• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিল্লীত প্ৰদূষণৰ ভয়ংকৰ মাত্ৰা! কেন্দ্ৰক ভৰ্ৎসনা উচ্চতম ন্যায়ালয়ৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 23, 2024 2:27 pm
94
VIEWS
Share on FacebookShare on Twitter

পঞ্জাৱ, হাৰিয়ানা আৰু পশ্চিম উত্তৰ প্ৰদেশৰ কৃষিভূমিত শস্যৰ অৱশিষ্ট জ্বলোৱাৰ ফলত দিল্লীৰ প্ৰদূষণ ভয়াৱহ হৈ পৰিছে। এনে পৰিস্থিতিত কেন্দ্ৰই উচ্চতম ন্যায়ালয়ৰ সমালোচনাৰ সন্মুখীন হ’ল। চৰকাৰে পৰিৱেশ সুৰক্ষা আইনখন সংশোধন কৰি ‘শক্তিহীন’ কৰি তুলিছে বুলি উচ্চতম ন্যায়ালয়ে প্ৰকাশ কৰে। চৰকাৰৰ হৈ অৱগত কৰা হৈছে যে এই আইনখন ১০ দিনৰ ভিতৰত চূড়ান্ত ৰূপত কাৰ্যকৰী কৰা হ’ব।

আজিৰ দিনটোতে উচ্চতম ন্যায়ালয়ে কয়, “আমি কেন্দ্ৰটক এটা কাম দিব বিচাৰো। কোনো আন্তঃগাঁথনি নিৰ্মাণ নকৰা বাবে পৰিৱেশ সুৰক্ষা আইন ‘শক্তিহীন’ হৈ পৰিছে। আপোনালোকে তেওঁলোকক শাস্তিৰ পৰা ৰেহাই দিছে আৰু তাৰ ঠাইত ১৫ নং ধাৰা সংশোধন কৰি জৰিমনা সংযোজন কৰিছে।শীতকাল আৰম্ভ হোৱাৰ আগতেই দিল্লীত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। বায়ুৰ গুণাগুণৰ সূচক হ্ৰাস পাইছে। ইতিমধ্যে ই ‘অতি গুৰুতৰ’ পৰ্যায়ত উপনীত হৈছে। এনে কিছুমান অঞ্চলত প্ৰদূষণৰ পৰিস্থিতি ভয়াৱহ।

মন কৰিবলগীয়া যে প্ৰতি বছৰে দিল্লীৰ বায়ুৰ গুণাগুণ শীতকাল আৰম্ভ হোৱাৰ আগতেই অৱনতি ঘটিবলৈ আৰম্ভ কৰে। এইবাৰো দিল্লী আৰম্ভ হোৱাৰ আগতেই দিল্লীৰ বতাহ এই সময়ৰ পৰা বেয়া হৈ গৈ আছে। কেৱল দিল্লীয়েই নহয় নয়ডা, গাজিয়াবাদকে ধৰি কাষৰীয়া অঞ্চলসমূহে ৰেড চিগনেলৰ দিশে আগবাঢ়িছে। অনাগত দিনত এই প্ৰদূষণ আৰু অধিক ভয়াৱহ হোৱাৰ আশংকা কৰা হৈছে।

প্ৰসংগক্ৰমে যোৱা সপ্তাহতহে দিল্লী প্ৰদূষণ নিয়ন্ত্ৰণ সমিতিৰ জাননী জাৰি কৰা হৈছে। য’ত কোৱা হৈছে, ২০২৫ চনৰ ১ জানুৱাৰীলৈকে চৰকাৰে সকলো ধৰণৰ বুট উৎপাদন, বুট মজুত, বিক্ৰী আৰু জ্বলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে। কিন্তু এই নিষেধাজ্ঞাৰ সমান্তৰালভাৱে শস্যৰ শিপা জ্বলোৱাৰ বাবে চিন্তা বাঢ়িছে। প্ৰদূষণ প্ৰতিৰোধৰ বাবে নিষেধাজ্ঞা উলংঘা কৰি খেৰ জ্বলাই হাৰিয়ানাৰ কাইথালত গ্ৰেপ্তাৰ হৈছে ১৪ জন কৃষক। কৃষি বিভাগে বিভিন্ন জিলাৰ ২৪ গৰাকী কৃষি বিষয়া-শ্ৰমিকক শস্যৰ অৱশিষ্ট জ্বলোৱা ৰোধ কৰিব নোৱাৰাৰ বাবে নিলম্বন কৰিছে৷

Recent News

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

আৰপিএফৰ ৫ দিনীয়া মানৱ সৰবৰাহ বিৰোধী অভিযান! ২২ জন নাবালকসহ পাঁচজন প্ৰাপ্তবয়স্কক উদ্ধাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

হিকটি কিয় আহে? জানো আহক ঘৰুৱা প্ৰতিকাৰ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

প্ৰতিবাদত উত্তাল অসম-মেঘালয় সীমান্ত ! কুলশী নদীৰ বান্ধৰ বিৰুদ্ধে সৰৱ হাজাৰ হাজাৰ ৰাইজ

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd