• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংসদত বিৰোধীৰ বিৰুদ্ধে ভাবুকিমূলক মন্তব্য মন্ত্ৰীৰ! অধ্যক্ষলৈ পত্ৰ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
July 28, 2024 10:21 am
সাংসদ গৌৰৱ গগৈ। ফাইল ফটো।

সাংসদ গৌৰৱ গগৈ। ফাইল ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ সভানেত্ৰী তথা ৰাজ্যসভাৰ সদস্য ছোনিয়া গান্ধীকে ধৰি বিৰোধী দলৰ প্ৰতি অসংসদীয় ভাষা ব্যৱহাৰ কৰি লোকসভাত মোডী মন্ত্ৰীসভাৰ মন্ত্ৰীৰ বিৰুদ্ধে ভাবুকিমূলক মন্তব্য কৰাৰ অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে লোকসভাৰ অধ্যক্ষ ওম বিৰলালৈ পত্ৰ প্ৰেৰণ কৰি তেওঁৰ হস্তক্ষেপৰ দাবী জনাইছে।

অধ্যক্ষলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিং আৰু ৰৱনীত সিং বিট্টুৱে হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ক্ৰমে ভূপিন্দৰ সিং হুদা আৰু ছোনিয়া গান্ধীৰ বিৰুদ্ধে ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে।

লগতে পঢ়কঃ গুৱাহাটীত ভূমি দখলৰ অভিযোগত গ্ৰেপ্তাৰ বেংকৰ মেনেজাৰ

Apply Now

যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে অধ্যক্ষ বিৰলালৈ প্ৰেৰণ কৰা পত্ৰত লিখিছে, ‘২৬ জুলাইত কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে সংসদত হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেন্দৰ সিং হুডাৰ (যি সাংসদ সদস্য নহয়) বিৰুদ্ধে ভাবুকিমূলক ভাষা ব্যৱহাৰ কৰিছিল। একেদৰে ২৫ জুলাইত কংগ্ৰেছ সংসদীয় দলৰ অধ্যক্ষ তথা ৰাজ্যসভাৰ সাংসদ ছোনিয়া গান্ধীৰ বিষয়ে সংসদত অসংসদীয় ভাষা ব্যৱহাৰ কৰিছিল কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰৱনীত সিং বিট্টুৱে। আনকি বিজেপিৰ সাংসদ নিশিকান্ত ডুবেই সংসদত সাম্প্ৰদায়িকভাৱে উচটনিমূলক ভাষণ দিছিল। সংসদীয় পৰিক্ৰমা মন্ত্ৰীৰ উপস্থিতিতে এই কাণ্ড সংঘটিত হৈছিল।’

পত্ৰখনত কংগ্ৰেছৰ সাংসদগৰাকীয়ে অধ্যক্ষলৈ লগতে লিখিছে যে, ‘সংসদৰ ভিতৰত ভাবুকি আৰু অসংসদীয় ভাষা ব্যৱহাৰ কৰি বিৰোধীৰ কণ্ঠ দমনৰ চেষ্টা চলোৱাটো অতি দুৰ্ভাগ্যজনক।’ একে সময়তে গৌৰৱে এই ক্ষেত্ৰত অধ্যক্ষৰ হস্তক্ষেপ বিচাৰিছে।

লগতে পঢ়কঃ অনবদ্য ৰিয়ান! ৮টা বলত ৫ ৰান দি ৩টা উইকেট দখল; শ্ৰীলংকাৰ বিৰুদ্ধে টিম ইণ্ডিয়াৰ মসৃন জয়

তেওঁ অধ্যক্ষক আবেদন জনায়, “মই আশা কৰিছো যে আপুনি শীঘ্ৰে হস্তক্ষেপ কৰি এই নিন্দনীয় বক্তব্য দিয়া সংসদ সদস্যসকলৰ বিৰুদ্ধে ক্ষিপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিব”। এতিয়া অধ্যক্ষই কি পদক্ষেপ লয় সেয়া লক্ষ্যণীয় হৈ পৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

ফিফা বিশ্বকাপত ১৬ টা গ’লেৰে মিৰ’শ্লাভ ক্ল’জৰ অভিলেখ স্পৰ্শ লিঅ’নেল মেছিৰ

June 17, 2026 11:00 am
জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd