• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৰীৰত পানীৰ অভাৱৰ ৫টা লক্ষণ; এইবোৰ আওকাণ কৰিলেই বৃদ্ধি পায় হাৰ্ট এটেকৰ সম্ভাৱনা!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2024 8:01 am
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শৰীৰত পানীৰ অভাৱ কেৱল আপোনাৰ ছাল বা শৰীৰৰ বাবেই বেয়া এনে নহয়, মানসিক স্বাস্থ্যৰ বাবেও ক্ষতিকাৰক। পানীয়ে শৰীৰক বিষমুক্ত (ডিটক্সিফাইড) কৰে আৰু হৃদযন্ত্ৰক সঠিকভাৱে পাম্প কৰি ৰাখে।

কিন্তু পানী কমকৈ খোৱাৰ ফলত আপোনাৰ শৰীৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি অজ্ঞান হৈ পৰা আৰু অতিমাত্ৰা টোপনিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। পানীৰ অভাৱত শৰীৰত কি কি সমস্যাৰ সৃষ্টি হয় জানো আহক।

অনিয়মিত হৃদস্পন্দন

শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ পৰ্যাপ্ত পানীৰ প্ৰয়োজন। শৰীৰত পানীৰ অভাৱ হ’লে ইলেক্ট্ৰ’লাইট ভাৰসাম্যহীন হৈ পৰে, যাৰ ফলত হৃদযন্ত্ৰ প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয় আৰু হৃদস্পন্দন অনিয়মিত হয়।

Apply Now

ৰক্ত সঞ্চালন লেহেমীয়া হয়

ডিহাইড্ৰেচনৰ ফলত তেজ জমা হ’ব পাৰে, যাৰ ফলত তেজৰ সোঁত লেহেমীয়া হয়। যেতিয়া তেজ ডাঠ হয় তেতিয়া হৃদযন্ত্ৰই পাম্প কৰিবলৈ অধিক কষ্ট কৰিবলগীয়া হয়। এই অৱস্থাৰ ফলত উচ্চ ৰক্তচাপ আৰু হৃদযন্ত্ৰৰ অন্যান্য সমস্যাৰ সৃষ্টি হয়।

শৰীৰৰ উষ্ণতাৰ ভাৰসাম্যহীনতা

পানীয়ে শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ডিহাইড্ৰেচনৰ ফলত শৰীৰৰ উষ্ণতাৰ ভাৰসাম্যহীনতা হ’ব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ ওপৰত চাপ বৃদ্ধি পাব পাৰে। এইটো বেছিভাগেই গ্ৰীষ্মকালত হয়।

অত্যধিক টোপনি

শৰীৰত পানীৰ অভাৱত সকলো সময়তে ভাগৰুৱা আৰু টোপনিৰ সৃষ্টি হয়। শৰীৰত ৰক্ত সঞ্চালন লেহেমীয়া হোৱাৰ বাবে অক্সিজেনৰ মাত্ৰা কমি যায়, যাৰ ফলত টোপনিৰ ভাৱ আহি থাকে।

শৰীৰৰ জঠৰতা

পানীৰ অভাৱত শৰীৰত ইলেক্ট্ৰলাইটৰ ভাৰসাম্য বিঘ্নিত হয় আৰু শৰীৰত পটাছিয়াম আৰু ছডিয়ামৰ অভাৱত হাত, ভৰি, ডিঙি আদি শৰীৰৰ যিকোনো অংশ জঠৰ হৈ পৰে।

বৃক্ক আৰু হৃদযন্ত্ৰৰ সম্পৰ্ক

শৰীৰত পানীৰ অভাৱত বৃক্ক (কিডনী) সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়। লগতে, যিহেতু বৃক্ক আৰু হৃদযন্ত্ৰৰ ইটোৰ সিটোৰ সৈতে সম্পৰ্ক আছে, গতিকে বৃক্কৰ যিকোনো ক্ষতিৰ প্ৰভাৱ হৃদযন্ত্ৰতো পৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

অভিজ্ঞ চিকিৎসকৰ বয়স বাঢ়িছে, নতুনৰ সংখ্যা যথেষ্ট নহয়! অহা এক দশকত স্বাস্থ্য সংকটৰ আশংকা WHO-ৰ

September 24, 2026 6:24 pm
২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

২ অক্টোবৰত পৰ্যটকৰ বাবে মুকলি হ’ব মানস ৰাষ্ট্ৰীয় উদ্যান

September 24, 2026 5:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

২৪ ঘন্টাৰ ভিতৰত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাইজৰ দলৰ

September 24, 2026 8:32 pm
‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

‘ভোট চুৰি কৰি নস্যাৎ কৰা হৈছে বিৰোধীৰ ঢৌ’, ‘দেশদ্ৰোহী’ জ্ঞানেশ কুমাৰৰ পদত্যাগ দাবী ৰাহুল গান্ধীৰ!

September 24, 2026 7:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd