• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

হেমন্ত ছৰেনৰ জামিন নাকচ কৰিবলৈ আবেদন জনাই উচ্চতম ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’ল ইডি

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
July 29, 2024 4:10 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এইবাৰ পুনৰ উচ্চতম ন্যায়ালয়ৰ ককৰ্থনাৰ সন্মুখীন হ’ল বলৱৎকাৰী সংস্থা চমুকৈ ইডি। ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছৰেনৰ জামিন নাকচৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছিল ইডিয়ে।

ইডিৰ এই আবেদন নাকচ কৰাই নহয়, উচ্চতম ন্যায়ালয়ে সতৰ্ক কৰিও দিয়ে ইডিক।

Apply Now

উল্লেখ কৰাৰ প্ৰয়োজন নাই যে লোকসভা নিৰ্বাচনৰ ঠিক পূৰ্বেই অবৈধ লেনদেনৰ অভিযোগত ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছৰেনক ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল।

আগতীয়াকৈ গ্ৰেপ্তাৰ উমান পাই মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিছিল ছৰেনে। ইয়াৰ পিছতে ৰাজভৱনৰ পৰা ওলাই অহাৰ সময়ত ইডিৰ বিষয়াই ছৰেনক গ্ৰেপ্তাৰ কৰে। কিন্তু নিৰ্বাচনত অন্তত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে হেমন্ত ছৰেনক জামিন প্ৰদান কৰে।

ইয়াৰ পিছত উচ্চ ন্যায়ালয়ৰ জামিনৰ নিৰ্দেশ অবৈধ বুলি দাবী কৰি ইডিয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰে।

কিন্তু সোমবাৰে উচ্চতম ন্যায়ালয়ে কয় যে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে দিয়া ৰায় অতি উপযুক্ত। এই ৰায়ত কোনো অবৈধ কথা নাই। উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলে কয় যে ইডিয়ে যদি এই বিষয়ত জোৰ দিয়ে তেন্তে উচ্চতম ন্যায়ালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব।

উচ্চ ন্যায়ালয়ে কয় যে আমি আৰু কোনো পৰ্যবেক্ষণ কৰিব নিবিচাৰো, আৰু যদি আমি পৰ্যবেক্ষণ কৰিবলগীয়া হয় তেন্তে ই ই ডিৰ কঠিন হৈ পৰিব।

উল্লেখ্য যে যোৱা ৪ জুনত ঘোষণা কৰা হৈছিল লোকসভা নিৰ্বাচনৰ ফলাফল। ইয়াৰ পিছত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত ২৮ জুনত ৰাঁচীৰ বিৰছা মুণ্ডা কাৰাগাৰৰ পৰা জামিনত মুকলি কৰি দিয়া হয় হেমন্ত ছৰেনক।

হেমন্ত ছৰেনক জামিনত মুকলি কৰি দিয়াৰ পিছতে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰে ছম্পাই ছৰেনে। পুনৰ হেমন্ত ছৰেনে ৰাজ্য বিধানসভাত আস্থা প্ৰস্তাৱ দাখিল কৰি জয়ী হৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।

উল্লেখ্য যে এই অবৈধ লেনদেনৰ গোচৰত হেমন্ত ছৰেনৰ উপৰিও প্ৰায় ২৫ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সকলোৰে বিৰুদ্ধে এতিয়াও তদন্ত আৰু আইনী ব্যৱস্থা চলি আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

দিল্লীত ভৰি থবলৈকে নিদিলে, আটক চিজেপিৰ শীৰ্ষ নেতা অভিজিৎ দীপকে, সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 10, 2026 12:23 pm
দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

দিল্লীলৈ যোৱাৰ পথত আটক ইউটিউবাৰ ধ্ৰুৱ ৰাথী; চিজেপি নেত্ৰী ৰত্না সিঙকো আটক দিল্লী আৰক্ষীৰ

October 10, 2026 11:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

১১ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতনৰ অভিযোগত JNU-ৰ পৰা বৰ্খাস্ত মণিপুৰৰ সাংসদ-অধ্যাপকক

October 10, 2026 2:48 pm
‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

‘ভাৰত এতিয়া আৰু উপনিবেশ নহয়’, ষ্টাৰলিংক বিতৰ্কত ‘স্বাৰ্থপৰ’ ইলন মাস্কক এশিকনি কমল হাছানৰ

October 10, 2026 1:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd