• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চতম ন্যায়ালয়ে মঞ্জুৰ কৰিলে অৰবিন্দ কেজৰিৱালৰ জামিন; দিয়া হৈছে কেইটামান চৰ্তও

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 13, 2024 11:47 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অৱশেষত জামিন লাভ কৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱালে। শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে তেওঁৰ জামিন আবেদন মঞ্জুৰ কৰে।

আবকাৰী দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক। লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। অৱশ্যে নিৰ্বাচনৰ সময়ত তেওঁক এদিনৰ বাবে জামিন মঞ্জুৰ কৰিছিল উচ্চতম ন্যায়ালয়ে।

তাৰ পিছত যোৱা ২১ মে’ৰ পৰা দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী তিহাৰ জেলত বন্দী হৈ আছে। ইয়াৰ পূৰ্বে ইডি গোচৰত জামিন লাভ কৰিছিল কেজৰিৱালে। এতিয়া চিবিআইৰ গোচৰত জামিন লাভ কৰি জেলৰ পৰা মুক্তি পাবলৈ গৈ আছে।পূৰ্বৰ শুনানিত তেওঁৰ জামিনত বাধা দিবলৈ চিবিআইয়ে কঠোৰ যুঁজ দিছিল।

Apply Now

কেজৰিৱালৰ অধিবক্তা অভিষেক মনু সিংভীয়ে কয়, দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেশৰ পৰা পলায়ন কৰাটো সম্ভৱনে? কিয় জামিনৰ বিৰোধিতা কৰিছে চিবিআইয়ে? তদুপৰি আৱকাৰী গোচৰৰ অধিকাংশ অভিযুক্তই জামিন লাভ কৰিছে। তাৰ পিছত তেওঁৰ ক্লায়েণ্টে কিয় জামিন নাপাব, তেওঁ সেই প্ৰশ্ন উত্থাপন কৰে।

লগতে পঢ়কঃ চুইজাৰলেণ্ডৰ বেংকৰ পৰা জব্দ ২৬০০ কোটি টকা! আদানী কাণ্ডত এক নতুন টুইষ্ট

শুকুৰবাৰে উচ্চতম ন্যায়ালয়ে কেজৰিৱালক জামিন মঞ্জুৰ কৰি কয় যে ইমান দিনে কাৰোবাক জেলত ৰখাটো স্বাধীনতাৰ বঞ্চনাৰ সমান।

জামিন পোৱাৰ ফলস্বৰূপে ৬ মাহৰ পাছত জেলৰ পৰা মুক্তি পালে কেজৰিৱালে। অৱশ্যে ইয়াৰ পূৰ্বে চিবিআইয়ে তদন্তত ব্যাঘাত জন্মোৱাৰ আশংকা প্ৰকাশ কৰিছিল। দিল্লীৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রথমে জামিনৰ বাবে নিম্ন ন্যায়ালয়লৈ যাব লাগে বুলি মন্তব্য কৰিছিল৷ দিল্লী উচ্চ ন্যায়ালয়ে দিছিল এনে ৰায়।

সেই ৰায়ৰ বিৰুদ্ধে কেজৰিৱালে উচ্চতম ন্যায়ালয়ত গোচৰ ৰুজু কৰিছিল। উচ্চতম ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে অৰবিন্দ কেজৰিৱালক হয়তো চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছিল যাতে ইডি গোচৰত জামিনত মুকলি হব নোৱাৰে।

এই গোচৰৰ ৰায়দানত চিবিআইৰ ভূমিকাক লৈ কাৰ্যকৰীভাৱে প্ৰশ্ন উত্থাপন কৰিছে উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশ উজ্জ্বল ভূঞা আৰু ন্যায়াধীশ সূৰ্য কান্তৰ খণ্ড বিচাৰপীঠে কয় যে ২২ মাহৰ পাছতো চিবিআইয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল। আৰু তেওঁক কিয় ইমান দিন জেলত ৰখা হৈছে তাৰ কোনো সুনিৰ্দিষ্ট উত্তৰ দিব নোৱাৰিলে কেন্দ্ৰীয় সংস্থাটোৱে।

লগতে পঢ়কঃমায়াজাল! পত্নীকো লাগে, প্ৰেমিকাকো এৰিব নিবিচাৰে; ৪ বছৰৰ লীলা-খেলাৰ অন্তত সোমাল জেলত

উচ্চতম ন্যায়ালয়ে দিল্লীৰ মুখ্যমন্ত্ৰীক জামিন মঞ্জুৰ কৰে যদিও কেইবাটাও চৰ্ত আৰোপ কৰে। কাৰাগাৰৰ পৰা ওলাই অহাৰ পিছত কেজৰিৱালে কোনো ফাইলত চহী কৰিব নোৱাৰিব বুলি স্পষ্ট কৰি দিয়া হৈছে। নিজৰ কাৰ্যালয়লৈও যাব নোৱাৰিব।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

পূব কামৰূপ কুইজ ফ’ৰামৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ বাবে কুইজ, তৰ্ক আৰু কবিতা আবৃত্তিৰ বিশেষ কৰ্মশালা সম্পন্ন

July 26, 2026 6:00 pm
ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হ’ল সাৰনাথ

July 26, 2026 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm
কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

কাছাৰত ভয়াৱহ বিস্ফোৰণ: ষ্টীল কাৰখানাত চাৰিজন শ্ৰমিকৰ মৃত্যু, আহত এজন

July 26, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd