• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জম্মু-কাশ্মীৰত পুনৰ খাৱৈত পৰিল সেনাৰ বাহন; ৪ জন জোৱানৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2025 7:08 pm
439
VIEWS
Share on FacebookShare on Twitter

জম্মু-কাশ্মীৰৰ বান্দেপোৰা জিলাত ভয়ংকৰ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই খাৱৈত বাগৰি পৰে সেনাৰ বাহনখন। এই ঘটনাত ৪ জন জোৱানৰ মৃত্যু হয়। আৰু ৩ জন আহত হয়।

সেনাবাহিনীৰ মতে, এই দুৰ্ঘটনা সংঘটিত হৈছে বাণ্ডেপোৰাৰ এছ কে পায়েন অঞ্চলত। আহত জোৱানক উদ্ধাৰ কৰি ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, পাহাৰীয়া পথৰ এটা স্থানত গাড়ীখন ঘূৰোৱাৰ সময়তে সেনাবাহিনীৰ ট্ৰাক চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। সেইবাবেই গাড়ীখন খাৱৈত পৰিল। বৰ্তমান ঘটনাস্থলীত কেইবাজনো উচ্চ পদস্থ সেনা বিষয়া।

অৱশ্যে এয়া প্ৰথমবাৰৰ বাবে নহয়। মাত্ৰ কিছুদিন পূৰ্বে ৩৫০ ফুট দ খাৱৈত বাগৰি পৰে আন এখন সেনাবাহিনীৰ বাহন। এই ঘটনাত নিহত হয় ৫ জন জোৱান। জম্মু-কাশ্মীৰৰ পুঞ্চৰ বালনয় অঞ্চলত সংঘটিত হৈছে এই ঘটনা।

১১ এমএলআইৰ সামৰিক বাহনখন নীলাম মুখ্য কাৰ্যালয়ৰ পৰা বালনয়স্থিত ঘোৰা পোষ্টলৈ গৈ আছিল, ১০-১১ জন জোৱান কঢ়িয়াই। সেই পোষ্টটোৰ ওচৰতে পাক এটা লৈ গৈ থকা অৱস্থাত হঠাতে গাড়ীখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় চালকজনে।

Recent News

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

ইণ্ডোনেছিয়াত ৩০০ যাত্ৰী কঢ়িওৱা জাহাজত বিধ্বংসী অগ্নিকাণ্ড, কমেও ৫ জনৰ মৃত্যু

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

সন্তানৰ সন্মুখত পিতৃক অপমান! জানেনে শিশুৰ মনত কি ভয়ংকৰ প্ৰভাৱ পৰিব পাৰে?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বি.এড. প্ৰৱেশিকা পৰীক্ষা ২০২৫ সফলভাৱে সম্পন্ন

গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ আহ্বান: সংসদত প্ৰধানমন্ত্ৰীৰ উপস্থিতি আৰু বক্তব্য আগবঢ়োৱা অনিবাৰ্য

ৰাজ্যৰ শিক্ষা বিভাগৰ হঠকাৰী সিদ্ধান্ত! অৱসৰ প্ৰাপ্ত শিক্ষকেৰে পূৰণ কৰিব অসমৰ চৰকাৰী মডেল ডিগ্ৰী কলেজৰ খালী শিক্ষকৰ পদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd