• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ নাম ছুপাৰিশ কৰিলে ডি ৱাই চন্দ্ৰচুড়ে; পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 17, 2024 11:08 am
দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম ছুপাৰিশ কৰিছে মুখ্য ন্যায়াধীশে ডি ৱাই চন্দ্ৰচুড়ে।

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে সঞ্জীৱ খান্নাৰ নাম ছুপাৰিশ কৰিছে মুখ্য ন্যায়াধীশে ডি ৱাই চন্দ্ৰচুড়ে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব সঞ্জীৱ খান্না। নিয়ম অনুসৰি অৱসৰৰ পূৰ্বে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কেন্দ্রক তেওঁৰ উত্তৰাধিকাৰীগৰাকীৰ নাম পৰামৰ্শ দিছে। তাৎপৰ্যপূৰ্ণভাৱে সঞ্জীৱ খান্নাই প্ৰথমবাৰৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব। ইয়াৰ পূৰ্বে তেওঁ কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰা নাই।

১০ নৱেম্বৰত শেষ হ’ব মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ কাৰ্যকাল। তাৰপিছতে মুখ্য ন্যায়াধীশৰ দায়িত্ব ল’ব ‘চিনিয়ৰ মষ্ট’ ন্যায়াধীশ সঞ্জীৱ খান্নাই। তেওঁ দেশৰ ৫১ সংখ্যক মুখ্য ন্যায়াধীশ হ’ব। অৱশ্যে মাত্ৰ ছমাহ তেওঁ সেই পদত থাকিব। ২০২৫ চনৰ ১৩ মে’ত তেওঁ অৱসৰ লোৱাৰ কথা।

উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ নিয়ম অনুসৰি মুখ্য ন্যায়াধীশে অৱসৰৰ পূৰ্বে তেওঁৰ উত্তৰাধিকাৰীৰ নামৰ পৰামৰ্শ দিয়ে। কেন্দ্ৰীয় চৰকাৰে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। এইবাৰো ন্যায়াধীশ চন্দ্ৰচুড়ে কেন্দ্ৰলৈ প্ৰেৰণ কৰিছে পৰামৰ্শ।

Apply Now

ন্যায়াধীশ সঞ্জীৱ খান্নাই ৪ দশকৰো অধিক সময় ধৰি আইনী বৃত্তিৰ সৈতে জড়িত হৈ আছে। ১৯৮৩ চনত দিল্লীৰ তিছ হাজাৰী আদালতত অধিবক্তা হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।

২০০৫ চনত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। এবছৰৰ পাছত তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ স্থায়ী ন্যায়াধীশ পদলৈ উন্নীত হয়।

ন্যায়াধীশ খান্নাই ২০১৯ চনৰ ১৮ জানুৱাৰীত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হোৱাৰ আগতে তেওঁৰ কোনো উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে অভিজ্ঞতা নাছিল। ফলত ন্যায়াধীশ খান্নাই প্ৰথমবাৰৰ বাবে মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰিব।

ন্যায়াধীশ খান্নাই বিগত পাঁচ বছৰত উচ্চতম ন্যায়ালয়ত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায়দান কৰিছে। ইয়াৰ ভিতৰত চেন্ট্ৰেল ভিষ্টা প্ৰকল্পত সন্মতি দিয়াটোও অন্তৰ্ভুক্ত। লগতে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ বাতিলৰ বৈধতা আৰু নিৰ্বাচনী বণ্ড বাতিলৰ গোচৰো আছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়োগৰ দাবীক নস্যাৎ! ৬ নম্বৰ প্ৰ-পত্ৰৰ সালসলনিত অনুমোদন জনোৱা নাই উচ্চতম ন্যায়ালয়ে

October 5, 2026 8:30 pm
পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

পোহৰৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিব পাৰিব মগজুৰ স্নায়ু! যুগান্তকাৰী আৱিষ্কাৰৰ বাবে ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল

October 5, 2026 7:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

মহিলা সাংবাদিকক নিৰ্যাতনত অভিযুক্ত এচিপি হ’ল অতিৰিক্ত ডিচিপি! তদন্তৰ সময়ত পদোন্নতিক লৈ উঠিছে প্ৰশ্ন

October 6, 2026 7:53 am
গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

গুগললৈ বৃহৎ বিপৰ্যয়! সংবাদ মাধ্যমক ন্যায্য প্ৰাপ্য নিদিয়াৰ অভিযোগত পোলেণ্ডত তদন্তৰ সন্মুখীন প্ৰযুক্তি প্ৰতিষ্ঠানটো

October 5, 2026 9:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd