apply Now

নৌসেনাই ডুবাৰুসকলক নমাই অনুসন্ধান আৰম্ভ কৰে। ইয়াৰ পাছতে এডমিৰেল ত্ৰিপাঠীয়ে নিজেই মুম্বাইত উপস্থিত হৈ পৰিস্থিতিৰ ওপৰত চকু ফুৰালে আৰু নিৰুদ্দিষ্ট হোৱা নাৱিকজনক উদ্ধাৰৰ কামত অংশ লয়। অৱশেষত সাগৰৰ পৰা উদ্ধাৰ হয় যুৱ নাৱিকজনৰ মৃতদেহ।

প্ৰসংগক্ৰমে এই যুদ্ধজাহাজখন কলকাতাৰ গাৰ্ডেনৰিচত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ‘গাৰ্ডেনৰিচ শ্বিপবিল্ডাৰছ’ই নিৰ্মাণ কৰিছিল। প্ৰায় দুটা দশক পাৰ হৈ গ’ল। ২০০০ চনৰ ১৪ এপ্ৰিলত আইএনএছ ব্ৰহ্মপুত্ৰই সেনাবাহিনীত যোগদান কৰে। ব্ৰহ্মপুত্ৰই ইউৰোপ, আফ্ৰিকা আৰু ভূমধ্যসাগৰীয় উপকূলত মুকলি আকাশৰ তলত কেইবাটাও অভিযানত নৌসেনাৰ লগত সংগ দি আহিছে। সাগৰত আইএনএছ ব্ৰহ্মপুত্ৰখন চলাবলৈ মুঠ ৪০ জন বিষয়া আৰু ৩৩০ জন নাৱিকৰ প্ৰয়োজন হৈছিল। ক্ষেপণাস্ত্ৰৰ উপৰিও ইয়াত বিমান বিৰোধী বন্দুক, টৰ্পিডো লঞ্চাৰ আৰু অন্যান্য অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ আছে। নৌসেনাৰ চেটক হেলিকপ্টাৰ এটা বাহিনীও সংৰক্ষিত অৱস্থাত ৰখা হৈছে। এই সকলোবোৰ অগ্নিকাণ্ডৰ ফলত যথেষ্ট ক্ষতিগ্ৰস্ত হয়। তাৰ লগত এটা সতেজ জীৱনেও পৃথিৱীৰ পৰা আঁতৰি গ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

আৰম্ভ হ’ল বিধানসভাৰ বাজেট অধিৱেশন, “অহা ২৫ বছৰলৈ অসমত বিজেপিৰ ভেটি লৰাব নোৱাৰে” – মুখ্যমন্ত্ৰী

July 6, 2026 3:18 pm
পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

পাকিস্তান অধিকৃত কাশ্মীৰত পাক সেনাৰ হাতত প্ৰাণ হেৰুৱাইছে সহস্ৰাধিক লোকে; সহায় বিচাৰিলে ভাৰতৰ

July 6, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

গুৱাহাটীৰ উদ্যানসমূহত আজিপৰা কাৰ্যকৰী হ’ল নতুন প্ৰৱেশ মাচুল

July 6, 2026 4:35 pm
নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

নতুন শ্ৰম আইনৰ অধীনত ৰাষ্ট্ৰীয় নিম্নতম মজুৰি নিৰ্ধাৰণৰ বাবে চৰকাৰৰ নতুন সমিতি গঠন

July 6, 2026 4:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd