• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এন ই ফ’কাচৰ উদ্যোগত ‘অতীত সংৰক্ষণ কৰোঁ, ভৱিষ্যত সুৰক্ষা কৰোঁ’ শীর্ষক ঐতিহাসিক সন্মিলন সম্পন্ন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 23, 2024 3:12 pm
125
VIEWS
Share on FacebookShare on Twitter

অতীতৰ বুকুতে বৰ্তমান, বৰ্তমানৰ বুকুতে ভৱিষ্যত গঢ় লয়। ঐতিহ্য সংৰক্ষণ তথা সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এন ই ফ’কাচৰ উদ্যোগত আজি অনুষ্ঠিত হ’ল preserve our past protect our future শীৰ্ষক এখন সন্মিলন।

নেডফিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই সন্মিলনখন আনুষ্ঠানিকভাবে উদ্বোধন কৰে নাবাৰ্ডৰ চি জি এম লোকেন ডেকাই। সন্মিলনখন উদ্বোধন কৰি তেখেতে কয় যে গ্ৰাম্য টুৰিজিম প্ৰমোচনৰ বাবে নাবাৰ্ডে সহযোগিতা আগবঢ়াই আহিছে। প্ৰত্যক্ষ ভাৱে নহ’লেও নাবাৰ্ডে উদ্যমীক সহায় কৰি আহিছে।

এই ঐতিহাসিক সন্মিলনখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে প্ৰথিতযশা লেখক ময়ুৰ বৰা, অধ্যাপিকা ড’ সংগীতা গগৈ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰবক্তা ইতিহাস বিভাগৰ প্ৰবক্তা পাৰমিতা দাস, উদ্যমী অভিজিৎ পুৰকায়স্থ, লেখক ভাস্কৰ বৰদলৈ,আৰু সাংবাদিক পুলিন কলিতা। আনহাতে পেনেল আলোচনাত মডাৰেটৰ হিচাপে অংশগ্রহণ কৰে পুৰাতত্ব বিভাগৰ ডেপুটি ডাৰেক্টৰ নৱজিত দেউৰী, কটন কলেজৰ পুৰাতত্ব বিভাগৰ প্ৰবক্তা মনজিল হাজৰিকা।

সন্মিলনখনত কমিউনিটি পৰ্যটনৰ সম্পর্কে উল্লেখ কৰি বিশিষ্ট লেখক ময়ুৰ বৰাই পৌৰাণিক ঐতিহ্য বিজৰিত সমল সমূহ গুৰুত্ব আৰু সুৰক্ষা বাবে নৱপ্ৰজন্মৰ কৰণীয় সম্পর্কে উল্লেখ কৰে। আনহাতে প্ৰবক্তা ডক্টৰ সংগীতা গগৈয়ে টাই আহোম আৰু চাইথ ইষ্ট এছিয়াৰ ঐতিহাসিক সম্পর্ক আৰু সাদৃশ্য ৰ সম্পর্কে মন্তব্য কৰে।

ঐতিহাসিক পৰ্যটনৰ ন মাত্ৰা প্ৰদান কৰিব পৰা বাট ভাওনাৰ বিষয়ে অৱগত কৰে উদ্যমী অভিজিৎ পুৰকায়স্থই। তেখেতে কয় যে শুৱালকুছিত বাট ভাওনা দুৰ্গা পূজাৰ সময়ত নৱমীত অনুষ্ঠিত হয়। ঐতিহাসিক গ্ৰাম্য পৰ্যটনৰ অন্যতম বাহক হ’ব পাৰে। আনহাতে লেখক ভাস্কৰ বৰদলৈয়ে লিপিৰ গুৰুত্ব , প্ৰাচীন তাৰ সম্পর্কে মন্তব্য কৰে। মহানগৰীৰ বহু কেইখন মহাবিদ্যালয়ৰ ছাত্র ছাত্রী অংশগ্রহণ কৰা এই সন্মিলনখনত ভাৰত পৰ্যটনৰ সহকাৰী সঞ্চালক ভি এচ কুমাৰন, সামাজিক ন্যায় আৰু মহিলা সবলীকৰণ বিভাগৰ সঞ্চালক উৎপল কুমাৰ মাহান্টি লগতে বিভিন্ন মহাবিদ্যালয়ৰ প্ৰবক্তা উপস্থিত থাকে। লগতে সামাজিক ন্যায় আৰু মহিলা সবলীকৰণ বিভাগৰ জনকল্যাণমূলক আঁচনিসমূহ প্ৰদৰ্শনী অনুষ্ঠিত হয়। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় ৰ সহযোগত অনুষ্ঠিত সন্মিলনখন স্পনচাৰ কৰে এচ বি আইয়ে আৰু সমৰ্থন কৰে নাবাৰ্ডে।

Recent News

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

বানপানীৰ পিছতে ভয়াৱহ জল সংকটে দেখা দিছে হিমাচল প্ৰদেশত!

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

জালিয়াতিৰ অভিযোগ; ৰাজামৌলিৰ পৰৱৰ্তী ছবিৰ নায়ক মহেশ বাবুৰ বিৰুদ্ধে আইনী জাননী

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

অশান্ত বিহাৰ! এইবাৰ ব্যক্তিগত বিদ্যালয়ৰ মালিকক ৰাজহুৱা স্থানত গুলীয়াই হত্যা; স্পষ্ট হোৱা নাই কাৰণ

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

চলচ্চিত্ৰত অভিষেক সুৰেশ ৰাইনাৰ! প্ৰথমখন ছবিতে থাকিব ক্ৰিকেট, লগত গীটাৰ আৰু দোচা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd