• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড ৰাণাক ডিচেম্বৰ মাহত ভাৰতক গতাই দিয়া সিদ্ধান্ত আমেৰিকাৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 22, 2024 3:18 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিছু সময়ৰ পূৰ্বে আমেৰিকাৰ আদালতে ২৬/১১ মুম্বাই আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড তাহাউৰ ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছত বিভিন্ন আইনী আৰু কূটনৈতিক প্ৰক্ৰিয়াৰ অন্তত ভাৰতে অৱশেষত পাকিস্তানী মূলৰ কানাডাৰ নাগৰিক ৰাণাক পাবলৈ গৈ আছে। সকলো ঠিকে থাকিলে চলিত বৰ্ষৰ ডিচেম্বৰৰ ভিতৰত আমেৰিকাই এই সন্ত্ৰাসবাদী ভাৰতক গতাই দিব।

মুম্বাইত সংঘটিত হোৱা নৃশংস সন্ত্ৰাসবাদী আক্ৰমণৰ অন্যতম মাষ্টাৰমাইণ্ড ৰাণা এতিয়া আমেৰিকাত জেলত আছে। মুম্বাইত সংঘটিত হোৱা ভয়ানক আক্ৰমণত ৬ গৰাকী আমেৰিকান নাগৰিকৰো মৃত্যু হয়। ২০১৩ চনত আমেৰিকাৰ আদালতে তেওঁক ১৪ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। তেওঁৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে ২০২০ চনত তেওঁক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লয়। কিন্তু ভাৰতৰ প্ৰত্যাৰ্পণৰ অনুৰোধত হত্যাৰ গোচৰত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পাছতে আমেৰিকা প্ৰশাসনে এই উগ্ৰপন্থীটোক নতুন দিল্লীৰ জিম্মাত দিবলৈ আদালতত আবেদন জনায়। ইয়াৰ পিছত চলিত বৰ্ষৰ আগষ্ট মাহত ৱাশ্বিংটনৰ ফেডাৰেল আদালতে ৰাণাক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰিব পৰা যাব বুলি কৈছিল। শেহতীয়াকৈ দিল্লীত থকা আমেৰিকাৰ দূতাবাসৰ কাৰ্যালয়ত এখন বৈঠক অনুষ্ঠিত হয়, য’ত ভাৰত আৰু আমেৰিকাৰ তদন্তকাৰী সংস্থাৰ শীৰ্ষ বিষয়া আৰু কূটনৈতিক প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পিছতে জনা গৈছে যে অহা ডিচেম্বৰৰ ভিতৰত ৰাণাক ভাৰতক গতাই দিবলৈ আমেৰিকাই সন্মতি প্ৰকাশ কৰিছে।

প্ৰসংগক্ৰমে ২০০৮ চনৰ ২৬ নৱেম্বৰত মুম্বাইত আক্ৰমণ কৰা পাকিস্তানী উগ্ৰপন্থীৰ অন্যতম সমৰ্থক আছিল ৰাণা। এই আক্ৰমণৰ অন্যতম ষড়যন্ত্ৰকাৰী আছিল আমেৰিকাৰ নাগৰিক ডেভিল ক’লমেন হেডলী। প্ৰায় ডেৰ দশক ধৰি ভাৰতে এই অপৰাধীক ধৰিবলৈ চেষ্টা কৰি আহিছে। শেষত ১৯৯৭ চনৰ ভাৰত-আমেৰিকা বন্দী প্ৰত্যাৰ্পণৰ চুক্তিৰ ভিত্তিত এই প্ৰক্ৰিয়া সফল হ’বলৈ গৈ আছে।

তাৎপৰ্যপূৰ্ণভাৱে খালিস্তানী সমৰ্থক উগ্ৰপন্থী হৰদীপ সিং নিজাৰক হত্যা কৰাৰ পাছত ভাৰত-কানাডাৰ কূটনৈতিক সম্পৰ্ক সৰ্বকালৰ উচ্চতম স্তৰত উপনীত হোৱাৰ সময়ত কানাডাৰ এইগৰাকীয়ে ৰাণাক ভাৰতে লাভ কৰাৰ চৰ্চা চলিছে। কানাডাই এই হত্যাকাণ্ডৰ লগত ভাৰতৰ কেইবাজনো বিষয়া জড়িত বুলি অভিযোগ উত্থাপন কৰিছে। কিন্তু ভাৰত চৰকাৰে বাৰে বাৰে কৈ আহিছে যে যদি কানাডাত এই সন্দৰ্ভত কিবা তথ্য আছে তেন্তে দাখিল কৰিব লাগে। এনে অশান্ত পৰিস্থিতিত ৰাণাৰ উভতি অহাটো কানাডাৰ বাবে এক ডাঙৰ আঘাত বুলি ধাৰণা কৰা হৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

শিল্পা-ৰাজৰ ৬০ কোটি টকাৰ জালিয়াতিৰ গোচৰত আৰক্ষীৰ চকু এইবাৰ বিপাশা বসু, একতা কাপুৰৰ ওপৰত

September 19, 2025 7:49 am
গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

গাহৰি পালন কৰিও চুব পাৰি আকাশ : গাহৰি পালন কৰিব বিচৰা সকলে পঢ়ি লওক এইটো লেখা

September 19, 2025 7:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd