• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিউজিলেণ্ডৰ বিৰুদ্ধে মাত্ৰ ৪৬ ৰানতে অল আউট ভাৰত; শূন্যতে উভতিল ৫ জনকৈ বেটছমেন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2024 2:31 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টছত জয়লাভ কৰি ভাৰতে নিউজিলেণ্ডৰ বিৰুদ্ধে প্ৰথমখন টেষ্টত বেটিং কৰিবলৈ সিদ্ধান্ত লয়। সেই সিদ্ধান্ত একেবাৰে সঠিক বিবেচিত নহ’ল। আৰম্ভণিতে বেটিঙত পতন ঘটিছিল টিম ইণ্ডিয়াৰ। ৰোহিত বাহিনীয়ে ৫০ ৰানৰ সীমাও অতিক্ৰম কৰিব নোৱাৰিলে।

দুপৰীয়াৰ মধ্যাহ্ন ভোজনৰ সময়ত ভাৰতৰ স্ক’ৰ আছিল ৬ উইকেটত ৩৪ ৰান। নিউজিলেণ্ডৰ উইলিয়াম আৰু ৰ’ৰ্কে তিনিটা, মেট হেনৰীয়ে দুটা আৰু টিম চাউথীয়ে এটা উইকেট দখল কৰে।

বেংগালুৰুত ভাৰত বনাম নিউজিলেণ্ডৰ প্ৰথম দিনৰ খেল বৰষুণৰ ফলত বিনষ্ট হয়। দ্বিতীয় দিনাও ১২.৪ অভাৰ খেলাৰ পাছত বৰষুণ আৰম্ভ হয়। আধা ঘণ্টাৰ পিছত আকৌ খেল আৰম্ভ হয় ।

Apply Now

লগতে পঢ়কঃ সুৰা নিষিদ্ধ বিহাৰ! উৎসৱৰ সময়ত বিষাক্ত সুৰা সেৱন কৰি ২০ জন লোকৰ মৃত্যু; চিকিৎসালয়ত ভৰ্তি বহুতো

টিম চাউথীৰ বল ষ্টেপ আউট কৰি ৰোহিতে খেলিবলৈ যায়। বেট-পেডৰ ফাঁকেৰে বলটো সৰকি উইকেটত খুন্দা মাৰে। ২ ৰাণত আউট হয় ৰেহিত। প্ৰথমটো উইকেট ৯ ৰানত হেৰুৱায় ভাৰতে।

আজি পুনৰ ৰান নাপালে বিৰাট কোহলীয়ে। আন এজন টপ অৰ্ডাৰ বেটছমেন ছৰফৰাজো শূন্য ৰাণত আউট হয়। কোহলী-ছৰফৰাজৰ বেটিং চলি থকা সময়লৈকে ভাৰতে মাত্ৰ ১০ ৰানত ৩টা উইকেট হেৰুৱাইছিল।

যশস্বী জয়ছৱালে বৰ্তি থাকিবলৈ চেষ্টা কৰিছিল যদিও চম্ভালিব পৰা নাছিল। তেওঁৱো ১৩ ৰাণত আউট হয়। কে এল ৰাহুলৰ অৱস্থাও পুতৌজনক। তেওঁৱো ৰুৰকিৰ বল খেলিবলৈ গৈ শূন্য ৰাণত আউট হয়।

লগতে পঢ়কঃ দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম ছুপাৰিশ কৰিলে ডি ৱাই চন্দ্ৰচুড়ে; পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

জাদেজাইও ৰান নাপালে। কোহলীৰ পিছত ছৰফৰাজ, ৰাহুল, জাডেজা, ৰবিচন্দ্ৰন অশ্বিনেও শূন্য ৰাণত আউট হয়। অৰ্থাৎ ভাৰতৰ পাঁচজন বেটছমেনে একাউণ্ট খুলিব নোৱাৰিলে। পন্থেও বেছি সময় খেল ধৰি ৰাখিব নোৱাৰিলে। হেনৰীৰ বলত ২০ ৰান কৰি পেভলিয়নলৈ উভতি যায়। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am

হৰমুজ প্ৰণালীত আৱদ্ধ ১৩ খন ভাৰতীয় জাহাজ! সাগৰত আবদ্ধ ৫৬২ ভাৰতীয় নাবিকৰ জীৱনলৈ ভাবুকি, অসুস্থ হৈ এজনৰ মৃত্যু

June 14, 2026 9:37 pm
ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

ছ’চিয়েল মিডিয়াৰ পৰা ৰাজপথলৈ ‘ককৰোচ’ৰ সংগ্ৰাম! ‘নীট’ কেলেংকাৰীৰ প্ৰতিবাদত শিক্ষামন্ত্ৰীৰ পদত্যাগ বিচাৰি উত্তাল বেংগালুৰু

June 14, 2026 8:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

এন চি পি আইত ২০ জন বিদ্ৰোহী তৃণমূল সাংসদ; আইনী জটিলতাৰ পৰা হাত সাৰিবলৈকে ‘অস্বীকৃতিপ্ৰাপ্ত’ দলত যোগদান

June 15, 2026 8:16 am
৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

৭টা গ’ল! জয়েৰে বিশ্বকাপ অভিযান আৰম্ভ জাৰ্মানীৰ; যুঁজ দি মন জয় কৰিলে কৰিলে নৱাগত কুৰাকাওৱে

June 15, 2026 7:33 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd