• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টাইব্ৰেকাৰত ৩৪টা পেনাল্টি! কল্পনা কৰিব পাৰিনে? ঐতিহাসিক জয় সাৱ্যস্ত নেদাৰলেণ্ডৰ ক্লাবৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 17, 2024 10:05 am
2.1k
VIEWS
Share on FacebookShare on Twitter

টাইব্ৰেকাৰত ৩৪টা পেনাল্টি শ্বট। কল্পনা কৰিব পাৰিনে? হয়, বাস্তৱত সেইটোৱে  ঘটিছে। দৰাচলতে এ এফ চি আয়াক্স আৰু পানাথিনাইকোছ এফ.চি.ৰ মাজৰ খেলখনত দেখা গ’ল মাৰাথন পেনাল্টি শ্বট। একেৰাহে ৩৪টা পেনাল্টি শ্বটৰ  দীঘলীয়া টাইব্ৰেকাৰৰ অন্তত নেদাৰলেণ্ডৰ ক্লাব আয়াক্সে জয়লাভ কৰে।

ইয়াৰ লগে লগে এই মেচখন ইউৰোপীয় ফুটবলৰ দীঘলীয়া পেনাল্টি শ্বুট আউট তালিকাত অন্তৰ্ভুক্ত হ’ল।

ইউৰোপা লীগৰ খেলখনত আয়াক্স আৰু পানাথিনাইকোছৰ মুখামুখি হয় । পৰিস্থিতি এনেকুৱা আছিল যে এই মেচত জয়ী হোৱা দলটো প্লে অফত থাকিব। তাৰ পৰা নিজ নিজ দলে প্ৰতিযোগিতাৰ মূলপৰ্বত খেলিব। উল্লেখ্য যে এই দুটা দলে যোৱা সপ্তাহত এথেন্সত মুখামুখি হৈছিল।

লগতে পঢ়কঃ “আৰ জি কৰৰ যুৱতী চিকিৎসকৰ ছবি বা নাম প্ৰকাশ নকৰিব, আইনমতে নিষিদ্ধ”, ক’লে উচ্চ ন্যায়ালয়ে

সেই মেচখনত আয়াক্সে ১-০ গ’লত জয়লাভ কৰিছিল। কিন্তু ঘৰুৱা খেলপথাৰত ০-১ গ’লত পৰাস্ত হয় আয়াক্স। ফলত দুয়োখন লেগৰ ফলাফল ১-১ হয়।

সেই সময়তে পেনাল্টি শ্বুটআউটত দুয়োটা দলে এটাকৈ শ্বট মিছ কৰাৰ বাবে মেচখন হঠাতে ছাডেন ডেথলৈ যায়। আৰু তাতেই আৰম্ভ হয় নাটকখন। এবাৰ যদি আয়াক্সে গ’ল দিয়ে গ্ৰীক ক্লাবেও ওলোটাই গ’ল দিয়ে।

সেইদৰে, যদি আয়াক্সে শ্বট নষ্ট কৰে তেন্তে পানাথিনাইকোছেও গ’ল নষ্ট কৰে। ১৭ ৰাউণ্ডলৈকে ছাডেন ডেথ চলি থাকে। শেষত পানাথিনাইকোছৰ হৈ ছাডেন ডেথত  গ’ল দিব নোৱাৰিলে টনি ভিলহেনাই। আনহাতে, আয়াক্সৰ হৈ এণ্টনে গ’ল দিয়ে।

লগতে পঢ়কঃ চাণক্য নীতি: এই ৪ বিধ মানুহৰ লগত কেতিয়াও কাজিয়া নকৰিব,পস্তাব লাগিব গোটেই জীৱন

ফলত পেনাল্টি শ্বুটআউটত আয়াক্সে ১৩–১২ গ’লৰ ব্যধানত জয়লাভ কৰে। ইউৰোপীয় ফুটবলৰ ইতিহাসত এইটোৱেই এতিয়ালৈকে দ্বিতীয় সৰ্বাধিক স্ক’ৰ। যোৱা ২০২৩ চনৰ জুলাই মাহত ইউৰোপা লীগত মাল্টা ক্লাব জিৰাই উত্তৰ আয়াৰলেণ্ডৰ ক্লাব গ্লেণ্টোৰানক ১৪-১৩ গ’লত পৰাস্ত কৰিছিল। 

Recent News

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

এইবাৰ লখিমপুৰত চলিল বুলড’জাৰ : ২২০ টা পৰিয়ালক উচ্ছেদ প্ৰশাসনৰ

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

চিনেমেট’গ্ৰাফ এক্ট, ১৯৫২ : অপ্ৰমাণিত চলচ্চিত্ৰৰ প্ৰদৰ্শন আৰু অকৰ্তৃত্বশীল ৰেকৰ্ডিঙৰ জৰিয়তে পাইৰেচিৰ ক্ষেত্ৰত বিহা হ’ব কঠোৰ শাস্তি

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

পদ্ম বঁটা–২০২৬ৰ বাবে মনোনয়নৰ বিচাৰিছে চৰকাৰে : মনোনয়নৰ অন্তিম দিন ৩১ জুলাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

ক’ভিডৰ পিছত প্ৰাপ্তবয়স্কৰ আকস্মিক মৃত্যুকলৈ আইচিএমআৰ আৰু এইমছৰ বিস্তৃত অধ্যয়নত প্ৰকাশ : ভেকচিন আৰু আকস্মিক মৃত্যুৰ মাজত কোনো সম্পৰ্ক নাই

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd