• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চিঙৰা বিক্ৰী কৰা ল’ৰাটোৱে ক্লিয়াৰ কৰিলে NEET UG; ১৮ বছৰীয়া যুৱকৰ সফলতা এতিয়া অনুপ্ৰেৰণা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 31, 2024 10:13 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঔষধ খাই মানুহ কেনেকৈ সুস্থ হৈ উঠে, মনত উদয় হৈছিল এই প্ৰশ্নটো। উত্তৰ বিচাৰিবলৈ তেওঁ জীৱবিজ্ঞান পঢ়িবলৈ বাছি লয়। ডাক্তৰ হ’ব বিচাৰে। জীৱন নিৰ্বাহৰ বাবে চিঙৰা  বিক্ৰী কৰে সঁচা। কিন্তু সময় ৰাহি কৰি পঢ়া-শুনাও কৰিলে। এতিয়া ১৮ বছৰীয়া যুৱকজনে NEET UG প্ৰৱেশ পৰীক্ষা ক্লিয়াৰ কৰি এক দৃষ্টান্ত গঢ়ি তুলিছে। তেওঁৰ নাম ছানী কুমাৰ। কৈছে, চামোছা বিক্ৰীয়ে মোৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে।

ছানীৰ জীৱন সংগ্ৰামেৰে ভৰা আছিল। নয়দাৰ ল’ৰা ১৮ বছৰীয়া ছানীয়ে দুপৰীয়া ২ বজাত স্কুল শেষ কৰি নিজৰ ষ্টলত চিঙৰা বিক্ৰী কৰিছিল। দিনটোত ৪-৫ ঘন্টা চিঙৰা বিক্ৰী কৰি ঘৰলৈ উভতি আহি গভীৰ নিশালৈকে পঢ়া-শুনা কৰিছিল।

ফিজিক্সৱালাৰ আলখ পাণ্ডেই শ্বেয়াৰ কৰিছে তেওঁৰ কাহিনী। ফিজিক্সৱালাৰ আলখ পাণ্ডেই বেছিভাগেই সকলো বিপদৰ বিপৰীতে নিজৰ সপোন পূৰণ কৰা ছাত্ৰ-ছাত্ৰীৰ প্ৰেৰণাদায়ক কাহিনী শ্বেয়াৰ কৰে। নয়দাৰ চিঙৰা বিক্ৰেতা ছানীৰ কাহিনীৰো সেইবোৰৰ সৈতে মিল আছে।

Apply Now

লগতে পঢ়কঃনৰ্থইষ্ট নাও আছুতীয়া: মন্ত্ৰী পীযুষৰ বিভাগত অৰাজকতা; লখিমপুৰ শাখা চৰকাৰী ছপাশাল স্থাপনৰ নামত হোজা-নিৰক্ষৰ ব্যক্তিক প্ৰতাৰণা!

শেহতীয়াকৈ ছানীয়ে চিকিৎসা বিজ্ঞানৰ স্নাতকত নামভৰ্তিৰ বাবে নেট ইউ জি পৰীক্ষা ক্লিয়াৰ কৰিছে। ফিজিক্সৱালা ইনষ্টাগ্ৰাম পেজত আলখ পাণ্ডেই তেওঁৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰে। এই ফুটেজত ছানীৰ কোঠাৰ বেৰবোৰ নোটছেৰে ভৰা। নোটছবোৰ মনত ৰাখিবলৈ ছানীয়ে এই পদ্ধতি ব্যৱহাৰ কৰিছিল। অৱশ্যে তেওঁৰ এই প্ৰচেষ্টা অসাৰ নহ’ল।

এইজন প্ৰতিভাৱান আৰু কঠোৰ পৰিশ্ৰমী যুৱকে ২০২৪ চনৰ নেট পৰীক্ষাত ৭২০ নম্বৰৰ ভিতৰত ৬৬৪ নম্বৰ লাভ কৰিছে। এবছৰ দীঘলীয়া প্ৰস্তুতিৰ অন্তত দিনে ৪-৫ ঘন্টা চামোচা বিক্ৰী কৰি তেওঁ এই স্থান অৰ্জন কৰিছে। ছানীয়ে কয় যে বহুবাৰ গোটেই ৰাতি পঢ়া-শুনাৰ বাবে ৰাতিপুৱা চকু দুটা বিষাইছিল। তথাপিও হাৰ মনা নাছিলো।

 

View this post on Instagram

 

A post shared by Physics Wallah (PW) (@physicswallah)

চিকিৎসা বৃত্তিত ছানীয়ে কিয় আহিব বিচাৰিছিল? তাৰ উত্তৰ দি ছানীয়ে কয় যে মই ঔষধ দেখি মোৰ মনত আগ্ৰহ জন্মিছিল, আৰু মই জানিব বিচাৰিছিলো যে মানুহ কেনেকৈ সুস্থ হয়, সেইবাবেই মই জীৱবিজ্ঞান বাছি লৈছিলো। ছানীয়ে লগতে কয় যে চিঙৰা বিক্ৰীয়ে মোৰ ভৱিষ্যত নিৰ্ধাৰণ নকৰে।

উল্লেখ্য যে ছানীয়ে একাদশ শ্ৰেণীৰ পৰাই ফিজিক্সৱালাত অধ্যয়ন কৰি আহিছে। নিজৰ সপোন বাস্তৱায়িত কৰাৰ দৃঢ়তা, তেওঁৰ কঠোৰ পৰিশ্ৰমী মনোভাৱ দেখি আলখ পাণ্ডেই এক উল্লেখযোগ্য পদক্ষেপ লৈছে। তেওঁ ছানীক ৬ লাখ টকাৰ বৃত্তি প্ৰদানৰ প্ৰস্তাৱ দিছে। ইয়াৰ উপৰিও তেওঁ চিকিৎসা মহাবিদ্যালয়ৰ টিউচন মাচুল দিব বুলিও প্ৰতিশ্ৰুতি দিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

ইৰানৰ পাৰমাণৱিক ঘাটিত আমেৰিকাৰ ভয়ংকৰ আক্ৰমণ, তেজষ্ক্ৰিয় বিকিৰণৰ আশংকাত হুৱাদুৱা

July 9, 2026 7:47 pm
ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

ওমানত গ্ৰেপ্তাৰ মহাদেৱ বেটিং এপ কেলেংকাৰিৰ নায়ক সৌৰভ চন্দ্ৰকৰ; দেশলৈ ওভতাই অনাৰ প্ৰস্তুতি ভাৰতৰ

July 9, 2026 7:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm
অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

অসম বিধানসভাত হিন্দী কিয়? আমাৰ ওপৰত হিন্দী জাপি দিয়া নচলিব!

July 9, 2026 8:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd