• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সদায় ৰাতিপুৱা গৰম পানী খালেই ওজন কমে? কিমান সঁচা! জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2025 10:38 am
9.9k
VIEWS
Share on FacebookShare on Twitter

গৰম পানী খোৱাৰ অভ্যাসে সঁচাকৈয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰেনে? বিশেষজ্ঞসকলৰ মতে ইয়াক অবিশ্বাস্য যেন লাগিলেও আচলতে ই অতি ফলপ্ৰসূ। এনে নহয় যে প্ৰতিদিনে ৬-৮ গিলাচ গৰম পানী খালে সহজে ওজন কমি যাব। অৱশ্যে শৰীৰটো সুস্থ আৰু সতেজ কৰি ৰাখিবলৈ এই পৰিমাণৰ পানী খোৱাৰ প্ৰয়োজন।

বহুতে ওজন কমাই ঋজু হ’ব বিচাৰে। কিন্তু বেছিভাগ মানুহেই শাৰীৰিক শ্ৰম কৰিব নিবিচাৰে। সেইবাবেই মানুহে সদায় ওজন কমাবলৈ সহজ টিপছ বিচাৰি থাকে। সেয়ে, গুগলত ওজন কমাবলৈ বিচাৰি চাৰ্চ কৰিলে হাজাৰ হাজাৰ টিপছ পাব। বহুতে ওজন কমাবলৈ গৰম পানীৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে ৰাতিপুৱা খালী পেটত গৰম পানী খায়। ওজন কমোৱাসকলে এই অভ্যাস কেতিয়াও এদিনৰ বাবেও বাদ নিদিয়ে।

সঁচাকৈয়ে ওজন কমোৱাত সহায় কৰেনে? পুষ্টিবিদৰ মতে, গৰম পানীত চৰ্বি গলিবলৈ সহায়ক হোৱা কোনো উপাদান নাথাকে। কিন্তু ৰাতিপুৱা গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়। যিয়ে আচলতে ওজন কমোৱাত সহায় কৰে।

গৰম পানীয়ে শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াক উদ্দীপিত কৰাত সহায় কৰে। বিশেষকৈ ৰাতিপুৱা খালী পেটত গৰম পানী খালে শৰীৰৰ বিপাকীয় ক্ষমতা বৃদ্ধি পায়, যিয়ে চৰ্বি ভাঙি পেলোৱাত সহায় কৰে। গৰম পানীয়ে চৰ্বিৰ কণা ভাঙি পেলায়, যাৰ ফলত পাচনতন্ত্ৰই চৰ্বি হজম কৰাত সহজ হয়। খাদ্য খোৱাৰ আগতে গৰম পানী খালে পেটটো অলপ ভৰ্তি অনুভৱ হয়। ইয়াৰ ফলত কম খাদ্য খোৱাৰ লগতে কেলৰি সেৱন কমি যায়। ওজন নিয়ন্ত্ৰণৰ এইটো এটা সহজ আৰু ফলপ্ৰসূ পদ্ধতি।

তদুপৰি, গৰম পানীৰ আন উপকাৰো আছে। যেনে-

  • কোষ্ঠকাঠিন্য দূৰ কৰে: গৰম পানীয়ে মল কোমল কৰে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।
  • চৰ্দি, কাহ, ডিঙিৰ বিষ কমায়: গৰম পানী হৈছে চৰ্দিৰ চিকিৎসাৰ বাবে যুগ যুগ ধৰি ব্যৱহাৰ কৰা এক উপকাৰী ঔষধ।
  • ছালখন সুন্দৰ কৰে: ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ব্ৰণ কমায় আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে।

Recent News

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

উৎকোচৰ অভিযোগত দুগৰাকী আবকাৰী বিষয়াক গ্ৰেপ্তাৰ অসম ভিজিলেন্স দলৰ

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

৪১ জন গ্ৰাহক, ১১০ টা একাউণ্ট : কোটি টকাৰ জালিয়াতিৰ অপৰাধত গ্ৰেপ্তাৰ আইচিআইচিআই বেংকৰ শীৰ্ষ বিষয়া

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

মিজোৰামত ১৬ কোটি টকাৰ মেথামফেটামাইন টেবলেট জব্দ ডিআৰআইৰ, দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

এপিএছচিৰ, ২০২৫ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষা বাতিল কৰিবলৈ আহ্বান জাতীয় যুৱ বাহিনীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd