• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মাদ্ৰাছাসমূহ সাংবিধানিক প্ৰমূল্যৰ বাবে বিপদ নহয়ঃ উচ্চতম ন্যায়ালয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 24, 2024 4:03 pm
82
VIEWS
Share on FacebookShare on Twitter

উচ্চতম ন্যায়ালয়ে মঙলবাৰে (২২ অক্টোবৰ) মাদ্ৰাছা, বৈদিক বিদ্যালয়, বৌদ্ধ মঠৰ দৰে প্ৰতিষ্ঠানৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি কয় যে একাধিক সংস্কৃতি আৰু ধৰ্ম থকা দেশত এনে প্ৰতিষ্ঠানক সাংবিধানিক নীতিৰ প্ৰতি ভাবুকি হিচাপে গণ্য কৰা উচিত নহয়।

হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি, উত্তৰ প্ৰদেশ মাদ্ৰাছা শিক্ষা ব’ৰ্ড আইন ২০০৪ক অসাংবিধানিক বুলি ঘোষণা কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মঙলবাৰে উচ্চতম ন্যায়ালয়ে পুনৰবাৰ শুনানি গ্ৰহণ কৰে। এই গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে সকলো পক্ষৰ যুক্তি শুনাই নিজৰ সিদ্ধান্ত সংৰক্ষণ কৰি ৰাখিছে।

শুনানিৰ সময়ত ভাৰতৰ মুখ্য ন্যায়াধীশ ধনঞ্জয় ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত এখন বিচাৰপীঠে গুৰুত্ব আৰোপ কৰে যে এই শিক্ষানুষ্ঠানসমূহ নিয়ন্ত্ৰণ কৰা আৰু ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ শিশুসকলে যাতে আধুনিক শিক্ষা লাভ কৰে , সেয়া ৰাজ্যৰ দায়িত্ব।

উল্লেখ্য যে চি জে আইৰ লগতে ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰকো এই বিচাৰপীঠত অন্তৰ্ভুক্ত কৰা হৈছে।

বিচাৰপীঠে আৰু কয় যে মাদ্ৰাছা ব্যৱস্থাৰ পাঠ্যক্ৰমৰ ত্ৰুটিৰ বাবে সমগ্ৰ আইনখন বাতিল হ’ব নালাগে। এই অভাৱসমূহ দূৰ কৰিবলৈ বৰ্তমানৰ আইনসমূহৰ অধীনত ৰাজ্যৰ ব্যাপক ক্ষমতা আছে।

এই বিষয়টো সন্দৰ্ভত সোমবাৰেও শুনানি গ্ৰহণ কৰা হৈছিল। এনে পৰিস্থিতিত মঙলবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে বিচাৰপীঠে মূলতঃ উত্তৰ প্ৰদেশ চৰকাৰ আৰু শিশু অধিকাৰ সুৰক্ষা আয়োগৰ হৈ হাজিৰ হোৱা অতিৰিক্ত ছলিচিটৰ জেনেৰেল (এ এছ জি) কে এম নটৰাজৰ যুক্তি শুনানি গ্ৰহণ কৰে।

এই গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰোধিতা কৰি আবেদনকাৰীৰ হৈ জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংৱী, মুকুল ৰোহাটগী, ছলমান খুৰশ্বিদ, মানেকা গুৰুস্বামী আৰু এম আৰ ছামছাদে প্ৰতিনিধিত্ব কৰিছিল।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd