• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পতঞ্জলিৰ নিৰামিষ টুথপেষ্ট দন্তকান্তিত মাছৰ উপাদান; পুনৰ বিপদত বাবা ৰামদেৱ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 11:45 am
বাবা ৰামদেৱ। ফাইল ফটোঃ সংগ্ৰহীত।

বাবা ৰামদেৱ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোগ গুৰু বাবা ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদ লিমিটেডৰ স্বত্বাধিকাৰী বালকৃষ্ণৰ বিৰুদ্ধে অভিযোগ কম নহয়। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনে দাবী কৰিছে যে পতঞ্জলি আয়ুৰ্বেদে ইয়াৰ বিষয়বস্তু অবৈজ্ঞানিক আৰু বিভ্ৰান্তিকৰ শব্দৰে প্ৰচাৰ কৰি আছে। এই অভিযোগৰ ভিত্তিত কোম্পানীটোৰ কেইবাটাও সামগ্ৰী নিষিদ্ধ কৰা হৈছে। এইবাৰ ৰামদেৱ আৰু ডাঙৰ বিপদত পৰিছে। কিয়নো তেওঁৰ সংস্থাৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ অভিযোগ উত্থাপন হৈছে।

পতঞ্জলিৰ এটা প্ৰডাক্ট ‘দিব্য দন্ত মঞ্জন’। তাত সেউজীয়া লেবেল লগোৱা আছে। অৰ্থাৎ ই নিৰামিষ সামগ্ৰী। কিন্তু অধিবক্তা যতীন শৰ্মাই টুথপেষ্টত মাছ ব্যৱহাৰ কৰা বুলি দাবী কৰে। ‘সমুদ্ৰ ফেন’ নামৰ সাগৰীয় মাছ ব্যৱহাৰ কৰি এই পেষ্ট তৈয়াৰ কৰা হৈছে। ইয়াৰ দ্বাৰা সাধাৰণ জনতা প্ৰতাৰিত হৈছে!

লগতে পঢ়কঃ চিঙৰা বিক্ৰী কৰা ল’ৰাটোৱে ক্লিয়াৰ কৰিলে NEET UG; ১৮ বছৰীয়া যুৱকৰ সফলতা এতিয়া অনুপ্ৰেৰণা

Apply Now

এই অভিযোগৰ ভিত্তিত দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতীয় খাদ্য সুৰক্ষা আৰু মান প্ৰাধিকৰণ অথবা এফ এছ এছ এ আইক উত্তৰ দিবলৈ চমন জাৰি কৰিছে। কেৱল সেয়াই নহয়, পতঞ্জলিলৈও এখন সুকীয়া জাননী প্ৰেৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বেও এবাৰ ৰামদেৱৰ সংস্থাৰ বিৰুদ্ধে একেই অভিযোগ উত্থাপন হৈছিল। উকীল ছাছা জৈনে অভিযোগ কৰিছিল যে একেটা টুথপেষ্টতে নিৰামিষ বুলি টেগ কৰা হৈছিল আৰু সাগৰীয় মাছৰ বিশেষ অংশ ব্যৱহাৰ কৰা হৈছিল। অৱশ্যে সেই সময়ত পতঞ্জলিয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল।

লগতে পঢ়কঃ নৰ্থইষ্ট নাও আছুতীয়া: মন্ত্ৰী পীযুষৰ বিভাগত অৰাজকতা; লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত হোজা-নিৰক্ষৰ ব্যক্তিক প্ৰতাৰণা!

ইফালে, উত্তৰাখণ্ড ড্ৰাগ কণ্ট্ৰল বিভাগৰ লাইচেন্সিং কৰ্তৃপক্ষই পতঞ্জলিৰ দিব্য ফাৰ্মাচী কোম্পানীৰ ১৪টা সামগ্ৰী নিষিদ্ধ কৰিছে। অনুজ্ঞাপত্ৰ বাতিল কৰা সামগ্ৰীসমূহৰ ভিতৰত আছে, দশৰী গোল্ড, দশৰী ভাটি, দিব্য ব্ৰুংকম, শ্বাসাৰী প্ৰবাহী, শ্বাসাৰী আভালেহ, মুক্ত ভাটি এক্সট্ৰা পাৱাৰ, লিপিডম, বি পি গ্ৰীট, মধুগ্ৰীত, মধুনাশিনী ভাটি এক্সট্ৰা পাৱাৰ, লিভামৃত এডভান্স, লিভোগ্ৰিট গোল্ড, আৰু পতঞ্জলি দৃষ্টি আই ড্ৰপ। ইফালে ড্ৰাগছ এণ্ড মেজিক ৰিমেডিজ এক্য় উলংঘা কৰাৰ অভিযোগত বাবা ৰামদেৱৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd