• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিছে ৰতন টাটাৰ! একাধিক প্ৰতিবেদনত পোহৰলৈ আহিছে তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 9, 2024 8:54 pm
124
VIEWS
Share on FacebookShare on Twitter

যোৱা সোমবাৰে পুৱা হঠাৎ খবৰ বিয়পি পৰে যে ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু তেওঁ নিজেই এটা ছ’চিয়েল পোষ্টত কয় যে এয়া ভুল খবৰ। কিন্তু বুধবাৰে কেইবাটাও সংবাদ মাধ্যমত ৰতন টাটাক চিকিৎসালয়ত ভৰ্তি হোৱাৰ লগতে তেওঁৰ অৱস্থাৰ অৱনতি ঘটা বুলি দাবী কৰে।

পূৰ্বে জনা গৈছিল যে ৰতন টাটা স্বাভাৱিক স্বাস্থ্য পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ গৈছিল। কিন্তু বুধবাৰে সমগ্ৰ ভাৰতৰ কেইবাটাও সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে ৰতন টাটাৰ শৰীৰৰ অৱস্থা সঁচাকৈয়ে চিন্তাজনক। সম্প্ৰতি তেওঁ বিশেষ পৰ্যবেক্ষণৰ অধীনত আছে। প্ৰথমে শুনা গৈছিল যে তেওঁৰ ৰক্তচাপ হঠাতে কমি অহাৰ বাবে চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হৈছে। কিন্তু পিছলৈ গম পোৱা যায় যে উদ্যোগপতিজনে ঠিকেই কৈছে।

সোমবাৰে পোৱা খবৰ অনুসৰি ৰতন টাটাক সংকটজনক অৱস্থাত পুৱা ১২:৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰ উপৰিও প্ৰকাশ পাইছে, বিখ্যাত হৃদৰোগ বিশেষজ্ঞ ডা. আস্পি গোলৱালাৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছে। কিন্তু ৰতন টাটাই নিজেই নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলত পোষ্ট কৰি কয় যে এই খবৰ ভুল।

অৱশ্যে বুধবাৰে টাটা গ্ৰুপ বা ৰতন টাটাৰ নিজা কার্যালয়েও কোনো প্রতিক্রিয়া প্রদান নকৰিলে৷ কিন্তু সকলোৱে তেখেতৰ আশু আৰোগ্য কামনা কৰিছে।

Recent News

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

মাৰ্ঘেৰিটাত বৈধ কয়লা খনিত পুনৰ খননৰ দাবী: আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd