• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰেমত বাধা হোৱাৰ বাবে শিশু অপহৰণৰ অভিযোগ; মুম্বাইত গ্ৰেপ্তাৰ ‘ক্ৰাইম পেট্ৰ’ল’ খ্যাত অভিনেত্ৰী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2024 10:31 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

201
VIEWS
Share on FacebookShare on Twitter

টিভি ধাৰাবাহিক অভিনেত্ৰী। জনপ্ৰিয় ক্ৰাইম টেলিভিছন শ্ব’ ‘ক্ৰাইম পেট্ৰ’ল’তো অভিনয় কৰিছিল। এইবাৰ শিশু অপহৰণৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিনেত্ৰী শ্বাব্ৰিনক। মহাৰাষ্ট্ৰৰ পালগড় জিলাৰ পৰা চাড়ে তিনি বছৰীয়া শিশুটিক অপহৰণ কৰাৰ অভিযোগ উত্থাপন হৈছে। দেওবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত অভিনেত্ৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

বাতৰি মতে, অভিনেত্ৰীগৰাকীৰ শিশুটিৰ খুড়াক ব্ৰিজেশ সিঙৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। কিন্তু ব্ৰিজেশৰ পৰিয়ালৰ লোকে তেওঁলোকৰ বিয়াত সন্মতি নিদিলে। আৰক্ষী বিষয়াৰ মতে শ্বাব্ৰিনে ব্রিজেশৰ প্ৰেমত ইমানেই নিমগ্ন হৈ পৰিছিল যে তেওঁ কি কৰি আছে তাৰ সম্বিত হেৰুৱাইছিল। আৰক্ষীয়ে নিশ্চিত কৰিছে যে মহিলাগৰাকী টেলি ছিৰিয়েল ‘ক্ৰাইম পেট্ৰ’ল’ৰ অভিনেত্ৰী।

এই অপহৰণ কাণ্ডৰ সৈতে ব্ৰিজেশৰ কোনো সম্পৰ্ক আছে নেকি তাৰো তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। যোৱা কেইবছৰমানৰ পৰাই শ্বাব্ৰিনৰ লগত ব্রিজেশৰ সম্পৰ্ক আছিল। কিন্তু দুয়োজনেই একে ‘জাতি’ৰ নহয় বাবে ব্ৰিজেশৰ পৰিয়ালে এই বিবাহত সন্মতি নিদিলে।

লগতে পঢ়কঃ দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল নিউজিলেণ্ড

আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, শ্বাব্ৰিনেও ব্ৰিজেশৰ পৰিয়ালৰ লোকক বহুবাৰ পতিয়ন নিয়াবলৈ চেষ্টা কৰিছিল। কিন্তু সমাধান হোৱা নাছিল। এনে পৰিস্থিতিত শনিবাৰে তেওঁ ব্ৰিজেশৰ ভতিজাকক অপহৰণ কৰাৰ অভিযোগ।

ব্ৰিজেশৰ ভতিজাক শনিবাৰে পুৱা আন স্বাভাৱিক দিনৰ দৰে স্কুললৈ গৈছিল। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, প্ৰায় ১১ বজাৰ আশে পাশে শ্বাব্ৰিনো বিদ্যালয়খনৰ সন্মুখত উপস্থিত হয়। স্কুল সেই স্কুটী হৈছিল। ব্ৰিজেশৰ ভতিজাকে শ্বাব্ৰিনক আগৰ পৰাই চিনি পাইছিল। চাড়ে তিনি বছৰীয়া শিশুটিয়ে চিনাকি মুখ এখন থকাৰ বাবে শ্বাব্ৰিনৰ লগত যোৱাত আপত্তি নকৰিলে।

পিছত দুপৰীয়া ব্ৰিজেশৰ ভতিজা ঘৰলৈ উভতি নাহিল আৰু পৰিয়ালৰ লোক চিন্তিত হৈ পৰিল। বিদ্যালয়ৰ লগত যোগাযোগ কৰিলে। সোধা-পোছাত তেওঁ গম পালে যে এগৰাকী মহিলাই তেওঁক ডাক্তৰক দেখুওৱাৰ নামত স্কুলৰ পৰা লৈ গৈছে। থানাত খবৰ দিলে। বিদ্যালয়খনৰ সন্মুখত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰি আৰক্ষীয়ে শ্বাব্ৰিনক চিনাক্ত কৰে।

লগতে পঢ়কঃ ১১.৯৬ কোটি টকাৰ প্ৰতাৰণাৰ অভিযোগত পত্নীসহ ৰেমো ডি’ চুজাকে ধৰি ৭জনৰ বিৰুদ্ধে FIR দাখিল

ব্ৰিজেশৰ ভতিজাককলৈ তেওঁ স্কুলৰ সন্মুখৰ পৰা অটো এখনত উঠিছিল। সেই সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। লগতে তদন্তকাৰী দলটোৱে শ্বাব্ৰিনৰ মোবাইল ফোনটোৰ অৱস্থান নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে।

অৱশেষত বান্দ্ৰাৰ পৰা শ্বাব্ৰিনক গ্ৰেপ্তাৰ কৰা হয় । আৰক্ষীৰ জেৰাৰ সময়ত তেওঁ স্বীকাৰ কৰে যে শিশুটিক নৈগাঁও অঞ্চলৰ এটা ফ্লেটত লুকুৱাই ৰখা হৈছে। আৰক্ষীয়েও উদ্ধাৰ কৰে শিশুটিক। 

Recent News

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

আইএছএছলৈ ঐতিহাসিক এক্সিয়াম-৪ অভিযানৰ বাবে ৰাওনা হৈছে ভাৰতীয় মহাকাশচাৰী শুভাংশু শুক্লা

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

অসমত ৰাষ্ট্ৰবিৰোধী আৰু সাম্প্ৰদায়িক কাৰ্যকলাপৰ বিৰুদ্ধে দমন অভিযান! পুনৰ দুজনক গ্ৰেপ্তাৰ

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

পতঞ্জলিক অবৈধভাৱে মাটি আৱণ্টন! দুৰ্নীতিৰ অভিযোগত সাংসদ পদ হেৰুৱালে নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীয়ে

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

গুৱাহাটীৰ ৰূপনগৰত ভূমিস্খলনঃ অব্যাহত আছে এনডিআৰএফৰ উদ্ধাৰ অভিযান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd