• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অস্থিৰ পৰিস্থিতিৰ মাজতে গণহত্যাৰ বলি বাংলাদেশী অভিনেতা শান্তো খান আৰু পিতৃ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 8, 2024 2:24 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ব্যাপক অশান্তিৰ মাজতে সোমবাৰে নিশা এজন বাংলাদেশী অভিনেতা আৰু তেওঁৰ পিতৃক লিঞ্চ কৰি হত্যা কৰা হয়। সংবাদ সংস্থা পিটিআইৰ বাতৰি অনুসৰি অভিনেতা শান্তো খান, আৰু তেওঁৰ পিতৃ চেলিম খান বাংলাদেশৰ এটা বিখ্যাত প্ৰডাকচন হাউছৰ মালিক আছিল।

পিতৃ-পুত্ৰৰ যুটিটোক নৃশংস হত্যাৰ আঁৰৰ কোনো নিশ্চিত কাৰণ নাই। অৱশ্যে চৰকাৰ বিৰোধী হিংসাত্মক বিক্ষোভৰ মাজতে যোৱা কেইটামান সপ্তাহত অহৰহ আক্ৰমণৰ সন্মুখীন হোৱা চেলিম খান আৱামী লীগৰ এজন বহিষ্কৃত নেতা আছিল বুলি জানিব পৰা গৈছে।

সোমবাৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দলটোৰ মুৰব্বী শ্বেখ হাছিনাই ভগ্নীক লৈ ভাৰতলৈ পলায়ন কৰে। শান্তো খান আৰু চেলিম খানক একেদিনাই লিঞ্চ কৰা হৈছিল।

Apply Now

অভিনেতাগৰাকীৰ নিৰ্মম হত্যাকাণ্ডই কলকাতা চলচ্চিত্ৰ জগতত শোকৰ সৃষ্টি কৰিছিল, কিয়নো টলিউডৰ বহু অভিনেতাই এই খবৰ শুনি স্তম্ভিত হোৱা বুলি কয়।

২০১৯ চনত ‘প্ৰেম চোৰ’ ছবিৰে অভিষেক ঘটা শান্তো খানে পিছলৈ ২০২১ চনত ‘পিয়ে ৰে’, ২০২৩ চনত ‘বুবুজান’ আৰু ২০২৪ চনত ‘আণ্টো নগৰ’ ছবিত কাম কৰে।

২০২১ চনত ‘টুংগীপাৰাৰ মিয়া ভাই’ ছবিখনত এজন যুৱক বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ চৰিত্ৰত অভিনয় কৰিছল যুৱ অভিনেতাগৰাকীয়ে৷ উল্লেখযোগ্য যে মুজিবুৰ ৰহমান শ্বেখ হাছিনাৰ পিতৃ আছিল।

চৰকাৰী চাকৰিৰ কোটাক লৈ প্ৰতিবাদ হিচাপে আৰম্ভ হোৱা অস্থিৰতাত বাংলাদেশ জড়িত হৈ পৰিছে যদিও যোৱা কেইটামান সপ্তাহত চৰকাৰ বিৰোধী হিংসাত্মক বিক্ষোভলৈ ৰূপান্তৰিত হৈছে। এই অশান্তিৰ ফলত হত্যাকাণ্ড সংঘটিত হৈছে, এতিয়ালৈকে ৪০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

সোমবাৰে এখন সামৰিক বিমানত ভগ্নী আৰু ঘনিষ্ঠ সহযোগীসকলৰ সৈতে ভাৰতলৈ পলায়ন কৰে শ্বেখ হাছিনা।

ইফালে, বৃহস্পতিবাৰে সন্ধিয়া নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে (৮৪) অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা হিচাপে শপত গ্ৰহণ কৰিব। তেওঁ পেৰিছৰ পৰা ঢাকালৈ গৈ আছিল, য’ত তেওঁ চিকিৎসাৰ বাবে গৈছিল।

দেশখনক নেতৃত্ব দিবলৈ প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীসকলৰ অন্যতম শীৰ্ষ পছন্দ আছিল নোবেল বঁটা বিজয়ী, আৰু তেওঁ একেই কথা মানি লৈছিল। বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনে মঙলবাৰে সংসদ ভংগ কৰি ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিযুক্তি দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

কৰ্কট ৰোগৰ সৈতে যুঁজি মাত্ৰ ২৬ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় টিকটক তাৰকা ছিডনী টাৱেলৰ

August 7, 2026 12:18 pm
কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

কিহৰ বাবে এই শাস্তি? মেটাক ৫০০০ কোটি টকা জৰিমনা আদায় দিয়াৰ নিৰ্দেশ আদালতৰ

August 7, 2026 11:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

বিদ্যালয়ত শ্ৰেণী আৰম্ভ হোৱাৰ পিছতে নিৰ্বিচাৰ গুলীচালনা; ৬জনৰ মৃত্যু, কমেও ১৫ জন আহত

August 7, 2026 3:00 pm
বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

বান সাহায্যৰ পৰ্যালোচনা মুখ্য সচিবৰ; ক্ষয়ক্ষতিৰ মূল্যায়নৰ বাবে ১৪ আগষ্ট সময়সীমা নিৰ্ধাৰণ

August 7, 2026 1:27 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd