• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অন্তৰ্বাসে আনিছে ভাল খবৰ : পূৰ্বতকৈ বৃদ্ধি পাইছে অন্তৰ্বাসৰ বিক্ৰী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 19, 2024 4:03 pm
392
VIEWS
Share on FacebookShare on Twitter

অন্তৰ্বাসে আনিছে ভাল খবৰ। দেশত পূৰ্বতকৈ অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি পাইছে। কভিডৰ সময়ত দেশৰ অৰ্থনীতি বিধ্বস্ত হৈ পৰিছিল। যাৰ ফলত হ্ৰাস পাইছিল অন্তৰ্বাসৰ বিক্ৰী। এতিয়া অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি হোৱা ঘটনাই দেশৰ অৰ্থনীতি ভাললৈ অহাৰ ইংগিত দিছে।

উল্লেখ্য যে অন্তৰ্বাস ক্ৰয়-বিক্ৰয়ৰ লগত জড়িত হৈ আছে অৰ্থনীতিৰ এক বিশেষ ফৰ্মূলা। মুদ্রাস্ফীতিৰ হাৰ হ্ৰাসকে ধৰি কেতবোৰ বিশেষ কাৰকে দেশৰ অৰ্থনৈতিক উন্নতিৰ ইংগিত দিয়ে অন্তৰ্বাসে।

অন্তৰ্বাস নিৰ্মাতা আৰু বিক্ৰেতা সকলে জনোৱা মতে চলিত বছৰত ক্ৰমান্বয়ে অন্তৰ্বাসৰ বিক্ৰী বৃদ্ধি পাইছে। অৰ্থনৈতিক বিশেষজ্ঞৰ মতে অন্তৰ্বাস বিক্ৰীৰ বৃদ্ধি হোৱাটোৱে অৰ্থনীতি উন্নত হোৱাতো বুজায়।

বজাৰ বিশ্লেষকৰ তথ্যমতে অর্থনৈতিক দুৰৱস্থা বা মন্দাৱস্থাৰ সময়ত পুৰুষ আৰু মহিলাই সাধাৰণতে অন্তর্বাস ক্ৰয়ৰ ক্ষেত্ৰত কিছু হাত ধৰি চলে। মন্দাৱস্থাত সাধাৰণতে পুৰুষে এটা অন্তর্বাস যিমান দিনলৈ পাৰে সিমান দিনলৈকে পৰিধান কৰাৰ চেষ্টা কৰে। অর্থনৈতিক দুৰৱস্থাৰ সময়ত পুৰণি অন্তর্বাসকেই ব্যৱহাৰ কৰে বুলি বজাৰ বিশ্লেষকে উল্লেখ কৰিছে।

জানিব পৰা মতে পূৰ্বতকৈ চলিত বছৰত অৰবিন্দ ফেশ্বনছৰ ১০ শতাংশ, ৰূপাৰ ৯ শতাংশ, লাক্সৰ ৮ শতাংশ আৰু ভি আই পিৰ প্রায় ১০ শতাংশ বিক্ৰী বৃদ্ধি পাইছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd