• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

শীৰ্ষত দক্ষিণ ভাৰতীৰ চিনেমা! কিয় পিছ পৰি ৰৈছে বলীউড? প্ৰকাশ পাইছে চাঞ্চল্যকৰ তথ্য

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 30, 2024 7:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কিয় দিনক দিনে দক্ষিণ চিনেমাতকৈ পিছ পৰি আহিছে বলীউড? এসময়ত দেশৰ আটাইতকৈ শক্তিশালী চলচ্চিত্ৰ উদ্যোগটোৱেই আছিল বলীউড। প্ৰতিবছৰে মুক্তি পাইছিল ইখনৰ পিছত সিখনকৈ ছুপাৰহিট চিনেমা। বক্স অফিচ সংগ্ৰহৰ শীৰ্ষত আছিল হিন্দী চিনেমা।

কিন্তু এতিয়া বলীউডৰ উদ্যোগটো দিনক দিনে পিছ পৰি অহাৰ বিপৰীতে আগবাঢ়ি গৈছে দক্ষিণ ভাৰতীয় চিনেমা। বলিউডক পিছ পেলাইছে দক্ষিণ ভাৰতীয় চিনেমাৰ বক্স অফিচে। ছুপাৰহিট হৈছে ইখনৰ পিছত সিখনকৈ দক্ষিণ ভাৰতীয় চিনেমা। বিপৰীতে, ইখনৰ পিছত সিখনকৈ ফ্লপ হৈছে বলীউডৰ চিনেমা।

Apply Now

বৰ্তমানৰ ইখনৰ পিছত ৫০০ৰ পৰা ১০০০ কোটি টকাৰ ব্যৱসায় কৰি আছে দক্ষিণৰ চিনেমাই। কিন্তু ইয়াৰ বিপৰীতে বলীউডৰ বক্স অফিচৰ অৱস্থা বহুত বেয়া। অতিসাম্প্ৰতিক সময়ৰ বলীউডত পাঠান আৰু জৱানৰ বাহিৰে কোনো ছুপাৰহিট চিনেমা নাই।

কিন্তু কিয় উন্নতি কৰিব পৰা নাই বলীউডৰ চিনেমাই? ইয়াৰ কাৰণ বিচাৰি যাওঁতে ওলাই আহিছে কিছুমান চাঞ্চল্যকৰ তথ্য।

বলীউড পিছ পৰি থকাৰ এটা ডাঙৰ কাৰণ হ’ল উপযুক্ত চিত্ৰনাট্যৰ অভাৱ। বলীউডে প্ৰতিমাহে চিনেমা নিৰ্মাণ কৰি আছে। কিন্তু বেছিভাগ সময়তে কাহিনীটোত কোনো জীৱন নাথাকে। বলীউডৰ ছবিৰ বহু পৰিৱৰ্তন হৈছে। সেয়ে আজিকালি চিনেমাখন মুক্তি পোৱাৰ আগতেই দৰ্শক সকলে সিদ্ধান্ত লয় যে কোনবোৰ চিনেমা চিনেমা হলত চাব, কোনখন চিনেমা অ’টিটিত চাব।

লগতে, হিন্দী চিনেমাৰ আটাইতকৈ ডাঙৰ সমস্যা হৈছে তাৰকাসকলৰ পাৰিশ্ৰমিক। ছবিখন মুক্তিৰ পূৰ্বে তাৰকাসকলে ইমানেই পাৰিশ্ৰমিক দাবী কৰে যে প্ৰযোজকসকল প্ৰায় দেউলীয়া হৈ পৰে। এখন চিনেমাৰ মুঠ বাজেটৰ প্ৰায় ৭০-৮০ শতাংশ ধন নায়কৰ পাৰিশ্ৰমিকলৈ যায়। গতিকে চিনেমাৰ আনবোৰ দিশত খৰচ কৰিবলৈ টকা নাথাকে।

উদাহৰণ স্বৰূপে অক্ষয় কুমাৰৰ চিনেমা বিগত কেইবছৰমানৰ পৰা ইখনৰ পিছত সিখনকৈ ফ্লপ হৈ আহিছে। কিন্তু ছবিবোৰৰ বাজেটৰ বেছিভাগ ধনেই তেওঁ পাৰিশ্ৰমিক হিচাপে লৈছে।

উদাহৰণ স্বৰূপে অক্ষয়ে ‘বদে মীন্যা ছোটে মীন্যা’ৰ বাবে ১৬৫ কোটি পাৰিশ্ৰমিক লৈছিল। কিন্তু সেই চিনেমাখনে ছবিগৃহত উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল মাত্ৰ ১১৯.৪৯ কোটি টকা।

‘খেল খেল মেই’ চিনেমাখনৰ বাজেট আছিল ১০০ কোটি, অক্ষয় কুমাৰে ৫৬ কোটি টকা লৈছিল। এই ছবিখনে উপাৰ্জন কৰিছিল মাত্ৰ ৫৫ কোটি টকা। গতিকে এসময়ত চিনেমা ছুপাৰহিট বনোৱা তাৰকা সকলে আজি চিনেমাৰ ব্যৱসায় ডুবাই পেলাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd