• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দক্ষিণ আফ্ৰিকাক অনায়াসে পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হ’ল নিউজিলেণ্ড

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 21, 2024 7:44 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নিউজিলেণ্ডে দক্ষিণ আফ্ৰিকাক ৩২ ৰানত পৰাস্ত কৰি মহিলা টি-২০ বিশ্বকাপত চেম্পিয়ন হৈছে। দেওবাৰে ডুবাইত অনুষ্ঠিত ফাইনেলত টছত পৰাস্ত হৈ নিউজিলেণ্ডে ৫ উইকেটত ১৫৮ ৰান সংগ্ৰহ কৰে। ইয়াৰ উত্তৰত দক্ষিণ আফ্ৰিকাই ৯ উইকেটত ১২৬ ৰানহে সংগ্ৰহ কৰে।

নিউজিলেণ্ড হৈছে প্ৰথম মহিলা টি-২০ বিশ্বকাপ চেম্পিয়ন। পুৰুষৰ ক্ৰিকেট বিশ্বকাপৰ দৰেই মহিলাৰ টি-২০ বিশ্বকাপতো অন্তিম পৰ্যায়ত দক্ষিণ আফ্ৰিকা পৰাস্ত হয়। পুৰুষৰ ক্ৰিকেটৰ দৰে দক্ষিণ আফ্ৰিকাই মহিলা ক্ৰিকেটতো চোকাৰ্ছ অপবাদৰ পৰা হাত সাৰি যাব নোৱাৰিলে।

দেওবাৰে শক্তি প্ৰদৰ্শন কৰি নিউজিলেণ্ড চেম্পিয়ন হয়। নিউজিলেণ্ডৰ অধিনায়ক ছফী ডেভিনে অৱশ্যে ভাল প্ৰদৰ্শন দেখুৱাব নোৱাৰিলে। কিন্তু তেওঁৰ সতীৰ্থসকলে ভাল প্ৰদৰ্শন দেখুৱাই দলক চেম্পিয়ন কৰি তুলিলে।

Apply Now

নিউজিলেণ্ডৰ হৈ আমেলিয়া কেৰে সৰ্বাধিক ৪৩ ৰান সংগ্ৰহ কৰে। অ’পেনাৰ ছুজি বেটছে ৩২ ৰান সংগ্ৰহ কৰে। ব্ৰুক হেলিডেই সংগ্ৰহ কৰে ৩৮ ৰান। দক্ষিণ আফ্ৰিকাৰ ইনিংছত দুগৰাকী অ’পেনাৰ ল’ৰা উলভাৰ্ট (৩৩) আৰু টাজমিন ব্ৰিটছে (১৭) ৰান ভাল আৰম্ভণি কৰে যদিও বাকীবোৰৰ কোনোৱেই যুঁজ দিব নোৱাৰিলে।

নিউজিলেণ্ডৰ হৈ ৰোজমেৰী মেয়াৰে ২৫ ৰান দি ৩টা উইকেট দখল কৰে। আমেলিয়াই ২৪ ৰাণত ৩টা উইকেট দখল কৰে। বেটিং আৰু বলিঙত অসাধাৰণ প্ৰদৰ্শনৰ বাবে তেওঁক মেন অৱ দ্য মেচ হিচাপে নিৰ্বাচিত কৰা হয়। একে সময়তে আমেলিয়াক প্ৰতিযোগিতাৰো শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়।

উল্লেখ্য যে ২০০৯ আৰু ২০১০ চনত মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত পৰাস্ত হৈছিল নিউজিলেণ্ড। ১৪ বছৰৰ পাছত নিউজিলেণ্ডে মহিলা টি-২০ বিশ্বকাপৰ ফাইনেলত প্ৰৱেশ কৰি চেম্পিয়ন হয়। পুৰুষ ক্ৰিকেটৰ উপৰিও মহিলা ক্ৰিকেটতো নিউজিলেণ্ডে আধিপত্য প্ৰদৰ্শন কৰি আহিছে। পুৰুষৰ দলটোৱে এতিয়াও টি-২০ বিশ্বকাপ চেম্পিয়ন হ’ব পৰা নাই যদিও নিউজিলেণ্ডৰ মহিলা দলটোৱে এই কৃতিত্ব অৰ্জন কৰিলে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

প্ৰেমিকৰ সৈতে বজাৰত আছিল পত্নী, হঠাৎ ওলালহি স্বামী, মাৰপিট দেখি জমা হ’ল ৩০০ মানুহৰ ভিৰ

June 6, 2026 4:11 pm
পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰিৰ অভিযোগ: হাৰিয়ানাৰ ট্ৰেভেল ভ্ল’গাৰৰ জামিন নাকচ উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 3:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

ঘৰত চলিছিল অন্ত্যেষ্টিক্ৰিয়াৰ প্ৰস্তুতি, ৫ দিন পাছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰ্পা

June 6, 2026 5:10 pm
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী: ৫ বজালৈ সময় বান্ধি দিলে ককৰোচ জনতা পাৰ্টীয়ে

June 6, 2026 4:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd