• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পুনৰ চৰ্চাত বিবেক-ছলমান! বিষ্ণোই সমাজৰ ভূয়সী প্ৰশংসা বিবেক অবেৰয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 15, 2024 9:40 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এন চি পি (অজিত) নেতা বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছে লৰেন্স বিষ্ণোই নেতৃত্বাধীন বিষ্ণোই চক্ৰই। ব্লেকবাক হত্যাৰ গোচৰত জড়িত হোৱাৰ পৰাই ছলমান খান এই বিষ্ণুই গেঙৰ হিট লিষ্টত আছে। ছিদ্দিকী হত্যাকাণ্ডৰ পিছতে বৃদ্ধি কৰা হৈছে ভাইজানৰ নিৰাপত্তা। এনে পৰিস্থিতিত বিবেক অবেৰয়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিল। য’ত অভিনেতাজনে বিষ্ণোই সমাজকক অপৰিসীম প্ৰশংসা কৰা দেখা যায়।

ভিডিঅ’টো কেতিয়া লোৱা হৈছিল সেয়া জানিব পৰা হোৱা নাই। অৱশ্যে বিবেকৰ এই বক্তব্য যথেষ্ট পুৰণি বুলি বিশ্বাস কৰা হয়। হয়তো বিবেকে এখন ৰাজহুৱা সভাত ভাষণ দি আছিল। তাতে তেওঁ ক’লে, “আপুনি বিষ্ণোই সমাজখনৰ বিষয়ে গুগল কৰিব পাৰে, গোটেই পৃথিৱীতে এনেকুৱা একো দেখা নাপাব। কাৰণ প্ৰতিটো ঘৰতে, আনকি মোৰ ঘৰতো আমি গৰুৰ গাখীৰ লৈ ল’ৰা-ছোৱালীক দিওঁ। সমগ্ৰ বিশ্বৰ বিষ্ণোই সমাজতহে হৰিণা এটাৰ মৃত্যু হ’লে আমাৰ বিষ্ণোই মাতৃয়ে পোৱালিক নিজৰ স্তনপান কৰায়।”

দীৰ্ঘদিন ধৰি ছলমান খান আৰু বিবেক অবেৰয়ৰ সম্পৰ্ক তিক্ত। আৰু কাৰণ ঐশ্বৰ্য ৰায় বচ্চন। শুনা যায় যে সঞ্জয় লীলা ভাঞ্চালীৰ ‘হম দিল দে চুকে ছনম’ৰ চেটত ঐশ্বৰ্যৰ প্ৰেমত পৰিছিল ছলমান। কিন্তু সেই সম্পৰ্ক স্থায়ী নহ’ল। তাৰ পিছত কি উ!হো গয়া না চিনেমাখনৰ শ্বুটিংৰ সময়ত বিবেক অবেৰয়ৰ সৈতে ঐশ্বৰ্য সম্পৰ্কত লিপ্ত হয়। সেই সময়ত বিবেকে দাবী কৰিছিল যে ছলমান খানে তেওঁক ভাবুকি দিছিল।

Apply Now

২০০৫ চনত বিবেক-ঐশ্বৰ্যৰ বিচ্ছেদ ঘটে। ইয়াৰ পাছতে প্ৰাক্তন বিশ্ব সুন্দৰীগৰাকীক অভিষেক বচ্চনে বিয়া কৰাই বচ্চন পৰিয়ালৰ কইনা হয়। কিন্তু ছলমান-বিবেকৰ সম্পৰ্ক আৰু কেতিয়াও স্বাভাৱিক নাছিল। বিবেকে এটা অনুষ্ঠানত অনুষ্ঠান পৰিৱেশন কৰি ভাইজানৰ ওচৰতো ৰাজহুৱাভাৱে ক্ষমা খুজিছিল। কিন্তু ইয়াৰ দ্বাৰা বিশেষ একো সহায় নহ’ল। বিবেকেও জীৱনৰ এক নতুন পথ বাছি লৈছে। এতিয়া তেওঁ দুটা সন্তানৰ পিতৃ। কিন্তু ভাইৰেল ভিডিঅ’টোৰ বাবেই তেওঁৰ নামটো পুনৰ ছলমানৰ সৈতে জড়িত হৈ পৰিল।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd