• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি নেতাৰ বোৱাৰী হ’ল পাকিস্তানী কন্যা! ভিছাৰ জটিলতাৰ বাবেই অনলাইন মাধ্যমত সম্পন্ন হ’ল বিবাহ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 20, 2024 12:42 pm
251
VIEWS
Share on FacebookShare on Twitter

ডিজিটেল যুগত প্ৰেম কাৰোৰে বাবে বাধা হ’ব নোৱাৰে। উত্তৰ প্ৰদেশৰ বিজেপি নেতাৰ পুত্ৰই অনলাইনযোগে পাকিস্তানী যুৱতীক বিয়া কৰালে। জৌনপুৰৰ বিজেপি নেতা তেহচিন শ্বাহিদে খৰখেদাকৈ ডাঙৰ পুত্ৰৰ বিবাহৰ ব্যৱস্থা কৰিলে। কাৰণ কইনাৰ মাতৃ গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

গতিকে দুয়োটা পৰিয়ালে বিচাৰিছিল যে মহম্মদ আব্বাছ হাইদৰ আৰু আন্দলিপ জেহৰাই যিমান পাৰি সোনকালে বিবাহ সমাপ্ত কৰক। ইতিমধ্যে আব্বাছে ভিছাৰ বাবে আবেদন কৰিছিল। কিন্তু শেহতীয়াকৈ দুয়োখন চুবুৰীয়া দেশৰ মাজত ৰাজনৈতিক উত্তেজনাৰ মাজত ভিছা শীঘ্ৰে নিশ্চিত হোৱা নাই। গতিকে উত্তৰ প্ৰদেশৰ আব্বাছ আৰু লাহোৰৰ আন্দলিপে শুকুৰবাৰে নিশা অনলাইনত বিবাহপাশত আবদ্ধ হয়। ইমাম্বৰাত উপস্থিত থাকে দৰা। বিজেপিৰ কেইবাগৰাকীও নেতাক আমন্ত্ৰণ জনোৱা হয়। আনহাতে, লাহোৰৰ পৰা কইনাৰ পক্ষও উপস্থিত আছিল।

বিজেপি নেতা শ্বাহিদে যোৱা বছৰ ডাঙৰ পুত্ৰৰ বিবাহ ঠিক কৰিছিল। আন্দলিপ তেওঁৰ এজন আত্মীয়ৰ কন্যা। লাহোৰ চহৰত পৰিয়ালৰ সৈতে থাকে। বিজেপি নেতাগৰাকী আৰু তেওঁৰ পৰিয়ালে বিগত বৰ্ষত ভিছাৰ বাবে এতিয়াও আৱেদন কৰা নাই। কিছুদিন পূৰ্বে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল আন্দলিপৰ মাতৃ ইয়াছমিন জাইদী। পাকিস্তানৰ এখন চিকিৎসালয়ত আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। এনে পৰিস্থিতিত শ্বাহিদে নিজৰ পুত্ৰক অনলাইনত বিয়া কৰাবলৈ সিদ্ধান্ত লয়।

ছিয়া সম্প্ৰদায়ৰ ধৰ্মগুৰু মৌলানা মেহফুজুল হাছান খানে কয় যে ইছলামৰ ‘নিকাহ’ত কইনাৰ সন্মতি সৰ্বোচ্চ। মৌলানাৰ জৰিয়তে তেওঁ কথা ক’ব লাগিব। গতিকে অনলাইনত ‘নিকাহ’ অসম্ভৱ নহয়। দুয়োপক্ষৰ পৰা মৌলানাই শুভ অনুষ্ঠানটো সম্পূৰ্ণ কৰিলে।

শুকুৰবাৰে বিজেপিৰ বিধায়ক ব্ৰীজেশ সিং প্ৰিছুৰ দৰে নেতাই বিজেপি নেতাৰ পুত্ৰৰ বিয়াত অংশগ্ৰহণ কৰে। আৰু বিয়াৰ পিছত হাইদৰে আশা কৰিছে যে এইবাৰ তেওঁৰ পত্নীয়ে ভাৰতীয় ভিছা পাবলৈ বেছি সময় অপেক্ষা কৰিব নালাগিব। তেওঁ প্ৰশাসনক আবেদন জনায় যাতে তেওঁৰ পত্নীয়ে সোনকালে তেওঁৰ ওচৰলৈ আহিব পাৰে।

Recent News

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

আলফা(স্বা)ৰ শিবিৰত ড্ৰোন আক্ৰমণৰ লগত জড়িত নহয় অসম আৰক্ষী : হিমন্ত বিশ্ব শৰ্মা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

ভুৱা কল চেণ্টাৰৰ জৰিয়তে আমেৰিকাৰ বাসিন্দাক প্ৰতাৰণা! ইডিৰ চাৰিখন চহৰত অভিযান, উদ্ধাৰ নগদ ধন আৰু গহনা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

এতিয়া সহজ হ’ব ৰে’ল যাত্ৰা: ভাৰতীয় ৰে’লৱে মুকলি কৰিছে নতুন সুবিধা

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

উদঘাটন হ’ল ভাইৰেল অৰ্চিতা ফুকনৰ ৰহস্য! প্ৰাক্তন প্ৰেমিকৰ কু-কাণ্ডৰ বলি অৰ্চিতা ফুকন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd