• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধ্বংসৰ বিভীষিকাৰ মাজতেই সৃষ্টিৰ বীজ!’ডানা’ৰ ত্ৰাসৰ মাজত ওড়িশাৰ সাহায্য শিবিৰত জন্ম ১৬০০ শিশুৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 25, 2024 1:03 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ধ্বংসৰ বিভীষিকাৰ মাজতেই সৃষ্টিৰ বীজ৷ সাগৰৰ পৰা ওলাই অহা ডানাই ওড়িশাত সন্ত্ৰাস চলাইছে। সেই ভয়াৱহ দুৰ্যোগৰ মাজতে সাহায্য শিবিৰত ১৬০০ নৱজাতকৰ জন্ম হয়। দুৰ্যোগৰ মাজতে খোদ ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই ভাল খবৰ দিয়ে।

বৃহস্পতিবাৰে নিশা ১১:১২ বজাৰ পৰা স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া আৰম্ভ হয়। ভৱিষ্যদ্বাণী কৰা মতে ধমৰা আৰু ভিতৰকণিকাৰ মাজৰ অঞ্চলত ঘূৰ্ণীবতাহ ডানাই আঘাত হানে। প্ৰায় ৯ ঘণ্টা ধৰি স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া চলি থকা বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিয়ে। শুকুৰবাৰে পুৱা আঠ বজালৈকে স্থলপথত প্ৰৱেশ কৰিলে ‘ডানা’। স্থলপথত প্ৰৱেশৰ সময়ত ঘণ্টাত ১১০ কিলোমিটাৰ বেগেৰে ধুমুহাই বংগ আৰু ওড়িশাৰ উপকূলীয় অঞ্চলত আঘাত হানে। পৰিস্থিতি চম্ভালিবলৈ ওড়িশা চৰকাৰে প্ৰস্তুতিৰ পৰ্যায় সম্পূৰ্ণ কৰিছিল। উপকূলীয় অঞ্চলৰ পৰা কমেও ৬ লাখ লোকক নিৰাপদ আশ্ৰয়স্থললৈ স্থানান্তৰ কৰা হয়। ৪ হাজাৰ ৫০০ গৰ্ভৱতী মহিলাও এই তালিকাত আছিল। ইয়াৰে ১৬০০ গৰাকীয়ে সন্তান জন্ম দিয়ে। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিলে এই তথ্য।

ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে কয় যে এই আক্ৰমণৰ ফলত হোৱা ক্ষতি হ্ৰাস কৰিবলৈ প্ৰশাসনে যৎপৰোনাস্তি চেষ্টা চলাইছে। মুকলি কৰা হ’ল ৬০০৮টা সাহায্য শিবিৰ। তাত পানী, ঔষধ, খাদ্যকে ধৰি সকলো প্ৰয়োজনীয় বস্তুৰ ব্যৱস্থা কৰা হয়। কেৱল বালাসুৰৰ পৰাই প্ৰায় ১ লাখ ৭৩ জন লোকক উচ্ছেদ কৰা হয়। ময়ুৰভঞ্জ জিলাত এই সংখ্যা আছিল প্ৰায় এক লাখ।

Apply Now

কিন্তু ‘ডানা’ৰ স্থলভাগৰ তাণ্ডৱৰ বাবে ওড়িশাত বহু গছ সৰি পৰাৰ খবৰ পোৱা গৈছে। ধমৰাৰ কেইবাটাও অঞ্চলত গছ-গছনি সৰি পৰাৰ বাবে পথটো বন্ধ হৈ পৰিছে। অৱশ্যে তাতেই ইতিমধ্যে উভালি পেলোৱা গছবোৰ কটাৰ কাম আৰম্ভ হৈছে। ভুৱনেশ্বৰত বহি পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে ওড়িশাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে। স্থলপথত অৱতীৰ্ণ হোৱাৰ পিছত দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী আৰু মুখ্য সচিবৰ সৈতেও বৈঠকত বহিছিল। ঘূৰ্ণীবতাহৰ ফলত ওড়িশাৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হৈ আছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd