• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সদায় ৰাতিপুৱা গৰম পানী খালেই ওজন কমে? কিমান সঁচা! জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 14, 2025 10:38 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গৰম পানী খোৱাৰ অভ্যাসে সঁচাকৈয়ে আপোনাৰ ওজন কমোৱাত সহায় কৰেনে? বিশেষজ্ঞসকলৰ মতে ইয়াক অবিশ্বাস্য যেন লাগিলেও আচলতে ই অতি ফলপ্ৰসূ। এনে নহয় যে প্ৰতিদিনে ৬-৮ গিলাচ গৰম পানী খালে সহজে ওজন কমি যাব। অৱশ্যে শৰীৰটো সুস্থ আৰু সতেজ কৰি ৰাখিবলৈ এই পৰিমাণৰ পানী খোৱাৰ প্ৰয়োজন।

বহুতে ওজন কমাই ঋজু হ’ব বিচাৰে। কিন্তু বেছিভাগ মানুহেই শাৰীৰিক শ্ৰম কৰিব নিবিচাৰে। সেইবাবেই মানুহে সদায় ওজন কমাবলৈ সহজ টিপছ বিচাৰি থাকে। সেয়ে, গুগলত ওজন কমাবলৈ বিচাৰি চাৰ্চ কৰিলে হাজাৰ হাজাৰ টিপছ পাব। বহুতে ওজন কমাবলৈ গৰম পানীৰ ওপৰত নিৰ্ভৰ কৰে। বহুতে ৰাতিপুৱা খালী পেটত গৰম পানী খায়। ওজন কমোৱাসকলে এই অভ্যাস কেতিয়াও এদিনৰ বাবেও বাদ নিদিয়ে।

Apply Now

সঁচাকৈয়ে ওজন কমোৱাত সহায় কৰেনে? পুষ্টিবিদৰ মতে, গৰম পানীত চৰ্বি গলিবলৈ সহায়ক হোৱা কোনো উপাদান নাথাকে। কিন্তু ৰাতিপুৱা গৰম পানী খালে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হৈ যায়। যিয়ে আচলতে ওজন কমোৱাত সহায় কৰে।

গৰম পানীয়ে শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াক উদ্দীপিত কৰাত সহায় কৰে। বিশেষকৈ ৰাতিপুৱা খালী পেটত গৰম পানী খালে শৰীৰৰ বিপাকীয় ক্ষমতা বৃদ্ধি পায়, যিয়ে চৰ্বি ভাঙি পেলোৱাত সহায় কৰে। গৰম পানীয়ে চৰ্বিৰ কণা ভাঙি পেলায়, যাৰ ফলত পাচনতন্ত্ৰই চৰ্বি হজম কৰাত সহজ হয়। খাদ্য খোৱাৰ আগতে গৰম পানী খালে পেটটো অলপ ভৰ্তি অনুভৱ হয়। ইয়াৰ ফলত কম খাদ্য খোৱাৰ লগতে কেলৰি সেৱন কমি যায়। ওজন নিয়ন্ত্ৰণৰ এইটো এটা সহজ আৰু ফলপ্ৰসূ পদ্ধতি।

তদুপৰি, গৰম পানীৰ আন উপকাৰো আছে। যেনে-

  • কোষ্ঠকাঠিন্য দূৰ কৰে: গৰম পানীয়ে মল কোমল কৰে, যাৰ ফলত কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ পৰা সকাহ পোৱা যায়।
  • চৰ্দি, কাহ, ডিঙিৰ বিষ কমায়: গৰম পানী হৈছে চৰ্দিৰ চিকিৎসাৰ বাবে যুগ যুগ ধৰি ব্যৱহাৰ কৰা এক উপকাৰী ঔষধ।
  • ছালখন সুন্দৰ কৰে: ছালৰ আৰ্দ্ৰতা বজাই ৰাখি ব্ৰণ কমায় আৰু ছালখনক উজ্জ্বল কৰি ৰখাত সহায় কৰে।
এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd