• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাছিয়াত আক্ৰমণৰ সময়তে বিধ্বস্ত আমেৰিকাত নিৰ্মিত ইউক্ৰেইনৰ এফ-১৬ যুঁজাৰু বিমান, পাইলট নিহত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 30, 2024 1:19 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পশ্চিমীয়া মিত্ৰ দেশসমূহৰ পৰা লাভ কৰা ইউক্ৰেইনৰ এখন এফ-১৬ যুদ্ধ বিমান বিধ্বস্ত হৈছে। ইউক্ৰেইনৰ সেনাবাহিনীৰ এক সূত্ৰই বিবিচিক জনাইছে এই কথা।

যোৱা সোমবাৰে ৰাছিয়াৰ ধাৰাবাহিক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ মাজতে বিধ্বস্তহৈছিল যুদ্ধ বিমানখন। ইউক্ৰেইনৰ সেনাই জনোৱা মতে, পাইলট অলেক্সি মেচ নিহত হৈছে।

চলিত মাহৰ আৰম্ভণিতে ইউক্ৰেইনত উপস্থিত হৈছিল এফ-১৬ যুদ্ধ বিমানৰ এক চালান। ইয়াৰে এখন বিমান প্ৰথমবাৰৰ বাবে বিধ্বস্ত হয়।

Apply Now

ইউক্ৰেইনৰ সেনাই দাবী কৰিছে যে শত্ৰুৰ ক্ষেপণাস্ত্ৰই যুদ্ধ বিমানখন ভূপতিত কৰাৰ আঁৰৰ মূল কাৰণ নাছিল। সোমবাৰে ৰাছিয়াৰ সৰ্ববৃহৎ বিমান আক্ৰমণত যুদ্ধ বিমানখনৰ পাইলটে তিনিটা ক্ষেপণাস্ত্ৰ আৰু এটা ড্ৰোন ধ্বংস কৰে।

লগতে পঢ়কঃ দেশত জনসংখ্যা বৃদ্ধিতকৈও শিক্ষাৰ্থীৰ চৰম সিদ্ধান্ত লোৱাৰ হাৰ বেছি; এন চি আৰ বিৰ প্ৰতিবেদনত চাঞ্চল্য!

ছ’চিয়েল মিডিয়াত ইউক্ৰেইনৰ বায়ুসেনাই এক বিবৃতিত কয় যে, “দুৰ্ভাগ্যজনকভাৱে নিজৰ জীৱনৰ মূল্য দি অলেক্সিয়ে ইউক্ৰেইনৰ জনসাধাৰণক ৰাছিয়াৰ ভয়াৱহ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিলে।”

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লডিমিৰ জেলেনস্কিয়ে যোৱা মঙলবাৰে আনুষ্ঠানিকভাৱে নিশ্চিত কৰে যে আমেৰিকাত নিৰ্মিত এফ-১৬ যুদ্ধ বিমানখন ৰাছিয়াৰ ড্ৰ’ন আৰু মিছাইল ধ্বংস কৰিবলৈ নিয়োগ কৰা হৈছিল।

ইউক্ৰেইনে এই সপ্তাহত নিজৰ পশ্চিমীয়া মিত্ৰ দেশসমূহৰ পৰা ৰাছিয়াৰ অধিক ভিতৰৰ লক্ষ্যত আঘাত কৰিবলৈ দীৰ্ঘ দূৰত্বৰ ক্ষেপণাস্ত্ৰ ব্যৱহাৰ কৰাৰ অনুমতি বিচাৰিছে।

ডাচ প্ৰতিৰক্ষা মুৰব্বী অট্টো আইচেলশ্বেইমে নিশ্চিত কৰিছে যে নেদাৰলেণ্ডে ইউক্ৰেইনক ২৪খন এফ-১৬ বিমান প্ৰদান কৰিব। ইয়াৰ বাহিৰেও আন বিভিন্ন অস্ত্ৰ-শস্ত্ৰৰ ব্যৱস্থা কৰা হ’ব পাৰে। মানৱীয় আইনৰ বাহিৰে এনে যুদ্ধ বিমান ব্যৱহাৰৰ ক্ষেত্ৰত কোনো বাধা নাথাকিব। অৰ্থাৎ ইউক্ৰেইনে ৰাছিয়াৰ ভূখণ্ডৰ ভিতৰত বৃহৎ আক্ৰমণ চলাব পাৰিব।

লগতে পঢ়কঃঅক্সিজেন, খাদ্যৰ নাটনি! মহাকাশ কেন্দ্ৰত আসন্ন বিপদত সুনীতা উইলিয়ামছ? কি ক’লে নাছাই?

চলিত মাহৰ আৰম্ভণিতে ৰাষ্ট্ৰপতি জেলেনস্কিয়ে ঘোষণা কৰিছিল যে কিয়েভে পশ্চিমীয়া মিত্ৰ দেশসমূহে প্ৰতিশ্ৰুতি দিয়া এফ-১৬ যুঁজাৰু বিমানৰ প্ৰথম চালান লাভ কৰিছে। তেওঁ লগতে কয় যে এই যুদ্ধ বিমানসমূহ ৰাছিয়াৰ ড্ৰ’ন আৰু শেহতীয়া আক্ৰমণত ব্যৱহৃত মিছাইল ধ্বংস কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

ইতিহাস ৰচিলে ভাৰতীয় সেনাৰ দুই জোৱানে! ৱৰ্ল্ড ৰোৱিং কাপত ভাৰতে লাভ কৰিলে প্ৰথমটো স্বৰ্ণ পদক

June 28, 2026 3:37 pm
দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

দৈনিক হাজিৰা কৰা লোকৰ কন্যালৈ ২০ কোটি টকাৰ আয়কৰ জাননী! তাৰপিছত কি ঘটিল?

June 28, 2026 3:18 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

প্ৰথম মেচৰ বিপৰ্যয়ৰ পাছত প্ৰত্যাৱৰ্তনৰ লক্ষ্য! দেওবাৰে দ্বিতীয়খন টি-২০ত আয়াৰলেণ্ডৰ সন্মুখীন হ’ব বিশ্ব চেম্পিয়ন ভাৰত

June 28, 2026 5:25 pm
বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

বিশ্বকাপৰ মাজতেই বিয়াৰ খবৰ! অৱশেষত বিবাহপাশত আৱদ্ধ হ’ব নেকি ফুটবল তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডো আৰু জৰ্জিনা?

June 28, 2026 4:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd