• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মহানগৰীৰ সৰুম’টৰিয়াত বিধ্বংসী অগ্নিকাণ্ড; জুইত জাহ গ’ল কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 23, 2024 10:09 am
ফটোঃ নৰ্থইষ্ট নাও।

ফটোঃ নৰ্থইষ্ট নাও।

159
VIEWS
Share on FacebookShare on Twitter

সোমবাৰে পুৱাই চিলিণ্ডাৰ গুৱাহাটীৰ সৰুম’টৰিয়াৰ বাগেশ্বৰী অঞ্চলত এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। কেইবাখনো দোকান ভষ্মীভূত হোৱা এই অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সামগ্ৰী ধ্বংস হয়।

আনহাতে, এই ঘটনাত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও বিধ্বংসী অগ্নিকাণ্ডৰ ফলত স্থানীয় ব্যৱসায়ীসকলৰ যথেষ্ট ক্ষতিসাধন হয়।

স্থানীয় লোকে জানিবলৈ দিয়া মতে চিলিণ্ডাৰ বিস্ফোৰণৰ ফলতে এই অগ্নিকাণ্ডৰ সূচনা হয়। জুই দ্ৰুতগতিত বিয়পি পৰাৰ ফলত একাধিক দোকান জুইৰ কবলত পৰে। সূত্ৰৰ মতে শ্বৰ্ট ছাৰ্কিটৰ ফলত প্ৰথম কাপোৰত জুই লাগে আৰু সেই জুই তাত থকা টেন্ট হাউছৰ চিলিণ্ডাৰলৈ বিয়পি পৰি অগ্নিকাণ্ডৰ সূত্ৰ পাত ঘটে।

ফটোঃ নৰ্থইষ্ট নাও।

ইপিনে, দ্ৰুতগততি জুই বিয়পি থকাৰ সময়ত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাৰ বাবে স্থানীয় লোকে ক্ষোভ প্ৰকাশ কৰে। অগ্নিনিৰ্বাপক বাহিনী পলমকৈ উপস্থিত হোৱাৰ ফলত জুই অধিক বিয়পি পৰা বুলি দাবী কৰে।

অৱশ্যে পলমকৈ উপস্থিত হোৱাৰ পিছতো অৱশেষত কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে বিধ্বংসী অগ্নিকাণ্ডৰৰ সৈতে যুঁজি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

ফটোঃ নৰ্থইষ্ট নাও।

কৰ্তৃপক্ষই বিস্ফোৰণৰ কাৰণৰ তদন্ত কৰি ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ ক্ষয়ক্ষতিৰ মূল্যায়ন কৰিব বুলি আশা কৰা হৈছে। 

Recent News

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd