• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ইজৰাইলৰ বৰ্বৰ আগ্ৰাসন! গাজাত ৩৮ হাজাৰ শিশু হৈ পৰিল অনাথ, ১৪ হাজাৰ মহিলা হ’ল বিধৱা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 26, 2025 9:42 am
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৫ মাহতকৈ অধিক দীঘলীয়া মাহৰ পাছত শেহতীয়াকৈ পেলেষ্টাইনৰ গাজাত বহু প্ৰত্যাশিত যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী হৈছে। ঘৰলৈ উভতি আহিছে স্থানচ্যুত পেলেষ্টাইনীসকল। আৰু তাৰ পাছত, গাজাত ইজৰাইলী আগ্ৰাসনৰ ভয়ানক ছবিবোৰ ক্ৰমান্বয়ে উন্মোচিত হৈছে।

১৫ মাহ ধৰি গাজাৰ বিৰুদ্ধে চলি থকা আগ্ৰাসনে এই ভূখণ্ডৰ ৩৮ হাজাৰৰো অধিক শিশু অনাথ কৰি তুলিছে। আৰু প্ৰায় ১৪ হাজাৰ মহিলাই স্বামী হেৰুৱাই বিধৱা হৈ পৰিছে। যোৱা বৃহস্পতিবাৰে (২৩ জানুৱাৰী) আনাডোলু সংবাদ সংস্থাই এক প্ৰতিবেদনত এই তথ্য প্ৰকাশ কৰিছে।

Apply Now

গাজা স্বাস্থ্য মন্ত্ৰালয়ৰ এজন বিষয়াই বৃহস্পতিবাৰে কয় যে ২০২৩ চনৰ অক্টোবৰৰ পৰা গাজা ষ্ট্ৰিপত ইজৰাইলৰ গণহত্যাৰ আগ্ৰাসনৰ ফলত ৩৮ হাজাৰতকৈ অধিক পেলেষ্টাইনী শিশু অনাথ হৈ পৰিছে। ইজৰাইলৰ এই নিষ্ঠুৰতাৰ বাবে কমেও ১৩,৯০১ গৰাকী মহিলাও বিধৱা হৈছে বুলি বিষয়াগৰাকী জাহেৰ আল ৱাহিদীয়ে আনাডোলুক জনায়।

পেলেষ্টাইনৰ বিষয়াগৰাকীয়ে কয় যে এই দীৰ্ঘদিনীয়া আগ্ৰাসনত প্ৰায় ৩২,১৫১টা শিশুৱে পিতৃ হেৰুৱাইছে। তদুপৰি ৪৪১৭টা শিশুৱে মাতৃ হেৰুৱাই আৰু ১৯১৮টা শিশুৱে পিতৃ-মাতৃ দুয়োকে হেৰুৱাইছে।

এই পৰিসংখ্যাই গাজাৰ জনসাধাৰণৰ দুখ-কষ্টৰ তীব্ৰতাক প্ৰতিফলিত কৰে বুলিও তেওঁ কয়।

গাজাত ছয় সপ্তাহজোৰা যুদ্ধবিৰতি চুক্তিৰ প্ৰথম পৰ্যায় ১৯ জানুৱাৰীৰ পৰা কাৰ্যকৰী হয়। সেইদিনাৰ পৰাই গাজাত ইজৰাইলৰ আগ্ৰাসন বন্ধ হৈ পৰিছে। ইয়াৰ উপৰিও ১ লাখ ১১ হাজাৰ ১৬০ জনতকৈ অধিক লোক আহত হৈছে।

তিনি পৰ্যায়ৰ যুদ্ধবিৰতি চুক্তিত বন্দী বিনিময় আৰু স্থায়ী শান্তি, স্থায়ী যুদ্ধবিৰতি আৰু গাজাৰ পৰা ইজৰাইল বাহিনী প্ৰত্যাহাৰৰ লক্ষ্যও অন্তৰ্ভুক্ত কৰা হৈছে।

ইফালে যদিও গাজাত ইজৰাইলৰ বৰ্বৰ আগ্ৰাসনৰ অন্ত পৰিছে যদিও এই ভূখণ্ডত ইজৰাইলৰ আক্ৰমণত ১১ হাজাৰৰো অধিক লোক নিৰুদ্দেশ হৈ আছে। গাজাত তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বান জনোৱা ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ প্ৰস্তাৱৰ পাছতো ইজৰাইলে দীৰ্ঘদিনীয়া ঘেৰাও কৰা ভূখণ্ডত নিৰ্মম আক্ৰমণ অব্যাহত ৰাখিছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ইজৰাইলৰ নৃশংস আক্ৰমণৰ ফলত গাজাত প্ৰায় ৮৫ শতাংশ পেলেষ্টাইনী লোক স্থানচ্যুত হৈছে। তদুপৰি এই অৱৰোধ ভূখণ্ডৰ ৬০ শতাংশ আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত বা ধ্বংস হৈছে। ইতিমধ্যে ইজৰাইলৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গণহত্যাৰ অভিযোগ উত্থাপন হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd