• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি অলিম্পিক পদক লাভ কৰিব পাৰে ভাৰতে! আজিৰ অলিম্পিকৰ সূচীত দিয়ক চকু…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 27, 2024 12:39 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অলিম্পিক গেমছক কেন্দ্ৰ কৰি পেৰিছত উন্মাদনাৰ সৃষ্টি হৈছে। উদ্বোধনী পৰ্যায়ত কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যৱহাৰেৰে পেৰিছে ইতিমধ্যে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে।

সমগ্ৰ বিশ্বৰ লগতে ভাৰতে পেৰিছ অলিম্পিকলৈ ১১৭ জনীয়া খেলুৱৈৰ এটা দল প্ৰেৰণ কৰে। এথলেটিকছ (২৯), শ্বুটিং (২১) আৰু হকী (১৯)ত। এই ৬৯ গৰাকী খেলুৱৈৰ ভিতৰত ৪০ গৰাকী খেলুৱৈয়ে প্ৰথমবাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছে।

পেৰিছ অলিম্পিক ২০২৪ : প্ৰথম দিন – ২৭/৭/২০২৪
ভাৰতৰ ক্ৰীড়া অনুষ্ঠান (ভাৰতৰ সময় অনুসৰি)

শ্বুটিং:
* নিশা ১২.৩০ বজাত – ১০ মিটাৰ এয়াৰ ৰাইফল (মিক্সড টিম)ৰ কোৱালিফায়িং ৰাউণ্ড। ৰমিতা – অৰ্জুন আৰু এলাভেনিল – সন্দীপ

* আজি ১০ মিটাৰ এয়াৰ ৰাইফল মিক্সড টিম ইভেণ্টত মেডেল মেচ।

* দুপৰীয়া ২ বজাত – ১০ মিটাৰ এয়াৰ পিষ্টল (পুৰুষ) কোৱালিফায়িং ৰাউণ্ড। সন্দীপ, সীমা আৰু ছাৰাজাৱত সিং।

* বিয়লি ৪ বজাত – ১০ মিটাৰ এয়াৰ পিষ্টল (মহিলা)কোৱালিফায়িং ৰাউণ্ড। মনু ভাকেৰ আৰু ৰাইডম চাংৱান

ৰোইং:
* নিশা ১২.৩০ বজাত – পুৰুষৰ একক – স্কুলছ হিট। বলৰাজ পানৱাৰ – হিট ১

টেবুল টেনিচ:
* সন্ধিয়া ৭.১৫ বজাত – পুৰুষৰ একক। হৰমীত দেশাই বনাম জাইদ আবু (য়েমেন)।

টেনিছ:
* বিয়লি ৪.৩০ বজাত – পুৰুষৰ ডাবলছ প্ৰথম ৰাউণ্ড। বোপান্না – বালাজী বনাম ৰেবুল – ৰোগে ভেছলিন।

বক্সিং:
* নিশা ১২.০২ বজাত – মহিলা ৫৪ কেজি বিভাগ – প্ৰথম ৰাউণ্ড। প্ৰীতি বনাম থি কিম।

বেডমিণ্টন:
* সন্ধিয়া ৭.১০ বজাত – পুৰুষ বিভাগ – গ্ৰুপ এল৷ লক্ষ্য সেন বনাম কেভিন কৰ্ডন।
* নিশা ৮ বজাত – পুৰুষৰ ডাবলছ বিভাগ – গ্ৰুপ চি। সাত্বিক – চিৰাগ বনাম কৰবী – লাবৰ।
* নিশা ১১.৩০ বজাত – মহিলা ডাবলছ বিভাগ – গ্ৰুপ চি। অশ্বিনী – তনিশা বনাম কিম – কং।

হকী:
* নিশা ৯ বজাত – ভাৰত বনাম নিউজিলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

কৰ্মক্ষেত্ৰত যৌন নিৰ্যাতন আইনৰ পৰা বাদ ৰাজনীতিবিদ! নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

September 15, 2025 2:36 pm
ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd