• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আৰ্থ-সামাজিক দিশত ভাৰতৰ ভিতৰতে আগবঢ়া মণিপুৰৰ মহিলা : সমাজ কল্যাণ মন্ত্ৰী নেমচা কিপগেন

সভাপতি চামম by সভাপতি চামম
May 21, 2018 6:08 pm
703
VIEWS
Share on FacebookShare on Twitter

পুনেস্থিত মহিলা অধ্যয়ন আৰু প্ৰশিক্ষণ কেন্দ্ৰ ‘দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰ’ই মণিপুৰৰ মহিলাসকলৰ আৰ্থ-সামাজিক অৱস্থাৰ ওপৰত সম্পন্ন কৰা সম্পন্ন কৰা এটা অধ্যয়নৰ জৰীপ প্ৰতিৱেদন মণিপুৰৰ সমাজ কল্যাণ  আৰু নিগম মন্ত্ৰী নেমচা কিপগেন উন্মোচন কৰে। এই প্ৰতিৱেদনখন মণিপুৰ বিশ্ববিদ্যালয়ৰ কোৰ্ট হলত উন্মোচন কৰা হয়।

দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰই প্ৰকাশ কৰা ৫৬ পৃষ্ঠাজোৰা প্ৰতিৱেদনটোত শিক্ষা, স্বাস্থ্য, নিয়োগ, সামাজিক মৰ্যাদা, সামাজিক কাম-কাজ, পৰিয়াল ব্যৱস্থা, বিবাহ ব্যৱস্থা ইত্যাদিত তেওঁলোকৰ ভূমিকা আদিৰ সাংখ্যিক কাৰকৰ ভিত্তিত মহিলা-বিষয়ক বিষয়সমূহৰ ওপৰত গৱেষণা আৰু তথ্য প্ৰতিপাদনৰ লগতে তেওঁলোকৰ জীৱনক ভৌগোলিক অৱস্থা, ৰাজনৈতিক প্ৰেক্ষাপট আৰু ৰাজনৈতিক মানসিকতাই কেনেদৰে প্ৰভাৱিত কৰে তাৰে ওপৰত প্ৰস্তুত কৰা হৈছে।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী নেমচাই কয় যে সংগঠিত কিংবা অসংগঠিত দুয়োটা   খণ্ডতেই আৰ্থ-সামাজিক দিশত মণিপুৰী মহিলাসকলে বিপুল বৰঙণি যোগাই আহিছে আৰু তেওঁলোকৰ উপস্থিতিৰ স্বাক্ষৰ ৰাখিছে। তেওঁ আৰু কয়।

যে বহুতো সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক কাম-কাজত মণিপুৰী মহিলাসকল সাহসী, কৰ্মদক্ষ আৰু সক্ৰিয়।

মহিলা সশক্তিকৰণ আৰু কল্যাণৰ বাবে বলৱৎ কৰা কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ভালেমান আঁচনিৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ কয় যে এই আঁচনিসমূহে মহিলাসকলক সুৰক্ষা, উন্নত স্বাস্থ্য সুবিধা, পৰ্যাপ্ত শিক্ষা প্ৰদান কৰি তেওঁলোকক নিয়োজিত হোৱাৰ যোগ্যতা প্ৰদান কৰা আৰু তেওঁলোকক আৰ্থিকভাৱে শক্তিশালী কৰিব।

নেমচাই চৰকাৰে বলৱৎ কৰা আঁচনিসমূহৰ সুবিধা গ্ৰহণ কৰিবলৈ তেওঁলোকৰ জীৱন সামাজিক আৰু আৰ্থিকভাৱে স্বচ্চল কৰাৰ বাবে মহিলাসকললৈ আহ্বান জনায়। তেওঁ আৰু কয় যে যিকোনো সামাজিক আঁচনিৰ বাবে যোগ্য কাকোৱেই তেওংলোকৰ প্ৰাপ্্যৰ পৰা বঞ্চিত কৰা নহ’ব।

দৃষ্টি শ্ৰী অধ্যয়ন প্ৰবোদন কেন্দ্ৰৰ প্ৰতিষ্ঠাত্ৰী ন্যাসৰক্ষী গীতা গুণ্ডেই ভাৰতৰ অন্য প্ৰান্তৰ মহিলা আৰু মণিপুৰৰ মহিলাসকলৰ তুলনা কৰি মণিপুৰী মহিলাসকলৰ আৰ্থ-সামাজিক মৰ্যাদাৰ ওপৰত বক্তব্য ডাঙি ধৰে।

এই অনুষ্ঠানত মণিপুৰৰৰ শিক্ষায়তনিক ক্ষেত্ৰখনৰ ভালেমান বিখ্যাৎ ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd