• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

১৪৪ খন চিনেমাত একেই চৰিত্ৰ : বিশ্ব অভিলেখ গঢ়িলে বলীউডৰ এইগৰাকী অভিনেতাই

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 13, 2024 6:55 pm
791
VIEWS
Share on FacebookShare on Twitter

তাৰকা হোৱাৰ সপোন লৈ প্ৰৱেশ কৰিছিল বলীউড জগতত। জগদীশ ৰাজ হিন্দী চিনেমা দৰ্শকৰ বাবে সুপৰিচিত। তেওঁক হিন্দী ছবিৰ শ্ৰেষ্ঠ আৰক্ষী বিষয়া বুলি ক’ব পাৰি। অন্ততঃ আজিও দৰ্শকে তেওঁক তেনেকৈয়ে মনত ৰাখিছে।

১৯৩৯ চনত ‘এক হি ৰাস্তা’ চিনেমাৰ জৰিয়তে অভিনয় আৰম্ভ কৰিছিল জগদীশ ৰাজে। তাৰ পিছত তেওঁ অসংখ্য বলীউড ছবিত অভিনয় কৰিছে।

তেওঁৰ উল্লেখযোগ্য চিনেমাসমূহ হৈছে মধুমতী, চি আই ডি, ধুল কা ফুল, শৰৰাট, কংগন, কানুন, জাল, বাজী, স্লেছ, উপাসনা, মেমছাব, হালচাল, জুৱাৰী, জৱানী দীৱানী, ইনছানিয়াট ইত্যাদি। ২০০১ চনত তেওঁ শেষবাৰৰ বাবে ‘কসম’ ছবিত পুলিচৰ চৰিত্ৰত অভিনয় কৰিছিল।

বলীউডৰ এইগৰাকী অভিনেতাই জীৱনত অসংখ্য ছবিত অভিনয় কৰিছিল। ইয়াৰে ১৪৪ খন ছবিত তেওঁ কেৱল আৰক্ষী বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছিল।

জীৱনৰ প্ৰথম দুখন ছবিত তেওঁ আৰক্ষী বিষয়াৰ চৰিত্ৰত ইমানেই নিখুঁতভাৱে অভিনয় কৰিছিল যে সেই সময়ত যদি হিন্দী চিনেমাত আৰক্ষীৰ চৰিত্ৰ থাকিলে সেই চৰিত্ৰৰ বাবে তেওঁকেই নিৰ্বাচন কৰা হৈছিল।

ইমানবোৰ ছবিত একেটা চৰিত্ৰতে অভিনয় কৰা তেৱেই একমাত্ৰ ব্যক্তি। বিশ্বত আন কোনো অভিনেতাই একেটা চৰিত্ৰত ইমান বেছিকৈ অভিনয় কৰা নাই।

Recent News

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

এভাৰেষ্ট জয়! মেঘালয়ৰ আটাইতকৈ কম বয়সীয়া পৰ্বতাৰোহী হিচাপে খ্যাতি অৰ্জন ৰিফাইনেছ ৱাৰজৰিৰ

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

ঝাৰখণ্ডৰ মাওবাদীৰ গুলীত ছহিদ অসমৰ সেনা জোৱান : নিহত দুই মাওবাদী

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

NATOৰ কঠোৰ সতৰ্কবাণী! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক ৰখা দেশৰ ওপৰত আৰোপ কৰিব নিষেধাজ্ঞা

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

বিজনীত এছ এছ বি-আৰক্ষীৰ যৌথ অভিযান : জব্দ ঘৰত নিৰ্মাণ কৰা বন্দুক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd