• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জেলতই থাকিব লাগিব কেজৰিৱাল! উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে চিবিআই গোচৰৰ অন্তৱৰ্তীকালীন জামিন আবেদন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 14, 2024 5:02 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে আপাততঃ উচ্চতম ন্যায়ালয়ত সকাহ নাপালে। বুধবাৰে কেজৰিৱালৰ অন্তৱৰ্তীকালীন জামিন আবেদনৰ শুনানি গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে। এই গোচৰত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআইৰ বক্তব্য বিচাৰিছে উচ্চতম ন্যায়ালয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি ২৩ আগষ্টত হ’ব। সেইদিনা কেজৰিৱালৰ জামিন সন্দৰ্ভত চিবিআইয়ে বিবৃতি দিব লাগিব।

দিল্লী আবকাৰী গোচৰত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল ইডিয়ে। জেলত থকাৰ সময়তে একেটা গোচৰতে চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল। সেই গোচৰৰ জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰিৱালে। ৫ আগষ্টত কেজৰিৱাল গোচৰৰ শুনানিৰ সময়ত ন্যায়াধীশ নীনা বংছাল কৃষ্ণৰ বিচাৰপীঠে পৰ্যবেক্ষণ কৰিছিল যে গ্ৰেপ্তাৰৰ আঁৰত চিবিআইৰ ‘ন্যায্য’ কাৰণ আছে। গতিকে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ এই কাৰ্যক কেতিয়াও অবৈধ বুলি ক’ব নোৱাৰি। একে সময়তে দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৱালৰ জামিন আৱেদনৰ গোচৰটো নিষ্পত্তি কৰিছে।

উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছতে যোৱা ১২ আগষ্টত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। বুধবাৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সূৰ্য্য কান্তৰৰ বিচাৰপীঠত কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয় যে ১০ মে’ত আবকাৰী গোচৰত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন দিয়া হৈছিল। পিছত জুলাই মাহত তেওঁ একেটা গোচৰতে জামিন লাভ কৰে। আনকি নিম্ন আদালতেও চিবিআইৰ গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। ইয়াৰ উপৰিও চিবিআইৰ গ্ৰেপ্তাৰক উচ্চতম ন্যায়ালয়ত ‘অবৈধ’ বুলিও উল্লেখ কৰা হৈছিল।

Apply Now

আদালতত কেজৰিৱালৰ অধিবক্তাই কয় যে আবকাৰী গোচৰ ৰুজু হোৱাৰ এবছৰ ১০ মাহৰ পাছত চিবিআইয়ে তেওঁৰ ক্লায়েণ্টক গ্ৰেপ্তাৰ কৰে। ইয়াৰ পিছত কেজৰিৱালেকে অন্তৱৰ্তীকালীন জামিনৰ বাবে আবেদন জনায়। উচ্চতম ন্যায়ালয়ে নাকচ কৰিলে। ন্যায়াধীশ সূৰ্য্য কান্তৰৰ বিচাৰপীঠে কয়, ‘অন্তৱৰ্তীকালীন জামিনৰ কথা নক’ব। আমি কোনো অন্তৱৰ্তীকালীন জামিন নিদিওঁ।”

মন কৰিবলগীয়া যে দিল্লীৰ আবকাৰী গোচৰত ২১ মাৰ্চত ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰীক। তেতিয়াৰ পৰাই তেওঁ জেলত আছে। লোকসভা নিৰ্বাচনৰ সময়ত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত অন্তৱৰ্তীকালীন জামিনত কিছুদিন বাহিৰত আছিল। ২ জুনত পুনৰ আত্মসমৰ্পণ কৰে কেজৰীয়ে। আনহাতে, তেওঁ নিম্ন আদালতৰ পৰাও কেইবাবাৰো জামিন বিচাৰি উচ্চতম ন্যায়ালয়লৈ আবেদন জনাইছিল। কিছুদিন পূৰ্বে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত কেজৰিৱালক জামিন মঞ্জুৰ কৰিছিল। অৱশ্যে কাৰাগাৰত থকাৰ সময়তে এই গোচৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰে। চিবিআইৰ গোচৰত জামিন বিচাৰি দিল্লী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল কেজৰীয়ে। খাৰিজ হোৱাৰ পিছত উচ্চতম ন্যায়ালয়ত আবেদন জনায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

মাত্ৰ ২২৫০ টকাৰ বাবে লক্ষ্ণৌত নিৰ্মম হত্যাকাণ্ড; সুৰাসক্ত বন্ধুক বিদ্যুৎস্পৃষ্ট কৰি হত্যা যুৱকৰ

October 4, 2026 9:30 pm
নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

নেহা বৰা আৰু সাংবাদিক ৰ’জী ক’ত? অচিনাক্ত বাহনত উঠাই নিয়াৰ গুৰুতৰ অভিযোগ দিল্লী আৰক্ষীৰ বিৰুদ্ধে

October 4, 2026 8:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

ডাঙৰ কৃতিত্ব অৰ্জন কৰিলে সূৰ্যবংশীয়ে; বিশ্বৰ অদ্বিতীয় ব্যক্তিসকলৰ সৈতে স্থান পালে বৈভৱে

October 5, 2026 9:09 am
কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

কোটি কোটি নাগৰিকৰ ভোটাধিকাৰ কাঢ়ি লোৱাটো স্বেচ্ছাচাৰিতা; কোনো অজুহাতেই নাখাটে: ন্যায়াধীশ উজ্জল ভূঞা

October 5, 2026 8:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd