• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লৰেন্স বিষ্ণোই জিম্মাত থকা অৱস্থাত টেলিভিশ্যন সাক্ষাৎকাৰৰ সৈতে জড়িত ৭ জন আৰক্ষীক নিলম্বন

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
October 27, 2024 1:04 pm
69
VIEWS
Share on FacebookShare on Twitter

আৰক্ষীৰ জিম্মাত থকা গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ সাক্ষাৎকাৰৰ সন্দৰ্ভত পঞ্জাৱ আৰক্ষীয়ে উপ অধীক্ষক (ডি এছ পি) পদৰ দুজন বিষয়াকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰিছে।

সংবাদ সংস্থা পিটিআইৰ মতে, পঞ্জাৱ আৰক্ষীৰ বিশেষ তদন্তকাৰী দল (এছআইটি)ৰ নেতৃত্বত আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান (মানৱ অধিকাৰ)ৰ মতে বিষ্ণোই পঞ্জাৱ আৰক্ষীৰ জিম্মাত থকাৰ সময়তে মহালীৰ খৰাৰত এক সাক্ষাৎকাৰ লোৱা হৈছিল দ্বিতীয়টো সাক্ষাৎকাৰ ৰাজস্থানত লোৱা হৈছিল।

এছ আই টিয়ে এই সাতজন কৰ্মীক কৰ্তব্য অৱহেলাৰ দোষী সাব্যস্ত কৰাৰ পিছত তেওঁলোকক নিলম্বন কৰা হৈছে।

শুকুৰবাৰে (২৫ অক্টোবৰ) পঞ্জাৱৰ গৃহ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি ডি এছ পি গুৰশ্বেৰ সিং সন্ধু, ডি এছ পি সমৰ বনীত, উপ-পৰিদৰ্শক ৰীনা (চি আই এ খৰাৰ), উপ-পৰিদৰ্শক জগতপাল জাংগু, উপ-পৰিদৰ্শক শগনজীত সিং, সহকাৰী উপ- পৰিদৰ্শক মুখতিয়াৰ সিং আৰু মুখ্য কনিষ্টবল ওম প্ৰকাশক নিলম্বন কৰা হৈছে।

আদেশত কোৱা হৈছিল, ‘বিষয়টোৰ সংবেদনশীলতাৰ প্ৰতি লক্ষ্য ৰাখি ওপৰত উল্লেখ কৰা সকলো বিষয়াক নিলম্বন কৰা হৈছে।’

এছ আই টিৰ প্ৰতিবেদনৰ উদ্ধৃতি দি গৃহ সচিবৰ নিৰ্দেশত কোৱা হৈছে যে ২০২২ চনৰ ৩ আৰু ৪ ছেপ্টেম্বৰৰ মাজৰ নিশা ব্যক্তিগত টেলিভিছন চেনেলত সম্প্ৰচাৰিত বিষ্ণোইৰ সাক্ষাৎকাৰ ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে লোৱা হৈছিল।

যোৱা বছৰৰ মাৰ্চ মাহত এটা ব্যক্তিগত নিউজ চেনেলে বিষ্ণুইৰ দুটা সাক্ষাৎকাৰ সম্প্ৰচাৰ কৰিছিল। প্ৰথম সাক্ষাৎকাৰটো মোহালীৰ এছ এ এছ নগৰৰ অধীনস্থ খৰাৰ চি আই এ (ক্ৰিমিনেল ইনভেষ্টিগেচন এজেন্সী) ষ্টাফৰ চৌহদত অনুষ্ঠিত হয়। আনহাতে, দ্বিতীয়টো সাক্ষাৎকাৰ লোৱা হৈছিল যেতিয়া বিষ্ণোই জয়পুৰ কেন্দ্ৰীয় কাৰাগাৰত আছিল।

কাৰাগাৰ চৌহদত কয়দীসকলে মোবাইল ফোন ব্যৱহাৰৰ সৈতে জড়িত এক গোচৰত এছ আই টিয়ে জুলাই মাহত পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিছিল।

উল্লেখযোগ্য যে ২০২২ চনত পঞ্জাবী কণ্ঠশিল্পী সিদ্ধু মূছেৱালাৰ হত্যাকাণ্ডৰ অভিযুক্তৰ ভিতৰত বিষ্ণোই অন্যতম। বছৰ বছৰ ধৰি বিষ্ণোইৰ নাম বহু হাই-প্ৰফাইল গোচৰৰ সৈতে জড়িত হৈ আছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd