• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পশ্চিম বংগ আৰক্ষীৰ ভূমিকাত ক্ষুণ্ণ সৰ্বোচ্চ ন্যায়ালয়; ৩০ বছৰীয়া অভিজ্ঞতাত কেতিয়াও এনে অৱস্থা নাইদেখা বুলি মন্তব্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 22, 2024 2:20 pm
28.7k
VIEWS
Share on FacebookShare on Twitter

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে আৰ জি গোচৰক লৈ ৰাজ্য আৰু কলকাতা আৰক্ষীক পুনৰ গৰিহণা দিয়ে। উচ্চতম ন্যায়ালয়ে ধৰ্ষণ-হত্যাৰ গোচৰ ৰুজু কৰা কলকাতা আৰক্ষী বিষয়াগৰাকীক পৰৱৰ্তী শুনানিৰ তাৰিখত আদালতত হাজিৰ হৈ সময়সূচী অৱগত কৰিবলৈ নিৰ্দেশ দিছে।

উচচতম ন্যায়ালয়ৰ এই সবিশেষক লৈ অতি অসন্তুষ্ট। আদালতে এই প্ৰশ্ন উত্থাপন কৰিলে, যিটো অতি কঠিন বিষয়, যে পুৱা ১০.১০ বজাত অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰা হয়। অৱশ্যে নিশা অপৰাধস্থলী আৰু প্ৰমাণ জব্দ কৰা হয়।

ন্যায়াধীশ জে বি পাৰ্দিৱালাই ৰাজ্য চৰকাৰৰ হৈ হাজিৰ হোৱা অধিবক্তাসকলক ধমক দি কয় যে, “আপোনালোকৰ ৰাজ্যই সমগ্ৰ ঘটনাটোত যি ধৰণে কাম কৰিছে, মই মোৰ ৩০ বছৰীয়া আইনী কেৰিয়াৰত এনেকুৱা কাম কেতিয়াও দেখা নাই।”

পুৱা ৫:২০ বজাত এখন আৰক্ষীৰ ডায়েৰী তৈয়াৰ কৰা হয় বুলি আদালতে জানিবলৈ দিয়ে। চিকিৎসালয়খনে ১০:১০ বজাত আৰক্ষীক খবৰ দিয়ে। তাত লিখা আছিল যে এগৰাকী মহিলাক অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ কৰা হৈছে। মেডিকেল ব’ৰ্ডে নিশ্চিত কৰে যে এয়া ধৰ্ষণৰ গোচৰ। আৰু সৰ্বোপৰি মৰণোত্তৰ পৰীক্ষাৰ পাছত অপৰাধস্থলীক ঘেৰি ৰখা আৰক্ষী। গতিকে কি হৈ আছিল?

উচ্চতম ন্যায়ালয়ত ষ্টেটাছ ৰিপৰ্ট দাখিল কৰা চিবিআইৰ অধিবক্তাগৰাকীয়ে কয় যে ভুক্তভোগীৰ মৃতদেহ দাহ কৰাৰ পাছতে এফআইআৰ দাখিল কৰা হৈছে। অৰ্থাৎ সমগ্ৰ ঘটনাটো ঢাকিবলৈ চেষ্টা কৰা হৈছে। চিবিআইৰ আৰু এটা বক্তব্য আছিল যে ঘটনাৰ পাঁচ দিনৰ পাছত আমি তদন্তকাৰী দলটোৰ কাম হাতত লৈছিলোঁ। মাজতে সকলো সলনি হৈ গৈছে।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd