• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অবৈধ সৰবৰাহৰ কৰিড’ৰলৈ পৰিণত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ : বোকাখাতত জব্দ বাৰ্মিজ চুফাৰী ভৰ্তি ১৪চকীয়া বাহন

উত্তম কুমাৰ শৰ্মা, বোকাখাত by উত্তম কুমাৰ শৰ্মা, বোকাখাত
August 3, 2024 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বাৰ্মিজ চুফাৰী,চোৰাং কয়লা,ড্ৰাগছ,ছোৰাং কাঠ,গৰুৰ অবৈধ চোৰাং সৰবৰাহ,তথা বহু চোৰাং ব্যৱসায়ৰ কৰিড’ৰলৈ পৰিণত হৈছে বোকাখাত নগৰৰ মাজেদি যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ।

বোকাখাতত পুনৰ জব্দ বাৰ্মিজ চুফাৰী ভৰ্তি এখন ১৪চকীয়া বাহন। বোকাখাত আৰক্ষীয়ে জব্দ কৰে বাৰ্মিজ চুপাৰি ভৰ্তি গাড়ীখন।

প্ৰাপ্ত বাতৰি মতে ডব্লিউ বি ৬৫ চি ৭১৯১(W B 65 C 7191) নম্বৰৰ প্ৰায় তিনিশ বস্তা বাৰ্মিজ চুপাৰি ভৰ্ত্তি গাড়ীখন গুৱাহাটী অভিমূখে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেদি গৈ থকা অৱস্থাত বোকাখাতৰ পাণবাৰীৰ সমীপত কোনো অজ্ঞাত লোকে গাড়ীখন আগভেটি ৰখোৱাৰ অভিযোগ উঠিছে।

ইফালে গাড়ী খনৰ চালক নবাব ইকবালে গাড়ীৰ দুৱাৰ বন্ধ কৰি গাড়ীৰ ভিতৰত সোমাই থকা অৱস্থাত বোকাখাত আৰক্ষীয়ে গাড়ী খনৰ চালক , হেন্দীমেনসহ গাড়ীখন জব্দ কৰি বোকাখাত আৰক্ষী থানালৈ লৈ আহে।

ইফালে গুৱাহাটী অভিমূখে গৈ থকা চুপাৰি ভৰ্ত্তি গাড়ী খনক বোকাখাতৰ পৰা চাৰি পাঁচজনীয়া এটা দলে ৰহস্যজনভাৱে অনুসৰণ কৰি গাড়ীখন ৰখাবলৈ বাধ্য কৰাৰ অভিযোগ উত্থাপিত হৈছে। অৱশ্যে আৰক্ষী গৈ পোৱাৰ পূৰ্বেই আঁতৰি যায় দলটো।

আনহাতে পাণবাৰীৰৰ বন বিভাগৰ বেৰিকেডৰ সমীপত গাড়ীখন ৰখাই থোৱা অৱস্থাৰ পৰা বোকাখাত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়। ইতিমধ্যে বোকাখাত আৰক্ষীয়ে বাহনখনৰ চালক আৰু হেন্দীমেনক আটক কৰি  Bokakhat P.S. C/No. 86/2024/U.S.61(2)/303(2)/318(4)/336(3)BNS নম্বৰত এক গোচৰ ৰুজো কৰিছে।

প্ৰশ্ন হৈছে কাৰ সাহসত বোকাখাতৰ ৰাজপথ তথা আৰক্ষী থানাৰ সন্মুখেৰে প্ৰায় দৈনিক সৰবৰাহ হৈ আহিছে চোৰাং সামগ্ৰী ভৰ্তি বাহন?

উল্লেখ্য যে এক শক্তিশালী অসাধু চক্ৰৰ কৃপাতেই বোকাখাতৰ মাজেদি বিভিন্ন স্থানৰ পৰা বিগত কিছু দিন ধৰি চোৰাং সৰবৰাহকাৰীয়ে গৰু, ম’হ, বাৰ্মিজ চুপাৰি,চোৰাং কয়লা, অবৈধ কাঠ আদি সৰবৰাহ কৰি থকা বুলি অভিযোগ উত্থাপিত হৈছে। যাৰ বাবে বোকাখাত আৰক্ষীক অধিক কঠোৰ হোৱাৰ লগতে এই ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ ল’বলৈ দাবী জনাইছে সচেতন মহলে।

উত্তম কুমাৰ শৰ্মা, বোকাখাত

উত্তম কুমাৰ শৰ্মা, বোকাখাত

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

মহিলাসকলৰ হৰম’ন সমস্যা: লক্ষণক আওকাণ নকৰিব, বিশেষজ্ঞৰ পৰামৰ্শ আৱশ্যক

September 16, 2025 7:01 am
অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

অমলেটত ভিঞ্চিৰ মনালিছা! কণীৰ কুহুমত নিখুঁত অংকন চিত্ৰশিল্পীৰ

September 15, 2025 9:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

আমেৰিকাৰ শুল্কৰ বাবে ২৫ হাজাৰ কোটি টকাৰ লোকচান অন্ধ্ৰ প্ৰদেশৰ! কেন্দ্ৰক সহায়ৰ আহ্বান নাইডুৰ

September 16, 2025 8:20 am
UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

UPIৰ নতুন নিয়ম: বৃদ্ধি হ’ল ধন পৰিশোধৰ সীমা, ব্যৱহাৰকাৰীৰ বাবে নতুন সুবিধা

September 16, 2025 7:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd