• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিংখঙত কংগ্ৰেছ, বিজেপি ত্যাগ কৰি আপত যোগদান; ৰাজ্যৰ শেহতীয়া পৰিস্থিতিৰ বাবে মুখ্যমন্ত্ৰীক সমালোচনা ডাঃ ভবেন চৌধুৰীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 27, 2024 5:14 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিংখঙত দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে জড়িত সমষ্টি আৰু গাওঁ পঞ্চায়ত পৰ্যায়ৰ বহুকেইগৰাকী নেতা-কৰ্মীয়ে আজি আম আদমী পাৰ্টিত যোগদান কৰে। টিংখং বিধান সভা সমষ্টিৰ ৰাজগড়স্থিত ভূঞা বিবাহ ভবনত অনুষ্ঠিত যোগদান সভাত আপৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, দলৰ জ্যেষ্ঠ নেতা মনোজ ধানোৱাৰ আৰু ডিব্ৰুগড় জিলা আপৰ নেতা শম্ভু তাঁতীৰ উপস্থিতিত আপত যোগদান কৰে

পিঠাগুটি গাওঁ পঞ্চায়তৰ বিজেপি সভাপতি জিতেন তাঁতী, কান্ত মুৰ্মু, বিনোদ ঘিছিঙৰ লগতে বিজেপিৰ পৰা পদত্যাগ কৰি অহা বহুকেইগৰাকী কৰ্মকৰ্তা । আনহাতে, কংগ্ৰেছ দলৰ সংখ্যালঘু বিভাগৰ প্ৰাক্তন নেতা নিকোলাচ টপ্ন’ৰ লগতে পাপু ওৰাঙেও আজি কংগ্ৰেছ ত্যাগ কৰি আপত যোগদান কৰে। আম আদমি পাৰ্টীৰ নীতি – আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে এইসকল নেতা কৰ্মীয়ে।

দিল্লী আৰু পঞ্জাৱৰ দৰে অসমতো আপে কামৰ ৰাজনীতি আৰম্ভ কৰিব বুলি আশা প্ৰকাশ কৰে। আপৰ ৰাজ্যিক সভাপতি ডাঃ চৌধুৰীয়ে দলত যোগদান কৰা নৱাগত সকলক আদৰণি জনায় কয়, ” মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত দিল্লীত আৰু ভগৱন্ত মানৰ নেতৃত্বত পঞ্জাবত আম আদমী পাৰ্টিৰ চৰকাৰ আছে। তেওঁলোকে জনসাধাৰণৰ উন্নয়নৰ স্বাৰ্থত বহু কল্যাণকামী আঁচনি গ্ৰহণ কৰিছে।

অসমতো আমি আম আদমী পাৰ্টিৰ কামৰ ৰাজনীতি আৰম্ভ কৰিব বিচাৰিছোঁ। আগন্তুক দিনত আমি আপক কংগ্ৰেছ আৰু বিজেপিৰ শক্তিশালী বিকল্প হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ম। অহা পঞ্চায়ত নিৰ্বাচনত আমি আমাৰ শক্তি প্ৰদৰ্শন কৰিম। ” তদুপৰি, ৰাজ্যখনৰ শেহতীয়া আইন শৃংখলা পৰিস্থিতিৰ অৱনতিৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰে ডাঃ চৌধুৰীয়ে। তেওঁ কয়,” চৰকাৰৰ গৃ বিভাগৰ দায়িত্বত আছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

অথচ চৌদিশে সংঘটিত হত্যা, হিংসা, বলাৎকাৰৰ দৰে ঘটনাবোৰ তেওঁ প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত চৰম ব্যৰ্থ হৈছে।” দলৰ নেতা মনোজ ধানোৱাৰেও বিজেপি চৰকাৰৰ দুৰ্নীতি – ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়। ধানোৱাৰে ৰাজ্যখনত দুৰ্নীতি মুক্ত প্ৰশাসন, জনগোষ্ঠী সমূহৰ মাজত শান্তি আৰু ভাতৃত্ব তথা সামাজিক উন্নয়নৰ স্বাৰ্থত আম আদমী পাৰ্টিক সমৰ্থন কৰিবলৈ আহ্বান জনায়।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd