• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাণক্য নীতিঃ এই ৫টা কথা পত্নীয়ে কেতিয়াও স্বামীক জানিব নিদিয়ে! সদায় তেওঁলোকৰ পৰা লুকুৱাই ৰাখে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 20, 2024 7:34 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বামী-স্ত্ৰীৰ সম্পৰ্ক পাৰস্পৰিক বিশ্বাসৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে। অৱশ্যে আপুনি জানি আচৰিত হ’ব যে বিবাহিত জীৱনত পত্নীয়ে স্বামীৰ পৰা ৫টা গোপন কৰি ৰখা কথা আছে। এই পৰিস্থিতিত আচাৰ্য চাণক্যই তেওঁৰ নীতিশাস্ত্ৰত এই ৫টা গোপন কথা উল্লেখ কৰিছে। কেৱল এয়াই নহয় নীতিশাস্ত্ৰত লগতে কোৱা হৈছে যে এই কথাবোৰ লুকুৱাই ৰখাৰ বাবেই স্বামী-স্ত্ৰীৰ সম্পৰ্ক বৰ্তি থাকে।

উল্লেখ্য যে আচাৰ্য চাণক্য আমাৰ দেশৰ এজন মহান ৰাজনীতিবিদ, কূটনীতিবিদ আৰু অৰ্থনীতিবিদ আছিল। তদুপৰি তেওঁ জীৱনৰ সকলো দিশ গভীৰভাৱে অধ্যয়ন কৰাই নহয়, জনসাধাৰণৰ সঠিক জীৱন-ধাৰণৰ পদ্ধতিৰ বিষয়েও শুদ্ধ ধাৰণা আগবঢ়াইছিল। এই পৰিস্থিতিত পত্নীয়ে স্বামীৰ পৰা কোনবো ৫টা কথা লুকুৱাই ৰাখে জানো আহক।

নিজৰ সন্মতি নাথাকিলেও স্বামীৰ সিদ্ধান্তত সন্মতি দিয়া

বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে বৈবাহিক জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত পত্নীয়ে স্বামীৰ সিদ্ধান্তত সন্মতি দিয়ে। কিছুমান ক্ষেত্ৰত একমত নহ’লেও পত্নীসকলে পৰিয়ালৰ কথা ভাবি স্বামীৰ সিদ্ধান্ত গ্ৰহণ কৰে। মূলতঃ পত্নীয়ে তেওঁলোকৰ সম্পৰ্কত তিক্ততাক প্ৰৱেশ কৰিবলৈ নিদিয়ে। লগতে পত্নীসকলে সংঘাতৰ সৃষ্টি কৰিব পৰা বিষয়বোৰ এৰাই চলিব পাৰে।

Apply Now

পুৰণি প্ৰেম

সাধাৰণতে পত্নীয়ে স্বতঃস্ফূৰ্তভাৱে নিজৰ পুৰণি প্ৰেম বা প্ৰেমৰ কথা স্বামীক নকয়। পত্নীসকলে তেওঁলোকৰ বান্ধৱীসকলৰ লগত এই বিষয়ে আলোচনা কৰিলেও গিৰিয়েকক ক’ব নিবিচাৰে।

সন্তুষ্ট নহ’লেও সন্তুষ্ট হৈ পৰে তেওঁলোক

এগৰাকী আদৰ্শ পত্নীয়ে অলপতে সন্তুষ্ট হয়। আৱেগিকভাৱে সন্তুষ্ট নহ’লেও স্বামী আৰু পৰিয়ালৰ সুখৰ কথা ভাবি নিজৰ অসন্তুষ্টি লুকুৱাই ৰাখে।

লুকুৱাই ৰাখে ধন

মূলতঃ পত্নীক “ঘৰৰ লক্ষ্মী” বুলি গণ্য কৰা হয়। এইক্ষেত্ৰত সুযোগ পালেই তেওঁ সঞ্চয় কৰি থাকে। তদুপৰি পৰিয়ালৰ প্ৰয়োজন অনুযায়ী তেওঁৰ সঞ্চিত ধন কামত আহে। ইফালে পত্নীয়ে সঞ্চয়ৰ কথা স্বামীক জনাবলৈ নিদিয়ে।

গুৰুতৰ অসুস্থতা

এগৰাকী পত্নীয়ে হঠাতে গুৰুতৰ ৰোগৰ বিষয়ে স্বামীক জনাব নিবিচাৰে। মূলতঃ তেওঁলোকে নিজকে চিন্তাৰ কাৰণ হিচাপে উপস্থাপন কৰাটো এৰাই চলিবলৈ পছন্দ কৰে। এগৰাকী পত্নীয়ে প্ৰতিটো পৰিস্থিতিত সদায় নিজৰ পৰিয়ালৰ যত্ন লয়। আৰু সেইবাবেই নিজৰ কোনো সমস্যাৰ কথা গিৰিয়েকক জানিবলৈ নিদিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

প্ৰাকৃতিক দুৰ্যোগত তচনচ হিমাচল প্ৰদেশ: আঢ়ৈ মাহত ১৫৭ জনৰ প্ৰাণহানি, সন্ধানহীন ২৫৭ জন

August 11, 2026 8:33 pm
উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

উজ্জ্বল ভূঞাৰ বক্তৃতা আৰু ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যম

August 11, 2026 7:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি আৰু CM FLIGHT-লৈ কেবিনেটৰ অনুমোদন: চৰকাৰী চাকৰিত যোগদানৰ নিয়ম সলনি

August 11, 2026 9:55 pm
চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

চিজেপিৰ সংসদ অভিযানত আৰক্ষীয়ে সঁচাকৈয়ে পেলেট গান চলাইছিল নেকি? কি ওলাল আৰটিআই তথ্যত?

August 11, 2026 9:37 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd