• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ মাটিতে বিধ্বস্ত! ২৪ বছৰ পিছত টেষ্টত লজ্জাজনক পৰাজয় টীম ইণ্ডিয়াৰ; অথলে গ’ল পন্তৰ যুঁজ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 3, 2024 1:56 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া সময়ত ভাৰতীয় দলটোৱে ইমান লজ্জাজনক পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হোৱা নাছিল। ঘৰৰ মাটিত টিম ইণ্ডিয়াই শেষবাৰৰ বাবে টেষ্টত পৰাস্ত হৈছিল ২৪ বছৰ পূৰ্বে। মুম্বাই টেষ্টত ২৫ ৰানত লজ্জাজনক পৰাজয়ৰ পিছত ২৪ বছৰৰ আগৰ স্মৃতি ঘূৰি আহিল। দুৰ্দান্ত যুঁজ দিও দলৰ সন্মান ৰক্ষা কৰিব নোৱাৰিলে ঋষভ পন্তে।

১৪৭ ৰান কৰিলেই মুখ ৰক্ষা হ’লহেঁতেন। অন্ততঃ হোৱাইট ৱাশ্বৰ পৰা হাত সাৰিব পৰা যায়। এইটোৱেই আছিল লক্ষ্য। পিটছত যিমানেই বল নুঘুৰক কিয়, ভাৰতৰ তথাকথিত বিশ্বমানৰ বেটিং লাইন আপৰ বাবে অন্ততঃ ইমানখিনি স্ক’ৰ কৰাটো বৰ কঠিন হ’ব বুলি কোনেও ভৱা নাছিল৷

কিন্তু সমস্যাটো হ’ল, চলিত শৃংখলাত টিম ইণ্ডিয়াৰ টপ অৰ্ডাৰ একেবাৰেই ফৰ্মত নাই। চলিত শৃংখলাত আগেয়ে দুবাৰ বেটিং বিপৰ্যয়ৰ সৃষ্টি হৈছে, মুম্বাইতো পুনৰ একেই ঘটনা ঘটিল। ৰোহিত, কোহলী, শুভমন গিলৰ দৰে তাৰকা বেটছমেনে ক’বলৈ গ’লে অসহায়ভাৱে আত্মসমৰ্পণ কৰিলে। ১৪৭ ৰানৰ লক্ষ্যৰে খেলি থকা টিম ইণ্ডিয়াই মাত্ৰ ১২১ ৰানতে অল আউট হ’ল। ৰোহিতবাহিনীয়ে দ্বিতীয় ইনিংছ ৩০ অভাৰো খেলিব নোৱাৰিলে।

Apply Now

ঋষভ পন্তে ৫৭টা বলত ৬৪ ৰানৰ অবিস্মৰণীয় ইনিংছ নেখেলিলে ভাৰতে এই ১২১ ৰাণতো উপনীত হ’ব নোৱাৰিলেহেঁতেন৷ পন্তৰ আগত ভাৰতৰ তথাকথিত হিটমেন, কিং, প্ৰিন্সসকলে ক্ষুদ্ৰ প্ৰতিৰোধো আগবঢ়াব পৰা নাছিল।

গোটেই ইনিংছটোত মাত্ৰ ৩ জন বেটছমেনেহে দহৰ সংখ্যা অতিক্ৰম কৰিলে।  ৰোহিত শৰ্মা, পন্ত আৰু ৱাশ্বিংটন সুন্দৰে। বিৰাট কোহলি (১), যশস্বী জয়ছৱাল (৫), সৰফৰাজ খান (১), ৰবীন্দ্ৰ জাদেজা (৬)ই যেন পুনৰ পেভিলিয়নলৈ উভতি যোৱাৰ প্ৰতিযোগিতাতাহে নামিছিল!

পন্তক যেতিয়া বিতৰ্কিত ধৰণে আউট দিয়া হৈছিল, তেতিয়াও টিম ইণ্ডিয়াক জয়ী হ’বলৈ ৪১ ৰানৰ প্ৰয়োজন আছিল। তেতিয়াই মেচখনৰ ভাগ্য প্ৰায় স্পষ্ট হৈ পৰিছিল। শেষত ৰোহিতৰ টিম ইণ্ডিয়াই অৱধাৰিত ফলাফলৰ সন্মুখীন হ’বলগীয়া হ’ল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা : জাগীৰোডত বাইকৰ মুখামুখি সংঘৰ্ষত দম্পতীৰ মৃত্যু

August 17, 2026 8:35 pm
কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

কিয় ১ কিলোমিটাৰলৈ কমাব বিচৰা হৈছে কাজিৰঙাৰ ইক’-ছেনচিটিভ জ’ন? ৰাইজৰ স্বাৰ্থ নে কয়লা ছিণ্ডিকেটক আইনী সুৰক্ষা?

August 17, 2026 8:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

চৰ্তবিহীন বিনামূলীয়া নামভৰ্তিৰ দাবীৰে এছ এফ আইৰ ডি এইচ ই ঘেৰাও : ৫০ শতাংশ নহয়, সম্পূৰ্ণ বিনামূলীয়া নামভৰ্তিৰ দাবী উত্থাপন

August 17, 2026 9:30 pm
ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

ইটালীৰ লুকাৰ্নিয়া চলচ্চিত্ৰ মহোৎসৱত অসম সন্তানৰ জয়যাত্ৰা: মহৰ্ষি তুহীন কাশ্যপলৈ সন্মানীয় ‘ফেলিনি’ বঁটা

August 17, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd