• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম কন্যা পুনম লহকৰক ওৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটিৰ বঁটা প্ৰদান অনুষ্ঠানত সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 8, 2024 6:01 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অভিনয় আৰু মডেলিঙৰ ক্ষেত্ৰত আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰীৰে সন্মানিত কৰা হৈছে অসমৰ উদীয়মান তাৰকা পুনম লহকৰক। দিল্লীত অনুষ্ঠিত ওৱৰ্ল্ড পিচ অৱ ইউনাইটেড নেশ্যন ইউনিভাৰ্চিটিৰ বঁটা প্ৰদান অনুষ্ঠানত তেওঁক এই সন্মান প্ৰদান কৰা হয় ।

 অনুষ্ঠানত বলীউডৰ অভিনেত্ৰী শিল্পা শ্বেট্টী, ভাৰতীয় মল্লযুঁজাৰু নেহা ৰাঠী আৰু নৰসিং পঞ্চম, বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী, সাংসদ মনোজ তিৱাৰী, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী চৈয়দ শ্বাহনৱাজ হুছেইন আৰু প্ৰবীণ ৰাজনীতিবিদ সঞ্জয় ময়ূখৰ দৰে বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিয়ে সমগ্ৰ সন্ধিয়াটো অসমৰ বাবে স্মৰণীয় আৰু গৌৰৱপূৰ্ণ কৰি তোলে।

Apply Now

মনোৰঞ্জন আৰু ফেশ্বনৰ প্ৰতিযোগিতামূলক ক্ষেত্ৰখনত পুনম লহকৰৰ বহুমুখী প্ৰতিভা, দৃঢ়তা আৰু সফলতাৰ ভূয়সী প্ৰশংসা কৰি অসম কন্যাগৰাকীক অনুষ্ঠানত ডক্টৰেট ডিগ্ৰী প্ৰদান কৰে অভিনেত্ৰী শিল্পা শ্বেট্টীয়ে। ভাৰত চৰকাৰৰ কৰ্পৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত দিল্লীত অনুষ্ঠিত হোৱা এইচ ডি এ চিৰ আলোচনাচক্ৰত প্ৰদান কৰা এই সন্মান অসমৰ বাবে মডেলিং আৰু অভিনয়ৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে। পুনম লহকৰে লাভ কৰা এই সন্মানৰ জৰিয়তে অসমৰ মহিলাসকলে ৰাষ্ট্ৰীয় মঞ্চত পালন কৰা অগ্ৰণী ভূমিকা প্ৰতিফলিত হৈছে।

উল্লেখ্য যে, নিজৰ ক্ষেত্ৰখনত প্ৰভাৱশালী শক্তি হিচাপে আত্মপ্ৰকাশ কৰা পুনম লহকৰ এতিয়া সমগ্ৰ অসমৰ যুৱ প্ৰজন্মৰ বাবে গৌৰৱ আৰু প্ৰেৰণাৰ প্ৰতীক হিচাপে পৰিগণিত হৈছে। এই সন্মান তেওঁৰ সমগ্ৰ কেৰিয়াৰৰ অন্য এক সাফল্যৰ চানেকি। ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পিছত গুৱাহাটীৰ হোটেল নভোটেলত অনুষ্ঠিত এক অনুষ্ঠানত ড° লহকৰে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰি উপস্থিত লোকসকলৰ সৈতে তেওঁৰ ভৱিষ্যত পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে, ‘এয়া কেৱল মোৰ প্ৰচেষ্টাক প্ৰদান কৰা স্বীকৃতি নহয়, বৰঞ্চ অসম আৰু উত্তৰ-পূব ভাৰতৰ প্ৰতিভাৰ বাবে এক বৃহৎ মঞ্চ গঢ়ি তোলাৰ সুযোগো। এই স্বীকৃতিৰ জৰিয়তে মই আমাৰ অঞ্চলৰ অনন্য শিল্প, সৌন্দৰ্য্য আৰু সৃষ্টিশীলতাক অধিক উজ্বলাই তুলিব বিচাৰোঁ।’’

প্ৰণিধানযোগ্য যে, অসমীয়া প্ৰতিভাক অভিনয় আৰু মডেলিঙৰ দৰে অগতানুগতিক ক্ষেত্ৰসমূহৰ সৈতে পৰিচয় কৰাই দিয়াৰ লক্ষ্যৰে ড° পুনম লহকৰে ইতিমধ্যে বিশিষ্ট উদ্যোগপতি আৰু কৰ্পৰেট সংস্থাৰ সৈতে কাম আৰম্ভ কৰিছে। তেওঁৰ এই পদক্ষেপে অসমৰ সৃষ্টিশীল লোকসকলক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাত সহায় কৰিব।

এই গুৰুত্বপূৰ্ণ সন্মানে ড° লহকৰক অসমৰ শিল্প-ঐতিহ্যৰ পথ-প্ৰদৰ্শক হিচাপে এক উচ্চ স্থানত প্ৰতিষ্ঠিত কৰাৰ সমান্তৰালকৈ ৰাজ্যখনৰ ফেশ্বন আৰু চিনেমা জগতত এক নতুন অধ্যায়ৰ সূচনা কৰিছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

দিল্লী আৰক্ষীৰ বিৰুদ্ধে ভুৱা ‘এআই’ ভিডিঅ’ নিৰ্মাণ আৰু প্ৰচাৰৰ অভিযোগত গ্ৰেপ্তাৰ এজন যুৱক

October 6, 2026 4:05 pm
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

ভাৰতত অনুষ্ঠিত হ’ব নেকি ২০৩৬ৰ অলিম্পিক? আয়োজকৰ দৌৰত আছে আন ৬খন দেশ

October 6, 2026 7:00 pm
বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

বৰফৰ তলিত মহাজাগতিক ৰহস্যৰ সন্ধান! পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটাৰে সন্মানিত বিজ্ঞানী ফ্ৰান্সিছ হালজেন

October 6, 2026 6:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd