• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিচাৰ বাবে টকা লাগে! ১৯ জন যুৱকৰ সৈতে দৈহিক সম্পৰ্ক এক কিশোৰীৰ; এইডছত আক্ৰান্ত সকলোৱে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2024 9:54 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

427
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যখনৰ ১৯ জন যুৱক একেলগে এইচ আই ভি পজিটিভ! উত্তৰাখণ্ডত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। আৰক্ষীয়ে জানিব পাৰিছে যে সকলোৱে একেজনী ছোৱালীৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। সেই ছোৱালীজনী ড্ৰাগছ আসক্ত। সেই কাৰণে টকা যোগাৰ কৰিবলৈ তাই এই কাম কৰিছিল বুলি কোৱা হৈছে।

এই ঘটনা সংঘটিত হৈছে উত্তৰাখণ্ডৰ নাইনিতালত। তাত থকা ৰামদত যোশী যৌথ চিকিৎসালয়লৈ আহিছিল ১৯ জন যুৱক। সকলোৰে লক্ষণ প্ৰায় একে আছিল। ডাক্তৰে সন্দেহ কৰা মতে তেওঁলোকক পৰামৰ্শ দিয়া হয়।

জানিব পৰা মতে, ১৭ বছৰীয়া এগৰাকী কিশোৰীৰ সৈতে তেওঁলোকে যৌন সম্পৰ্ক স্থাপন কৰিছিল। খৱৰ কৰাৰ পিছত গম পোৱা যায় যে সকলোৱে একেজনী কিশোৰীৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিছিল!

লগতে পঢ়কঃ IPL 2025 Retention Announcement: ২৩ কোটিত ক্লাচেন, ২১ কোটিত কোহলি; কোনটো দলে কাক ৰিটেইন কৰিলে? চাওক সৱিশেষ

যোৱা কেইমাহমানৰ পৰা নাইনিতালত কেইবাজনো এইডছ আক্ৰান্ত ৰোগীৰ খবৰ পোৱা গৈছে। সেয়ে লাহে লাহে উদ্বেগ বাঢ়ি আহিছিল। যোৱা ৫ মাহত ২০ জন লোক এইডছত আক্ৰান্ত হৈছে। এইবাৰ ১৯ জন লোক এইডছত আক্ৰান্ত হোৱাৰ লগে লগে ৰাজ্যৰ স্বাস্থ্য বিভাগ অধিক চিন্তিত হৈ পৰিছে। ইয়াৰ উপৰিও ৰাজ্যত ড্ৰাগছ আসক্তিৰ প্ৰাদুৰ্ভাৱও বৃদ্ধি পাইছে। সেই লৈ ৰাজ্য চৰকাৰৰ উদ্বিগ্ন।

আৰক্ষীয়ে জানিব পাৰে যে এই ছোৱালীজনী খুব কম বয়সৰ পৰাই হেৰ’ইন আসক্ত। কেৱল ড্ৰাগছৰ ধন সংগ্ৰহৰ বাবেই তাই অচিনাকি ল’ৰাবোৰৰ লগত যৌন সম্পৰ্ক স্থাপন কৰে।

লগতে পঢ়কঃ কেনেকৈ বিচাৰি পাব আদৰ্শ জীৱন সংগী? জানি লওক যাদুকৰী উপায়

ৰাজ্যৰ এগৰাকী স্বাস্থ্য বিষয়াই মন্তব্য কৰে যে এনে ঘটনা সততে শুনা যায় যিটো অত্যন্ত দুৰ্ভাগ্যজনকেই নহয়, উদ্বেগজনকো। কঠোৰ ব্যৱস্থাৰে এনে ঘটনা ৰোধ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে। 

Recent News

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

প্ৰিয়দৰ্শিনী মাট্টু কাণ্ডঃ সন্তোষ কুমাৰ সিঙৰ মুক্তিৰ অনুৰোধ পুনৰ বিবেচনা কৰিব দিল্লী উচ্চ ন্যায়ালয়ে

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

সাংসদ অজিত কুমাৰ ভূঞাৰ বিৰুদ্ধে দাখিল কৰা অভিযোগনামা ষড়যন্ত্রমূলক আৰু ৰাজনৈতিকভাৱে উদ্দেশ‍্য প্ৰণোদিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd