• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যৌন নিৰ্যাতন! মালয়ালম শিল্পী পৰিষদ ভংগ, বিখ্যাত অভিনেতা মোহনলালৰ সভাপতি পদৰ পৰা পদত্যাগ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
August 27, 2024 7:43 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মালয়ালম চিনেমা জগতত অভিনেত্ৰীসকলক যৌন নিৰ্যাতন আৰু হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰা হেমা কমিটীৰ প্ৰতিবেদনৰ পৰিপ্ৰেক্ষিতত কেৰালাৰ শীৰ্ষ শিল্পী সংস্থা আম্মা বা এছ’চিয়েচন অৱ মালয়ালম মুভি এক্টৰছ ভংগ কৰা হৈছে। মঙলবাৰে এই সংগঠনৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে অভিনেতা মোহনলালে। কেৱল সেয়াই নহয়, সমগ্ৰ সমিতিখন ভংগ কৰা হৈছে।

সূত্ৰ অনুসৰি মোহনলালৰ বাহিৰেও কাৰ্যনিৰ্বাহক সমিতিৰ সকলো সদস্যই পদত্যাগ কৰিছে। আম্মাৰ এক বিবৃতি অনুসৰি #MeToo ৰ দৰে অভিযোগ উত্থাপন কৰাৰ বাবে সমিতিৰ একাংশৰ বিৰুদ্ধে একাংশ অভিনেত্ৰীৰ নৈতিক দায়বদ্ধতাৰ বাবে সিদ্ধান্ত গ্ৰহণ সমিতিখন ভংগ কৰা হৈছে। সভাপতিকে ধৰি সকলো সদস্যই একেলগে পদত্যাগ কৰিছে। দুমাহৰ ভিতৰত নতুন সমিতিৰ নিৰ্বাচন সম্পূৰ্ণ হ’ব।

মালয়ালম চিনেমা জগতৰ উদীয়মান, নতুন আৰু প্ৰতিষ্ঠিত অভিনেত্ৰীসকলৰ যৌন সম্পৰ্ক, মানহানি, নিৰ্যাতন আৰু যৌন নিৰ্যাতনৰ অন্ধকাৰ বাস্তৱতা পোহৰলৈ অহাৰ লগে লগে #MeToo আন্দোলনে পুনৰবাৰ গতি লাভ কৰিছে। শেহতীয়াকৈ হেমা কমিটীৰ প্ৰতিবেদনত মালয়ালম চলচ্চিত্ৰ উদ্যোগৰ তলত দিনক দিনে চলি থকা প্ৰভাৱশালী অভিনেতা, পৰিচালক, প্ৰযোজক আৰু চিনেমাট’গ্ৰাফাৰে মহিলা শিল্পীৰ ওপৰত কৰা যৌন নিৰ্যাতনৰ জ্বলন্ত সত্য উদঙাই দিছে।

Apply Now

কিছুদিন পূৰ্বে মালয়ালম চিনেমা জগতৰ কলংকিত আৰু অস্বস্তিকৰ পৰিস্থিতিৰ বিষয়েও মুকলিকৈ কৈছে বঙালী অভিনেত্ৰী শ্ৰীলেখা মিত্ৰই। এতিয়া সেই অভিযোগৰ সপক্ষে এগৰাকীৰ পিছত আনগৰাকী অভিনেত্ৰীয়ে মুখ মেলিছে। ফলত সমগ্ৰ চলচ্চিত্ৰ জগতৰ কুৎসিত মুখখন লজ্জাজনক হৈ পৰিছে।

কেৰালা এছ’চিয়েশ্যন অৱ মালয়ালম মুভি আৰ্টিষ্টৰ সাধাৰণ সম্পাদকৰ পদৰ পৰা পদত্যাগ কৰিছে অভিনেতা ছিদ্দিকে। এই সংস্থাটোৱেই হৈছে মলীউডৰ সৰ্বোচ্চ শক্তি কেন্দ্ৰ।

যুৱ অভিনেতা ৰেৱতী সম্পাটে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। তেওঁ ছিদ্দিকক কঠোৰ অপৰাধী বুলি অভিযোগ কৰে। ২০১৬ চনত ছিদ্দিকে তেওঁক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল।

সোমবাৰে আন এগৰাকী অভিনেত্ৰী মিনু মুনিৰে বিখ্যাত তাৰকা এম মুকেশ আৰু জয়সূৰ্য্যৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ দাখিল কৰে। ফেচবুকত এটা পোষ্টত লিখিছে, মুকেশ, মনিয়ানপিল্লা ৰাজু, ইদাবেলা বাবু আৰু জয়সূৰ্য্যই তেওঁক শাৰীৰিক আৰু মানসিকভাৱে হাৰাশাস্তি কৰিছিল। ২০১৩ চনত এখন চিনেমাৰ শ্বুটিং চেটত সংঘটিত হৈছিল এই ঘটনা। এনডিটিভিক জনোৱা মতে, বাথৰুমৰ পৰা ওলাই আহি থাকোঁতে জয়সূৰ্য্যই মোক পিছফালৰ পৰা ধৰিলে। আৰু হঠাৎ মোক চুমা খায়। এইদৰে মুনিৰে অভিযোগ কৰে যে এই চাৰিজন লোকে তেওঁক শাৰীৰিকভাৱে হাৰাশাস্তি কৰিছিল।

গীতা বিজয়ন নামৰ আন এগৰাকী অভিনেত্ৰীয়ে পৰিচালক তুলসীদাসৰ বিৰুদ্ধে গালি-গালাজৰ অভিযোগ উত্থাপন কৰিছে। ন্যায়াধীশ কে হেমা কমিটীৰ প্ৰতিবেদনৰ পিছতে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। দুজন বিশিষ্ট ব্যক্তিৰ পদত্যাগৰাপিছত কেৰালা চৰকাৰে সাতজনীয়া তদন্তকাৰী দল গঠন কৰে। আই জিৰ নেতৃত্বত গঠিত এই দলটোত চাৰিগৰাকী মহিলা আই পি এছ বিষয়াক স্থান দিয়া হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

‘শচীন আৰু কোহলীকো চেৰ পেলাব পাৰে’- বৈভৱক লৈ ডাঙৰ মন্তব্য এইগৰাকী প্ৰসিদ্ধ ক্ৰিকেটাৰৰ

June 13, 2026 1:00 pm
যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

যোৰহাটৰ বায়ুসেনা ষ্টেচনত দুৰ্ঘটনাত পতিত বিমান; বিস্ফোৰণ ঘটি লাগিল জুই

June 13, 2026 11:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

যোৰহাটত বায়ু সেনাৰ বিমান দুৰ্ঘটনাত পাঁচগৰাকী জোৱানৰ কৰুণ মৃত্যু

June 13, 2026 2:54 pm
‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

‘দেশক দি উপদেশ, মোদী গ’ল বিদেশ’- প্ৰধানমন্ত্ৰীক কটাক্ষ কংগ্ৰেছৰ; সঞ্জয় সিঙে সুধিলে বিদেশৰ পৰা কি আনে?

June 13, 2026 2:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd