• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কেন্দ্ৰীয় চৰকাৰৰ নতুন পেঞ্চন আঁচনি ঘোষণা! উপকৃত হ’ব ২৩ লাখ চৰকাৰী কৰ্মচাৰী

নৰ্থ ইষ্ট নাও অসমীয়া by নৰ্থ ইষ্ট নাও অসমীয়া
August 25, 2024 7:28 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰৰ নেতৃত্বত কেবিনেট বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত নতুন পেঞ্চন আঁচনিয়ে অনুমোদন লাভ কৰিছে। তাৰ অৰ্থ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে এটা ডাঙৰ খবৰ। আগন্তুক নতুন পেঞ্চন আঁচনিৰ জৰিয়তে কমেও ২৩ লাখ চৰকাৰী কৰ্মচাৰী উপকৃত হ’বলৈ গৈ আছে।

সমগ্ৰ দেশৰ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি (এন পি এছ) দীৰ্ঘদিন ধৰি চলি আহিছে। অৱশ্যে এই প্ৰকল্পটোক লৈ বহু লোকৰ বহু অভিযোগ আছিল। এই প্ৰকল্পটো সলনি কৰাৰ দাবী উঠিছিল। এন পি এছৰ অধীনত অৱসৰৰ পাছত চৰকাৰী কৰ্মচাৰীৰ আৰ্থিক নিৰাপত্তা নিশ্চিত নহয় বুলি আঁচনিখন সলনি কৰিবলৈ অনুৰোধ জনোৱা হৈছিল। এতিয়া কেন্দ্ৰীয় ঘোষণাই অভিযোগকাৰীসকলক শান্ত কৰাৰ সম্ভাৱনা আছে।

আগন্তুক নতুন পেঞ্চন আঁচনিখনৰ নাম দিয়া হৈছে ‘ইউনিফাইড পেঞ্চন আঁচনি’ (ইউ পি এছ)। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা মুকলি কৰা হ’ব। অৱশ্যে পূৰ্বৰ প্ৰকল্পটো প্ৰত্যাহাৰ কৰা হোৱা নাই। ইয়াৰ পৰিৱৰ্তে এতিয়া পেঞ্চনাৰসকলে দুয়োটাৰ মাজৰ পৰা এটা বাছনি কৰাৰ বিকল্প লাভ কৰিব। কিন্তু দুয়োখন আঁচনিৰ সুবিধা একেলগে লাভ কৰিব নোৱাৰিব।

Apply Now

কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণবে কয় যে প্ৰধানমন্ত্ৰীয়ে কেবিনেট সম্পাদক টিভি সোমনাথৰ নেতৃত্বত এখন সমিতি গঠন কৰিছে। এই সমিতিখনে ৰাজ্যৰ বিভিন্ন সংগঠনৰ লগতে প্ৰায় সকলো কৰ্মচাৰী সংগঠনৰ সৈতে কেইবাখনো বৈঠকত মিলিত হয়। তেতিয়াহে এই নতুন পেঞ্চন আঁচনিৰ সিদ্ধান্ত লোৱা হ’ল। অৱশ্যে ভাৰতীয় ৰিজাৰ্ভ বেংককে ধৰি কেইবাটাও বেংকৰ সৈতেও আলোচনা কৰা হৈছে বুলিও তেওঁ কয়।

নিশ্চিত পেঞ্চন, নিশ্চিত পৰিয়াল পেঞ্চন আৰু নিশ্চিত ন্যূনতম পেঞ্চন, এই নতুন আঁচনিখনত মূল তিনিটা ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে যদি কমেও ২৫ বছৰ কাম কৰিছে তেন্তে তেওঁৰ শেষৰ এবছৰৰ সেৱাৰ গড় মাহিলী দৰমহাৰ (বেচিক) ৫০ শতাংশ পেঞ্চন হিচাপে পাব।

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ ইষ্ট নাও অসমীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd