• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আকৌ কৰ’নাৰ আতংক! ভাইৰাছৰ নতুন ভেৰিয়েন্টে বৃদ্ধি কৰিছে সংক্ৰমণ, উদ্বিগ্ন বিজ্ঞানীমহল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2024 8:57 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বত পুনৰ ক’ৰোনাৰ আতংক। কেইবছৰমান শান্তিৰ অন্তত পুনৰ নতুন ৰূপ লৈ আহিছে ক’ৰ’না। ইউৰোপত পোৱা গৈছে কৰ’না ভাইৰাছৰ এটা ছাব-ভেৰিয়েণ্ট। নাম ‘এক্সইচি’ (XEC)। বিজ্ঞানীসকলৰ মতে এই নতুন ভেৰিয়েন্ট ইমানেই বিপজ্জনক যে ই সমগ্ৰ দেশতে দ্ৰুতগতিত বিয়পি পৰিছে।

জাৰ্মান বিজ্ঞানীসকলে প্ৰথমে সেই দেশত XEC আৱিষ্কাৰ কৰিছিল। কিন্তু ই বেছি দিন জাৰ্মানীতে আবদ্ধ হৈ নাথাকিল। ই বিজুলীৰ গতিৰ দৰে নেদাৰলেণ্ড আৰু পশ্চিম ইউৰোপৰ দেশসমূহলৈ বিয়পি পৰিছে।

লগতে পঢ়কঃ শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ; এইবোৰ আওকাণ কৰিলেই বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা!

Apply Now

নতুন খবৰ অনুসৰি ক’ৰোনাৰ এই ছাব-ভেৰিয়েণ্ট এতিয়া ইউৰোপত দ্ৰুতগতিত বিয়পি পৰিছে। বিশেষজ্ঞসকলৰ মতে, গৰম বৃদ্ধিৰ লগে লগে XEC বৃদ্ধি পাই থাকিব। তাৰ লগতে ৰোগীৰ সংখ্যাও বৃদ্ধি পাব পাৰে। তাৰমাজতে যোৱা দুসপ্তাহত এই ভাইৰাছৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পাইছে।

এই নতুন ভেৰিয়েন্টক পুৰণি ভেৰিয়েন্ট কেপ ৩.১.১তকৈ অধিক বিপজ্জনক বুলি অনুমান কৰা হৈছে। ইউৰোপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বিজ্ঞানীসকলে বর্জ্য পানীৰ ওপৰত নজৰ ৰাখি এই নতুন ৰূপৰ ক’ৰ’না আৱিষ্কাৰ কৰে৷ অৱশ্যে তেওঁলোকে কৈছে যে এই ছাব ভেৰিয়েণ্টটো এতিয়াই সমগ্ৰ বিশ্বতে বিয়পি নাযায়। কিন্তু এই নতুন ভেৰিয়েন্টটোৰ প্ৰতি মানুহে সাৱধান হোৱাটো প্ৰয়োজন।

লগতে পঢ়কঃ শিশু ‘হস্তান্তৰযোগ্য সম্পত্তি’ নহয়; ২ বছৰ ৭ মহীয়া শিশুৰ জিম্মাৰ গোচৰত ক’লে উচ্চতম ন্যায়ালয়ে

গৱেষণাৰ অন্তত বিজ্ঞানীসকলে দাবী কৰিছে যে যদি মানুহে সাৱধান নহয়, তেন্তে এই নতুন ভেৰিয়েন্টে এক বিশাল ৰূপ ল’ব। কেপ ৩.১.১ৰ ভয়াৱহ পৰিস্থিতিতকৈও অধিক বিপদ হ’ব পাৰে। কেইমাহমানৰ ভিতৰতে ইউৰোপত XEC ৰ ভয়াৱহ প্ৰভাৱ দেখা যাব। বিজ্ঞানীসকলে আশংকা কৰিছে যে, গৰমৰ বাবে এই নতুন ভেৰিয়েন্টৰ কৰ’নাৰ সংক্ৰমণ বৃদ্ধি পাব পাৰে। বিশেষজ্ঞসকলেও এই সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰিছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

মণিপুৰত পুনৰ উত্তেজনা: এন আৰ চিৰ দাবীত ৪৮ ঘণ্টীয়া বন্ধ, ২৩ আগষ্টলৈ বন্ধ থাকিব সকলো স্কুল-কলেজ

August 20, 2026 7:59 pm
প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

প্ৰশাসনিক কাৰণ নে আন কিবা? বাতিল হ’ল গ্ৰেট নিকোবৰত ডেটা চেণ্টাৰ প্ৰতিষ্ঠাৰ প্ৰস্তাৱ

August 20, 2026 7:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

গুৱাহাটী বিশ্ববিদ্যালয়ত জোৰামথাংগাৰ বিশেষ বক্তৃতা: অতীত সুঁৱৰি গ্ৰহণ কৰিলে স্নাতক ডিগ্ৰী

August 20, 2026 9:37 pm
কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

কাজিৰঙাৰ পৰিৱেশ-সংবেদনশীল অঞ্চলৰ পৰিসৰ সংকোচনৰ বিৰোধিতা ইলোৰা বিজ্ঞান মঞ্চৰ

August 20, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd