• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বেঙেনাৰ কিমান গুণ আছে? ইয়াৰ উপকাৰী গুণ জানিলে দৈনিক খোৱাৰ পাতত ৰাখিবলৈ বিচাৰিব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 29, 2024 12:35 pm
18
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বেঙেনা এবিধ স্বাস্থ্যকৰ পাচলি। এসময়ত বেঙেনাৰ কেৱল ঘৰে ঘৰে নহয়, হোটেলবোৰোতো সপ্তাহত হ’লেও এবাৰ ইয়াৰ ব্যঞ্জন প্ৰস্তুত কৰা হৈছিল। কিন্তু আজিকালি বহুতে বেঙেনা ৰন্ধা এৰি দিছে।

এসময়ত বিৰিয়ানীৰ লগত মছলাসমৃদ্ধ বেঙেনা ৰান্ধিছিল। এতিয়া দেখা পোৱা নাযায়। আচলতে এই বেঙেনা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। বেঙেনাত থকা ভিটামিন আৰু খনিজ পদাৰ্থ আমাৰ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। এই বেঙেনাৰ স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক ।

বেঙেনাত ভিটামিন বি ১, ভিটামিন বি ২, ভিটামিন বি ৩, ভিটামিন বি ৫, ভিটামিন বি ৬, ভিটামিন বি ৯, ভিটামিন চি, ভিটামিন ই, ভিটামিন কে, আৰু ৫.৮৮ গ্ৰাম কাৰ্বহাইড্ৰেট, ৩ গ্ৰাম আঁহ, ৩.৫৩ গ্ৰাম প্ৰাকৃতিক চেনি, ০.১৮ গ্ৰাম চৰ্বি, ০.৯৮ গ্ৰাম  প্ৰটিন থাকে। লগতে ইয়াত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম, জিংক আৰু মেংগানিজ পোৱা যায়।

Apply Now

ভিটামিন আৰু খনিজ পদাৰ্থ

আমাৰ শৰীৰৰ প্ৰয়োজন হোৱা ভিটামিন আৰু খনিজ পদাৰ্থ প্ৰচুৰ পৰিমাণে বেঙেনাত থাকে। বেঙেনা খালে আমাৰ শৰীৰত শক্তিৰ মাত্ৰা বৃদ্ধি পায়। লগতে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। নিয়মীয়াকৈ বেঙেনা খালে শৰীৰৰ পুষ্টিৰ অভাৱ নাইকিয়া হয়।

ডায়েবেটিছ নিয়ন্ত্ৰণত বেঙেনা

গৱেষণাৰ পৰা দেখা গৈছে যে ভাৰতৰ প্ৰায় ৮ কোটি লোক মধুমেহ ৰোগত আক্ৰান্ত। ডায়েবেটিছ ৰোগীৰ বাবে বেঙেনা অতি উপকাৰী। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে খাদ্য তালিকাত বেঙেনা ৰাখিলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। বেঙেনাত থকা আঁহে আমাৰ শৰীৰে সহজে চেনি শোষণ কৰাত বাধা দিয়ে। বেঙেনাই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখে।

ওজন কমোৱাত বেঙেনা

যদি আপুনি ওজন কমাব বিচাৰে তেন্তে নিশ্চিতভাৱে আপোনাৰ খাদ্যত বেঙেনা অন্তৰ্ভুক্ত কৰক। এই পাচলিত কেলৰি কম আৰু আঁহ বেছি থাকে। ইয়াক খালে পেটটো দীৰ্ঘসময় ভৰি থাকিব। আপুনি অতিৰিক্ত নাখাব। ই আপোনাৰ ওজন কমোৱাত সহায় কৰিব।

মজবুত হাড়

বেঙেনা খালে শিশু আৰু প্ৰাপ্তবয়স্ক উভয়ৰে হাড় মজবুত হয়। বেঙেনা খালে বয়সৰ লগত জড়িত হাড়ৰ সমস্যাৰ পৰা আঁতৰি থাকিব পাৰি। বেঙেনা খালে হাড়ৰ ঘনত্ব বৃদ্ধি পায়। বেঙেনাত থকা মেগনেছিয়াম, কেলচিয়াম আৰু পটাছিয়ামে হাড়ক সুস্থ আৰু শক্তিশালী কৰি ৰাখে।

চকুৰ বাবে ভাল

ইলেক্ট্ৰনিক সঁজুলিৰ অত্যধিক ব্যৱহাৰে চকুৰ দৃষ্টিশক্তি ক্ষতিগ্ৰস্ত কৰাৰ লগতে চকুৰ বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। বেঙেনা খালে চকুৰ দৃষ্টিশক্তি বৃদ্ধি পায়। চকুৰ সমস্যাৰ আশংকাও কমি যায়। চকুৰ টিছ্যুৰ বাবে বেঙেনা উপকাৰী।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd