• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পেৰিছত অলিম্পিকৰ বৰ্ণিল উদ্বোধন; ছেইন নদীৰ ওপৰত ত্ৰিৰংগা হাতত লৈ ভাৰতীয় খেলুৱৈৰ দল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 8:14 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ  ক্ৰীড়া প্ৰদৰ্শনৰ মঞ্চ’। এতিয়া পেৰিছত অলিম্পিকৰ বতৰ। বহু অপেক্ষাৰ অন্তত অৱশেষত আৰম্ভ হ’ল অলিম্পিকৰ মুকলি অনুষ্ঠান। কিন্তু ষ্টেডিয়ামত নহয়, অলিম্পিকৰ মুকলি ছেইন নদীৰ ওপৰত। নিজৰ পৰম্পৰা আৰু সংস্কৃতিৰ মিশ্ৰণেৰে অভূতপূৰ্ব উপস্থাপন তুলি ধৰিছে কবিতাৰ চহৰ পেৰিছে। কিন্তু এতিয়া ই কেৱল কবিতা বা প্ৰেমৰ নগৰ নহয়। বৰ্তমান ই অলিম্পিকৰো চহৰ।

মুকলি অনুষ্ঠানৰ আৰম্ভণিতে নদীৰ ওপৰত থকা দলঙৰ পৰা নীলা-বগা-ৰঙা ৰং বিয়পি পৰিল। যিটো ফ্ৰান্সৰ জাতীয় পতাকাৰ ৰং। তাৰ পিছত প্ৰৱেশ কৰিলে গ্ৰীচে। ইয়াৰ পিছত আফগানিস্তান, দক্ষিণ আফ্ৰিকা, জাৰ্মানী, ব্ৰাজিল, বাংলাদেশৰ নাৱে এখন এখনকৈ নদীৰ পাৰত পেৰেডত অংশগ্ৰহণ কৰে। আছিল নাও ভৰ্তি শৰণাৰ্থী খেলুৱৈৰ দলো।

তাৰ মাজতে লেডী গাগাই গান গাইছিল। নদীৰ পাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল। এজন মুখা পিন্ধা লোকে ফ্ৰান্সৰ বিভিন্ন ঐতিহাসিক স্থানৰ মাজেৰে অলিম্পিক শিখা কঢ়িয়াই লৈ যায়। পটভূমিত আৱদ্ধ হৈ পৰিল ফ্ৰান্সৰ ইতিহাস। বিখ্যাত মনালিছা চুৰিৰ ঘটনাও।

Apply Now

তাৰ পিছত আহিল বহু প্ৰতীক্ষিত মুহূৰ্তটো। যাৰ বাবে দেশবাসীয়ে অপেক্ষা কৰি আছিল। ছেইন নদীত ভাৰতীয় নাওৰ প্ৰৱেশ। সকলোৰে সন্মুখত জাতীয় পতাকা লৈ উপস্থিত পিভি সিন্ধু। তেওঁৰ আৰু শৰথ কমলৰ ওপৰত ত্ৰিৰংগা পতাকা কঢ়িয়াই নিয়াৰ দায়িত্ব। যোৱা তিনি বছৰ ধৰি ভাৰতীয় খেলুৱৈসকলে অপেক্ষা কৰি থকা দিনটো অৱশেষত আহিল। সকলোৰে চকু উত্তেজনাৰে ভৰি পৰিল। হাতত সৰু সৰু জাতীয় পতাকা।

উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পৰা মুঠ ৭৮ গৰাকী এথলিটে অংশগ্ৰহণ কৰিছে। বগা কুৰ্তা-পাইজামা পিন্ধা পুৰুষৰ দল এটা। মহিলাসকলে বগা শাৰী পিন্ধিছে। কিন্তু ইয়াত দেশৰ পতাকাৰ স্পৰ্শও আছে। ভাৰতীয় দলটোৱে এখন নাওত উঠি ৰাষ্ট্ৰীয় পতাকা উত্তোলিত কৰি আনুষ্ঠানিকভাৱে এইবাৰৰ অলিম্পিক অভিযান আৰম্ভ কৰে।

অৱশ্যে ইয়াৰ পিছত পিভি সিন্ধুৰ বাবে আৰম্ভ হ’ব প্ৰকৃত পৰীক্ষা। যদিও আজিৰ দিনটোতে আনুষ্ঠানিকভাৱে অলিম্পিক আৰম্ভ হৈছে, ইতিমধ্যে কেইবাটাও ইভেণ্ট আৰম্ভ হৈছে। ইয়াৰ ভিতৰত ভাৰতৰ পুৰুষ আৰু মহিলা দলে প্ৰথম ৰাউণ্ডত আৰ্চাৰীত যোগ্যতা অৰ্জন কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ফলত দেশবাসীৰ আশা ক্ৰমান্বয়ে বাঢ়িছে। অনাগত দিনত ইয়াৰ বাবে যুঁজিব ১১৭ গৰাকী ভাৰতীয় তাৰকাই। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd