• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 27, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মণিপুৰ সংকটঃ জিৰিবামত শান্তি ঘূৰাই অনাৰ বাবে মেইটেই আৰু হমাৰ গোটৰ চুক্তি স্বাক্ষৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 2, 2024 3:57 pm
278
VIEWS
Share on FacebookShare on Twitter

হিংসাত্মক পৰিস্থিতিত আক্ৰান্ত মণিপুৰৰ জিৰিবাম জিলাত স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে মেইটেই আৰু হমাৰ জনগোষ্ঠীৰ প্ৰতিনিধিয়ে একেলগে কাম কৰিবলৈ সন্মত হৈছে।

বৃহস্পতিবাৰে (০১ আগষ্ট) অসমৰ কাছাৰ জিলাৰ চি আৰ পি এফৰ এটা সুবিধাত অনুষ্ঠিত এখন বৈঠকৰ সময়ত এই চুক্তিত উপনীত হয়।

জিৰিবাম জিলা প্ৰশাসন, আছাম ৰাইফলছ আৰু চি আৰ পি এফ জোৱানৰ আঁত ধৰা সভাত মণিপুৰৰ জিৰিবাম জিলাৰ থাদৌ, পাইটে আৰু মিজো জনগোষ্ঠীৰ প্ৰতিনিধিও উপস্থিত থাকে।

বৈঠকৰ অন্তত জাৰি কৰা এক যৌথ বিবৃতিত নিশ্চিত কৰা হৈছে যে দুয়োপক্ষই স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ লগতে অগ্নিসংযোগ আৰু গুলীচালনাৰ ঘটনা ৰোধৰ বাবে একত্ৰিত প্ৰচেষ্টা চলাবলৈ প্ৰতিশ্ৰুতিবদ্ধ হৈছে।

অঞ্চলটোত কৰ্মৰত নিৰাপত্তা বাহিনীক সম্পূৰ্ণ সহযোগিতা কৰাৰ লগতে নিয়ন্ত্ৰিত আৰু সমন্বিত চলাচলৰ সুবিধা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে।

পৰৱৰ্তী বৈঠক ১৫ আগষ্টত অনুষ্ঠিত হ’ব।

২০০ৰো অধিক লোকৰ মৃত্যু আৰু হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰা মণিপুৰত যোৱা বছৰৰ মে’ মাহত ইম্ফল উপত্যকাৰ মেইটেই আৰু কাষৰীয়া পাহাৰৰ পৰা অহা কুকি-জো গোটৰ মাজত সংঘটিত হৈছিল।

সংঘাতৰ ফলত বহুলাংশে অপ্ৰভাৱিত হৈ থকা জিৰিবামত জুন মাহত এজন কৃষকৰ অংগচ্ছেদ কৰা মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছিল।

ইয়াৰ ফলত অগ্নিসংযোগৰ ঘটনা সংঘটিত হয় আৰু হাজাৰ হাজাৰ লোকে সাহায্য শিবিৰলৈ স্থানান্তৰিত হ’বলগীয়া হয়।

ইয়াৰ উপৰিও জুলাই মাহৰ মাজভাগত টহলৰ সময়ত উগ্ৰপন্থীৰ এম্বুছত চি আৰ পি এফৰ এজন জোৱান নিহত হয়।

Recent News

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘সংসদ নহয়, মোৰ বাবে সংবিধানহে সৰ্বোচ্চ’ : মুখ্য ন্যায়াধীশ বি আৰ গাভাই

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

আধাৰ কাৰ্ডক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা! প্ৰাপ্তবয়স্ক লোকসকলে আধাৰ চেণ্টাৰত নাপাব আধাৰ কাৰ্ড

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

১০ দিনত ৫টা গণধৰ্ষণ! উৰিষ্যাত সৰ্বত্ৰে সমালোচনাৰ সন্মুখীন ভাৰতীয় জনতা পাৰ্টিৰ আৰক্ষী-প্ৰশাসন

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

বাদ পৰা সেই শেষ দৃশ্যৰ সৈতে ৫০ বছৰৰ মূৰত আজি পুনৰ সম্পূৰ্ৰূপত মুক্তি পালে ‘শ্বোলে’

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd