• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

উত্তৰ প্ৰদেশত কুকুৰনেচীয়াৰ আতংক! ২৫ জনতকৈ অধিক লোকক আক্ৰমণ,মৃত্যু ৩ বছৰীয়া কিশোৰীৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 6, 2024 12:48 pm
213
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ বাহৰেইচত ২৫ জনতকৈ অধিক লোক আহত কৰি স্থানীয় ৰাইজক টোপনিৰ পৰা বঞ্চিত কৰিছে কুকুৰনেচীয়াই। কিছুদিন পূৰ্বে মৃত্যু হৈছিল এগৰাকী ৩ বছৰীয়া কিশোৰীৰ। আৰু এইবাৰ নৰভক্ষী কুকুৰনেচীয়াটোৱে ১২ বছৰীয়া ল’ৰা এজনক আক্ৰমণ কৰাৰ ফলত গুৰুতৰভাৱে আহত হৈছে।

স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, নাবালকজন নিজৰ কোঠাত শুই আছিল। হঠাৎ এটা কুকুৰনেচীয়া ঘৰত সোমাই ডিঙিত কামুৰি টানি লৈ যাবলৈ চেষ্টা কৰিলে। প্ৰচণ্ড চিঞৰ-বাখৰত নাবালকৰ বাকী পৰিয়ালৰ লোক সতৰ্ক হয়। হুলস্থুল হোৱাৰ ফলত কুকুৰনেচীয়াটো পলাই যায়। এই ঘটনাত নাবালকজন গুৰুতৰভাৱে আহত হয়। কিন্তু সকাহৰ খবৰ, তেওঁৰ অৱস্থা সংকটজনক নহয়।

উত্তৰ প্ৰদেশৰ বন বিভাগে নৰভক্ষী ধৰিবলৈ আৰম্ভ কৰিছে ‘অপাৰেচন ভেৰিয়া’। যদিও চাৰিটা কুকুৰনেচীয়া ধৰা পৰিল, বাকী দুটা কুকুৰনেচীয়দ ধৰিবলৈ বন বিভাগৰ বিষয়াসকলে এক নতুন পন্থা অৱলম্বন কৰিলে। চিনেমাৰ দৰে পুতলা কিনি শিশুৰ প্ৰস্ৰাৱত তিয়াই ফান্দ পাতিছে। ইয়াৰ উপৰিও থাৰ্মেল ড্ৰ’নেৰে কুকুৰনেচীয়াকেইটাক নিৰীক্ষণ কৰা হৈছে।

এসময়ত মোদী চৰকাৰৰ ‘ৰাষ্ট্ৰীয় চিতা একচন প্লেন’ৰ মুৰব্বী বন্যপ্ৰাণী বিশেষজ্ঞ যদুবেন্দ্ৰনাথ ঝালাই অৱশ্যে ভাবে যে এই কাম হয়তো কুকুৰনেচিয়াৰ নহয়। তেওঁৰ মতে কুকুৰনেচীয়া লাজুকীয়া জীৱ। মানুহৰ ওপৰত আক্ৰমণ কম। কিন্তু এতিয়া কিয় এনেকুৱা হৈছে? বন বিভাগৰ দাবী, পহুৰ জাকটোক মানুহে কোনো ধৰণে ক্ষতিগ্ৰস্ত কৰিছে। তাৰ বাবে ‘প্ৰতিশোধ’ লৈছে। কুকুৰনেচীয়া ধৰিবলৈ ইতিমধ্যে ২২টা দল গঠন কৰা হৈছে। সেই দলটোত চিকাৰী আৰু বন্যপ্ৰাণী বিশেষজ্ঞসকলো অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ড্ৰ’ন, নাইট ভিজনকে ধৰি বিভিন্ন আধুনিক সা-সঁজুলিৰে কুকুৰনেচীয়া নিৰীক্ষণ কৰা হৈছে।

Recent News

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

ভাৰতীয় বংশোদ্ভৱ মহিলা চিকিৎসকৰ বিৰুদ্ধে ৪ বছৰীয়া কন্যাক হত্যা কৰাৰ অভিযোগ!

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd